If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.
id |
Assamese |
English |
901 | হয় |
Yes |
902 | নহয় |
No |
903 | আপুনি এনক্ৰিপছন আৰম্ভ কৰিবলৈ সাজু নে? |
Are you ready to start encryption? |
904 | আপুনি আপোনাৰ ডিভাইচ এনক্ৰিপ্ট কৰাৰ পাছত BitLocker বা Windows ডিভাইচ এনক্ৰিপশ্যনৰ বাদে আন ডিস্ক এনক্ৰিপছন ছফ্টৱেৰে Windows-ক আৰম্ভণিৰে পৰা বাধা দিব৷ যদি এনেকুৱা হয়, আপুনি Windows পুনৰ ইনষ্টল কৰিব লাগিব আৰু আপোনাৰ ডিভাইচত থকা সকলো ডাটা হেৰুৱাব৷0A0Aআপুনি কাৰ্য্যকৰী কৰাৰ পূৰ্বে আন যিকোনো ডিস্ক এনক্ৰিপছন ছফ্টৱেৰ আনইনষ্টল কৰিবই লাগিব৷ |
Disk encryption software other than BitLocker or Windows device encryption will prevent Windows from starting after you encrypt your device. If this happens, you’ll need to reinstall Windows, and all data on your device will be lost. 0A 0AYou must uninstall any other disk encryption software before proceeding. |
905 | মোৰ অন্য কোনো ডিস্ক এনক্ৰিপছন ছফ্টৱেৰ ইনষ্টল কৰি থোৱা নাই৷ |
I don't have any other disk encryption software installed. |
906 | মোক পুনৰাই নুসুধিব৷ |
Don't ask me again. |
907 | অধিক জানক |
Learn more |
908 | অপুনি এনক্ৰিপছন আৰম্ভ কৰিবলৈ প্ৰথম বিকল্পটো চয়ন কৰিবই লাগিব৷ |
You must select the first option to start encryption. |