If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.
id |
Assamese |
English |
100 | বহু স্থানৰ পৰা আপডেট কৰি থকা হৈছে |
Updating from multiple places |
101 | আপোনাৰ স্থানীয় নেটৱৰ্কত থকা PC-সমূহৰ পৰা Windows updates আৰু এপ্প্সমূহ ডাউনলোড কৰা হ'ব আৰু ইয়ালৈ প্ৰেৰণ কৰা হ'ব৷ অধিক জানিবলৈ ক্লিক কৰক |
Windows updates and apps will download from and be sent to PCs on your local network. Click to Learn more |
102 | আপোনাৰ স্থানীয় নেটৱৰ্ক আৰু ইণ্টাৰনেটত থকা PC-সমূহৰ পৰা Windows updates আৰু এপ্প্সমূহ ডাউনলোড কৰা হ'ব আৰু PC-সমূহলৈ প্ৰেৰণ কৰা হ'ব৷ অধিক জানিবলৈ ক্লিক কৰক |
Windows updates and apps will download from and be sent to PCs on your local network, and PCs on the Internet. Click to Learn more |
103 | ডেলিভাৰী অপ্টিমাইজেশ্বন ফাইলসমূহ |
Delivery Optimization Files |
104 | আপোনাৰ কম্পিউটাৰত পূৰ্বতে ডাউনলোড কৰা ফাইলসমূহেই হৈছে ডেলিভাৰী অপ্টিমাইজেশ্বন ফাইল আৰু যদি ডেলিভাৰী অপ্টিমাইজেশ্বন সেৱাৰ দ্বাৰা বৰ্তমান ব্যৱহাৰ কৰা হোৱা নাই, তেন্তে সেইবোৰ বিলোপ কৰিব পৰা যাব৷ |
Delivery Optimization files are files that were previously downloaded to your computer and can be deleted if currently unused by the Delivery Optimization service. |