File name: | notepad.exe.mui |
Size: | 12288 byte |
MD5: | e0a8b3d8b739c46f23e6f879101795d6 |
SHA1: | 4c6e1b7e12a49792f1c06dd2812c083e857f6b38 |
SHA256: | 03ab2f8b65699537ad1cde6750f35fce4ce143266ccae597dcbc9d5f99a900e6 |
Operating systems: | Windows 10 |
Extension: | MUI |
In x64: | notepad.exe নোটপেড (32-bit) |
If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.
id | Assamese | English |
---|---|---|
1 | %% ফাইল খুলিব নোৱাৰি. নিৰ্দিষ্ট ড্ৰাইভত ডিস্ক মজুত থকাতো সুনিশ্চিত কৰক. |
Cannot open the %% file. Make sure a disk is in the drive you specified. |
2 | %% ফাইল বিচাৰিব নোৱাৰি. আপুনি নতুন ফাইল সৃষ্টি কৰিব বিচাৰে নেকি? |
Cannot find the %% file. Do you want to create a new file? |
3 | %% ফাইলৰ পাঠ পৰিবৰ্তন কৰা হৈছে. আপুনি পৰিবৰ্তন সংৰক্ষণ কৰিব বিচাৰে নেকি? |
The text in the %% file has changed. Do you want to save the changes? |
4 | শীৰ্ষকবিহীন | Untitled |
5 | %1 - নোটপেড | %1 - Notepad |
6 | "%%" বিচাৰিব নোৱাৰে | Cannot find "%%" |
7 | এই অপাৰেচন সম্পূৰ্ণ কৰিবৰ কাৰণে স্মৃতি পৰ্যাপ্ত নহয়. উপলব্ধ স্মৃতি বঢ়াবৰ কাৰণে এক বা অধিক প্ৰয়োগসমূহৰ পৰা বাহিৰলৈ ওলাওক আৰু পুনৰ চেষ্টা কৰক. | Not enough memory available to complete this operation. Quit one or more applications to increase available memory, and then try again. |
8 | %% ফাইলটো নোটপেডৰ কাৰণে বহুত ডাঙৰ. ফাইল সম্পাদনা কৰিবৰ কাৰণে কোনো অন্য সম্পাদকৰ ব্যৱহাৰ কৰক. |
The %% file is too large for Notepad. Use another editor to edit the file. |
9 | নোটপেড | Notepad |
10 | ফাইল সংলাপসমূহ আৰম্ভ কৰাত বিফল. ফাইল নাম পৰিবৰ্তন কৰক আৰু পুনৰ চেষ্টা কৰক. | Failed to initialize file dialogs. Change the file name and try again. |
11 | মুদ্ৰণ সংলাপসমূহ আৰম্ভণি কৰাত বিফল হ'ল. আপোনাৰ প্ৰিণ্টাৰ সঠিক ধৰণে সংযোগ হ'ল নে নাই সেইটো সুনিশ্চিত কৰক আৰু নিয়ন্ত্ৰণ পেনেলৰ ব্যৱহাৰ কৰি প্ৰিণ্টাৰক সঠিক ধৰণে কনফিগাৰ কৰা হ'ল নে নাই তাৰ সত্যাসত্য নিৰূপন কৰক. | Failed to initialize print dialogs. Make sure that your printer is connected properly and use Control Panel to verify that the printer is configured properly. |
12 | %% ফাইল মুদ্ৰণ কৰিব নোৱাৰি. আপোনাৰ প্ৰিণ্টাৰ সঠিক ধৰণে সংযোগ হৈছেনে নাই সেইটো সুনিশ্চিত কৰক আৰু নিয়ন্ত্ৰণ পেনেলৰ ব্যৱহাৰ কৰি এইটো সত্যাসত্য নিৰূপন কৰক যে প্ৰিণ্টাৰ সঠিক ধৰণে কনফিগাৰ হৈছে নে নাই. | Cannot print the %% file. Be sure that your printer is connected properly and use Control Panel to verify that the printer is configured properly. |
13 | কোনো বৈধ ফাইল নাম নহয়. | Not a valid file name. |
14 | %% ফাইল সৃষ্টি কৰিব নোৱাৰে. পথ আৰু ফাইল নাম শুদ্ধ হয়নে নহয় সুনিশ্চিত কৰক. |
Cannot create the %% file. Make sure that the path and file name are correct. |
15 | শব্দ মেৰিৱাওক নিৰ্দেশ সম্পূৰ্ণ কৰিব নোৱাৰে কিয়নো ফাইলত যথেষ্ট পাঠ আছে. | Cannot carry out the Word Wrap command because there is too much text in the file. |
16 | %% | %% |
17 | notepad.hlp | notepad.hlp |
18 | &f | &f |
19 | &পৃষ্ঠা p | Page &p |
20 | পাঠ নথিপত্ৰ (*.txt) | Text Documents (*.txt) |
21 | সকলো ফাইল | All Files |
22 | খোলক | Open |
23 | এই ৰূপত সংৰক্ষণ কৰক | Save As |
24 | আপুনি Windows ছাট ডাউন বা লগ অফ কৰিব নোৱাৰে কাৰণ নোটপেডত এই ৰূপত সংৰক্ষণ কৰা সংলাপ বাকচ খোলা আছে| নোটপেড চুইচ কৰক, এই সংলাপ বাকচ সমাপ্ত কৰক আৰু তেতিয়া ছাট ডাউন কৰিবলৈ বা Windows পুনৰ লগ অফ কৰিবলৈ চেষ্টা কৰক| |
You cannot shut down or log off Windows because the Save As dialog box in Notepad is open. Switch to Notepad, close this dialog box, and then try shutting down or logging off Windows again. |
25 | আপোনাৰ প্ৰিণ্টাৰলৈকে প্ৰৱেশাধিকাৰ কৰাব নোৱাৰে. আপোনাৰ প্ৰিণ্টাৰ সঠিক ধৰণে সংযোগ হোৱাতো সুনিশ্চিত কৰক আৰু নিয়ন্ত্ৰণ পেনেলৰ ব্যৱহাৰ কৰি আপোনাৰ প্ৰিণ্টাৰ সঠিক ধৰণে কনফিগাৰ হৈছিল নে নাই সেইটো সত্যাসত্য নিৰূপন কৰক. |
Cannot access your printer. Be sure that your printer is connected properly and use Control Panel to verify that the printer is configured properly. |
26 | %% আপোনাক এই ফাইলটো খুলিবলৈ অনুমতি দিয়া হোৱা নাই. অনুমতি প্ৰাপ্ত কৰিবৰ কাৰণে ফাইলৰ গৰাকী বা কোনো ব্যৱস্থাপকৰ লগত যোগাযোগ কৰক. |
%% You do not have permission to open this file. See the owner of the file or an administrator to obtain permission. |
27 | %% এই ফাইলত ইউনিক'ড সজ্জাৰ বৰ্ণ আছে সেয়েহে এই ফাইলক কোনো ANSI ইউনিক'ড পাঠ ফাইলত সংৰক্ষণ কৰিলে হেৰুৱাব লাগিব. ইউনিক'ড তথ্য ধৰি ৰাখিবৰ কাৰণে তলত 'ৰদ কৰক' ক্লিক কৰক আৰু তেতিয়া ইউনিক'ড ড্ৰ'প ডাউন ফৰ্দিৰ পৰা কোনো এক ইউনিক'ড বিকল্পৰ চয়ন কৰক. জাৰী ৰাখিব নেকি? |
%% This file contains characters in Unicode format which will be lost if you save this file as an ANSI encoded text file. To keep the Unicode information, click Cancel below and then select one of the Unicode options from the Encoding drop down list. Continue? |
28 | এটা শাৰী মুদ্ৰণ কৰিবৰ কাৰণে পৃষ্ঠা যথেষ্ট সৰু. সৰু ফ'ণ্টৰ ব্যৱহাৰ কৰি মুদ্ৰণৰ চেষ্টা কৰক. |
Page too small to print one line. Try printing using smaller font. |
29 | সাধাৰণ সংলাপ ত্ৰুটি (0x%04x) | Common Dialog error (0x%04x) |
30 | নোটপেড - শাৰীলৈ যাওক | Notepad - Goto Line |
31 | শাৰী সংখ্যা মুঠ শাৰী সংখ্যাৰ আঁতৰত | The line number is beyond the total number of lines |
32 | ANSI | ANSI |
33 | ইউনিক'ড | Unicode |
34 | ইনিক'ড বিগ এনডাইন | Unicode big endian |
35 | UTF-8 | UTF-8 |
36 | পৃষ্ঠা %d | Page %d |
37 | শাৰী %d, স্তম্ভ %d | Ln %d, Col %d |
38 | সংকুচিত, | Compressed, |
39 | এনক্ৰিপ্ট হৈ থকা, | Encrypted, |
40 | লুকাই থকা, | Hidden, |
41 | অফলাইন, | Offline, |
42 | ৰিড-অনলি, | ReadOnly, |
43 | ছিষ্টেম, | System, |
44 | ফাইল | File |
45 | fFpPtTdDcCrRlL | fFpPtTdDcCrRlL |
46 | এনকো&ডিং: | &Encoding: |
47 | নোটপেড সেই বিনিময়কৰণত চলি আছিল যি সম্পূৰ্ণ হ'ল. কি আপুনি অনা-বিনিময়কৰণলৈ %% ফাইল সংৰক্ষণ কৰিব বিচাৰে নেকি? |
Notepad was running in a transaction which has completed. Would you like to save the %% file non-transactionally? |
48 | আমি এই ফাইলটো খুলিব নোৱাৰোঁ | We can’t open this file |
49 | হয়তো আপোনাৰ সংগঠনে ইয়াক অনুমতি দিয়া নাই, বা ফাইল এনক্ৰিপশ্বনৰ সৈতে এটা সমস্যা আছে৷ | Either your organization doesn’t allow it, or there’s a problem with the file’s encryption. |
50 | পাঠ সম্পাদক | Text Editor |
469 | পাঠ নথিপত্ৰ | Text Document |
470 | নতুন পাঠ নথিপত্ৰ | New Text Document |
3001 | আপুনি %% সংৰক্ষণ পৰিৱৰ্তন কৰিব বিচাৰে নেকি? | Do you want to save changes to %%? |
3002 | সংৰ&ক্ষণ কৰক | &Save |
3003 | &সংৰক্ষণ নকৰিব | Do&n't Save |
File Description: | নোটপেড |
File Version: | 10.0.15063.0 (WinBuild.160101.0800) |
Company Name: | Microsoft Corporation |
Internal Name: | Notepad |
Legal Copyright: | © Microsoft Corporation. সৰ্বস্বত্ব সংৰক্ষিত৷ |
Original Filename: | NOTEPAD.EXE.MUI |
Product Name: | Microsoft® Windows® Operating System |
Product Version: | 10.0.15063.0 |
Translation: | 0x44D, 1200 |