credprovs.dll.mui ক্ৰিডেন্সিয়েল প্ৰদানকাৰীসকল f3c895d03c5064a5d79f4987a6f6c3ef

File info

File name: credprovs.dll.mui
Size: 9216 byte
MD5: f3c895d03c5064a5d79f4987a6f6c3ef
SHA1: 7a2ef8b1d74c2d9ff0a16c46af45953479fc05c0
SHA256: 9990f839a2454e2099dbd88a1f18b39cbe0eb943418c4589602939a972a64723
Operating systems: Windows 10
Extension: MUI

Translations messages and strings

If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.

id Assamese English
101পাছৱৰ্ডটো শুদ্ধ নহয়৷ পুনৰাই চেষ্টা কৰক৷ The password is incorrect. Try again.
102আপোনাৰ একাউণ্টৰ সময় প্ৰতিবন্ধকতা আছে যিয়ে আপোনাক এই সময়ত ছাইন ইন কৰাত বাধা দিয়ে৷ অনুগ্ৰহ কৰি পিছত পুনৰাই চেষ্টা কৰক৷ Your account has time restrictions that prevent you from signing in at this time. Please try again later.
103এই পিচিক ব্যৱহাৰ কৰাত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ আপোনাৰ একাউণ্টক কনফিগাৰ কৰা হৈছে৷ অনুগ্ৰহ কৰি আন পিচিত চেষ্টা কৰক৷ Your account is configured to prevent you from using this PC. Please try another PC.
104আপোনাৰ একাউণ্টক অক্ষম কৰি থোৱা হৈছে. অনুগ্ৰহ কৰি আপোনাৰ ছিষ্টেম ব্যৱস্থাপকক চাওক. Your account has been disabled. Please see your system administrator.
105আপোনাৰ একাউণ্টৰ ম্যাদ উকলি গ'ল. অনুগ্ৰহ কৰি আপোনাৰ ছিষ্টেম ব্যৱস্থাপক চাওক. Your account has expired. Please see your system administrator.
106দূৰৱৰ্তীভাৱে ছাইন ইন কৰিবলৈ, আপোনাৰ দূৰবৰ্তী ডেস্কটপ সেৱাসমূহৰ জৰিয়তে ছাইন ইন কৰাৰ অধিকাৰ থাকিব লাগিব৷ বাই ডিফ'ল্ট, ব্যৱস্থাপক গোটৰ সদস্যসকলৰ এই অধিকাৰ থাকে৷ যদিহে আপুনি থকা এই গোটৰ এই অধিকাৰ নাই বা যদিহে ব্যৱস্থাপকৰ গোটৰ পৰা অধিকাৰক আঁতৰোৱা হৈছে, তেন্তে আপোনাক এই অধিকাৰক মেনুৱেলভাৱে মঞ্জুৰী দিব লাগিব৷ To sign in remotely, you need the right to sign in through Remote Desktop Services. By default, members of the Administrators group have this right. If the group you're in doesn't have this right, or if the right has been removed from the Administrators group, you need to be granted this right manually.
107দূৰৱৰ্তীভাৱে ছাইন ইন কৰিবলৈ, আপোনাৰ দূৰবৰ্তী ডেস্কটপ সেৱাসমূহৰ জৰিয়তে ছাইন ইন কৰাৰ অধিকাৰ থাকিব লাগিব৷ বাই ডিফ'ল্ট, দূৰবৰ্তী ডেস্কটপ ব্যৱহাৰকাৰী গোটৰ সদস্যসকলৰ এই অধিকাৰ থাকে৷ যদিহে আপুনি থকা এই গোটৰ এই অধিকাৰ নাই বা যদিহে দূৰৱৰ্তী ডেস্কটপ গোটৰ পৰা এই অধিকাৰক আঁতৰোৱা হৈছে, তেন্তে আপোনাক এই অধিকাৰক মেনুৱেলী মঞ্জুৰী দিব লাগিব৷ To sign in remotely, you need the right to sign in through Remote Desktop Services. By default, members of the Remote Desktop Users group have this right. If the group you're in doesn't have this right, or if the right has been removed from the Remote Desktop Users group, you need to be granted this right manually.
109এই সময়ত এই একাউণ্টত থকা পাছৱৰ্ড পৰিৱৰ্তন কৰিব নোৱাৰিব৷ The password on this account cannot be changed at this time.
110আপোনাৰ পাছৱৰ্ডৰ ম্যাদ উকলিল৷ এটা নতুন পাছৱৰ্ড ছেট কৰিবলৈ, ঠিক চয়ন কৰক, ব্যৱহাৰকৰ্তা সাল-সলনি কৰক চয়ন কৰক আৰু বৰ্তমানৰ পাছৱৰ্ড পুনঃপ্ৰৱেশ কৰাওক, আৰু ইয়াৰ পিছত স্ক্ৰীণত দিয়া সংকেতসমূহ পালন কৰক৷ Your password has expired. To set a new password, select OK, select Switch user, reenter your current password, and then follow the prompts on the screen.
111আপোনাৰ পাছৱৰ্ডৰ ম্যাদ উকলি গৈছে আৰু পৰিবৰ্তন কৰিবই লাগিব৷ Your password has expired and must be changed.
112আপুনি ব্যৱহাৰ কৰিব বিচৰা ছাইন-ইন পদ্ধতিক অনুমতি প্ৰদান কৰা নাই৷ অধিক তথ্যৰ বাবে, আপোনাৰ নেটৱৰ্ক ব্যৱস্থাপকৰ সৈতে যোগাযোগ কৰক৷ The sign-in method you're trying to use isn't allowed. For more info, contact your network administrator.
113আপোনাৰ পাছৱৰ্ড পৰিৱৰ্তন কৰা হৈছে৷ Your password has been changed.
114ছাইন ইন কৰিবলৈ আপুনি কোনো স্মাৰ্ট কাৰ্ড ব্যৱহাৰ কৰিবই লাগিব৷ You must use a smart card to sign in.
116আপুনি প্ৰৱিষ্ট কৰা পাছৱৰ্ড মিলা নাই৷ The passwords you entered did not match.
117অনুগ্ৰহ কৰি এটা ব্যৱহাৰকৰ্তা নাম আৰু পাছৱৰ্ড প্ৰৱিষ্ট কৰক৷ Please enter a user name and password.
120আপোনাৰ পাছৱৰ্ডৰ ম্যাদ উকলিল৷ এটা নতুন পাছৱৰ্ড ছেট কৰিবলৈ, ঠিক চয়ন কৰক, ব্যৱহাৰকৰ্তা সাল-সলনি কৰক চয়ন কৰক আৰু বৰ্তমানৰ পাছৱৰ্ড পুনঃপ্ৰৱেশ কৰাওক আৰু ইয়াৰ পিছত স্ক্ৰীণত দিয়া সংকেতসমূহ পালন কৰক৷ Your password has expired. To set a new password, select OK, select Switch user, reenter your current password, and then follow the prompts on the screen.
121ব্যৱহাৰকৰ্তা নাম বা পাছৱৰ্ড অশুদ্ধ৷ পুনৰাই চেষ্টা কৰক৷ The user name or password is incorrect. Try again.
125নতুন পাছৱৰ্ড New password
126পাছৱৰ্ড নিশ্চিত কৰক Confirm password
127দাখিল কৰক Submit
13000উপভোক্তা নাম User name
13001পাছৱৰ্ড Password
13002পুৰণা পাছৱৰ্ড Old password
13005বন্ধুত্বপূৰ্ণ নাম Friendly name
13006উপভোক্তা স্থিতি User status
13009অন্য ব্যৱহাৰকৰ্তা Other user
13010পিচিটো অনবৰুদ্ধ কৰক Unlock the PC
13011পাছৱৰ্ড পৰিবৰ্তন কৰক Change a password
13012এটা পৃথক একাউণ্ট ব্যৱহাৰ কৰক Use a different account
13013একাউণ্টৰ চিত্ৰ Account picture
13015অন্য ড'মেইনলৈ মই কেনেকৈ ছাইন ইন কৰিম? How do I sign in to another domain?
13016অন্য ড'মেইনলৈ ছাইন ইন কৰিবলৈ, ড'মেইন নাম\ড'মেইন ব্যৱহাৰকৰ্তা নাম টাইপ কৰক৷

এই পিচিলৈ ছাইন ইন কৰিবলৈ (কোনো ড'মেইন নহয়), %1\স্থানীয় ব্যৱহাৰকৰ্তা নাম টাইপ কৰক৷
Type domain name\domain user name to sign in to another domain.

Type %1\local user name to sign in to this PC only (not a domain).
13017ইয়ালৈ ছাইন ইন কৰক: %s Sign in to: %s
13018ইয়ালৈ ছাইন ইন কৰক Sign in to
13020ড'মেইন: %s Domain: %s
13021ড'মেইন Domain
13022পাছৱৰ্ড ইঙ্গিত Password hint
13023পাছৱৰ্ড ৰিছেট কৰক Reset password
13024এটা পাছৱৰ্ড ৰিছেট ডিস্ক সৃষ্টি কৰক Create a password reset disk
13025পাছৱৰ্ড ইঙ্গিত: %s Password hint: %s
13026মোৰ ক্ৰেডেনছিয়েলছ মনত ৰাখক Remember my credentials
13028স্থানীয় বা ড'মেইন একাউণ্টৰ পাছৱৰ্ড Local or domain account password
13029আমি এতিয়া সংযোগ কৰিবলৈ অক্ষম৷ অনুগ্ৰহ কৰি আপোনাৰ নেটৱৰ্ক পৰীক্ষা কৰক আৰু পিছত পুনৰাই চেষ্টা কৰক৷ We are unable to connect right now. Please check your network and try again later.
13030আপোনাৰ কামৰ ঠাইৰ বা বিদ্যালয়ৰ একাউণ্ট Your work or school account
13031এই ফৰ্মেটত এটা ব্যৱহাৰ কাৰী ID-ৰে ছাইন ইন কৰিব নোৱাৰে৷ ইয়াৰ পৰিবৰ্তে এটা ইমেইল ঠিকনাৰে চেষ্টা কৰক৷ You can't sign in with a user ID in this format. Try using your email address instead.
13032ই-মেইল ঠিকনা Email address
16000কোনো নেটৱৰ্ক পাছৱৰ্ড পৰিবৰ্তন কৰক Change a network password
16001প্ৰদানকৰ্তা\উপভোক্তা নাম Provider\User name
16005ঠিক OK
17903একাউণ্ট চিত্ৰ Account picture

EXIF

File Name:credprovs.dll.mui
Directory:%WINDIR%\WinSxS\amd64_microsoft-windows-c..s-library.resources_31bf3856ad364e35_10.0.15063.0_as-in_129212a4a2ddd85e\
File Size:9.0 kB
File Permissions:rw-rw-rw-
File Type:Win32 DLL
File Type Extension:dll
MIME Type:application/octet-stream
Machine Type:Intel 386 or later, and compatibles
Time Stamp:0000:00:00 00:00:00
PE Type:PE32
Linker Version:14.10
Code Size:0
Initialized Data Size:8704
Uninitialized Data Size:0
Entry Point:0x0000
OS Version:10.0
Image Version:10.0
Subsystem Version:6.0
Subsystem:Windows GUI
File Version Number:10.0.15063.0
Product Version Number:10.0.15063.0
File Flags Mask:0x003f
File Flags:(none)
File OS:Windows NT 32-bit
Object File Type:Dynamic link library
File Subtype:0
Language Code:Unknown (044D)
Character Set:Unicode
Company Name:Microsoft Corporation
File Description:ক্ৰিডেন্সিয়েল প্ৰদানকাৰীসকল
File Version:10.0.15063.0 (WinBuild.160101.0800)
Internal Name:credprovs.dll
Legal Copyright:© Microsoft Corporation৷ সৰ্বস্বত্ব সংৰক্ষিত৷
Original File Name:credprovs.dll.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0
Directory:%WINDIR%\WinSxS\wow64_microsoft-windows-c..s-library.resources_31bf3856ad364e35_10.0.15063.0_as-in_1ce6bcf6d73e9a59\

What is credprovs.dll.mui?

credprovs.dll.mui is Multilingual User Interface resource file that contain Assamese language for file credprovs.dll (ক্ৰিডেন্সিয়েল প্ৰদানকাৰীসকল).

File version info

File Description:ক্ৰিডেন্সিয়েল প্ৰদানকাৰীসকল
File Version:10.0.15063.0 (WinBuild.160101.0800)
Company Name:Microsoft Corporation
Internal Name:credprovs.dll
Legal Copyright:© Microsoft Corporation৷ সৰ্বস্বত্ব সংৰক্ষিত৷
Original Filename:credprovs.dll.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0
Translation:0x44D, 1200