1100 | Sample header 1 |
Sample header 1 |
1101 | আধুনিক এপ্লিকেশ্বন চলাবলৈ হ'লে আপোনাৰ স্ক্ৰীণৰ প্ৰতিচ্ছায়া (%d x %d) বহুত কম হৈছে |
Your screen resolution (%d x %d) is too low to run modern application |
1110 | Sample header 2 |
Sample header 2 |
1111 | আপোনাৰ টাচ্চ ডিভাইচে বহু-স্পৰ্শক সমৰ্থন কৰা নাই |
Your touch device does not support multi-touch |
1120 | Windows ষ্ট'ৰৰ পৰা এপ্প্ছ স্থাপন কৰিবলৈ আপোনাৰ স্ক্ৰীণৰ প্ৰতিচ্ছায়াই আৱশ্যকতাসমূহ পূৰণ কৰা নাই |
Your screen resolution doesn't meet the requirement to install apps from the Windows Store |
1121 | Windows ষ্ট'ৰৰ পৰা এপ্প্সমূহক স্থাপন কৰিবলৈ বা ব্যৱহাৰ কৰিবলৈ আপোনাৰ অতিকমেও 1024 x 768 ৰ স্ক্ৰীণ প্ৰতিচ্ছায়া থাকিব লাগিব (ইয়াৰ ভিতৰত আপোনাৰ PC-ত পূৰ্বতে স্থাপিত এপ্প্সমূহো হ'ব পাৰে)৷ নিয়ন্ত্ৰণ পেনেলত আপুনি আপোনাৰ প্ৰতিচ্ছায়া সলনি কৰিবলৈ সক্ষম হ'ব৷ |
You need a screen resolution of at least 1024 x 768 to install and use apps from the Windows Store (this includes apps that might be pre-installed on your PC). You might be able to change your resolution in the Display Control Panel. |
1130 | এইটো PC-ত থকা টাচ্চ স্ক্ৰীণক Windows 10-ৰ বাবে ডিজাইন কৰা হোৱা নাছিল |
The touchscreen on this PC wasn't designed for Windows 10 |
1131 | আপুনি এই টাচ্চ স্ক্ৰীণখনক Windows 10-ৰ সৈতে ব্যৱহাৰ কৰিব পাৰে কিন্তু Windows 10-ৰ বাবে ডিজাইন কৰা টাচ্চ স্ক্ৰীণৰ দৰে ই প্রতিক্রিয়াশীল আৰু সঠিককৈ কাম নকৰিব পাৰে৷ |
You can use this touchscreen with Windows 10 but it won't be as responsive and gestures won't be as precise as a touchscreen designed for Windows 10. |
1140 | Windows Media চেণ্টাৰ পূৰ্বে স্থাপিত নাছিল |
Windows Media Center isn't preinstalled |
1141 | Windows 10-ত এইটো স্থাপন কৰা সম্পৰ্কে অধিক জানক৷ |
Learn more about installing it in Windows 10. |
1150 | DVD-সমূহ প্লে কৰিবলৈ এটা এপ্প্ স্থাপন কৰক |
Install an app to play DVDs |
1151 | আপুনি DVD-সমূহ প্লে কৰিবলৈ Windows 10-ত এটা এপ্প্ স্থাপন কৰিব লাগিব পাৰে৷ |
You may need to install an app to play DVDs in Windows 10. |
1160 | আপোনাৰ স্ক্ৰীণৰ প্ৰতিচ্ছায়া এই স্নেপৰ সৈতে সঙ্গত নহয় |
Your screen resolution isn't compatible with snap |
1161 | যদি সম্ভৱ হয়, স্নেপ এপ্প্সমূহৰ বাবে আপোনাৰ স্ক্ৰীণৰ প্ৰতিচ্ছায়াক কমেও 1366 x 768 লৈ সলনি কৰক৷ |
If it's possible, change your screen resolution to at least 1366 x 768 to snap apps. |
1170 | Windows 10-ত পাৰ্শ্বদণ্ডিকা গেজেটসমূহ সমৰ্থিত নহয় |
Sidebar gadgets aren't supported in Windows 10 |
1171 | আপোনাৰ PC-ৰ Windows 10-ত স্থাপন কৰি ৰখা পাৰ্শ্বদণ্ডিকা গেজেটসমূহক আপুনি ব্যৱহাৰ কৰিবলৈ সক্ষম নহ'ব৷ |
You won’t be able to use the sidebar gadgets that are installed on your PC in Windows 10. |
1180 | আপোনাৰ প্ৰচেছৰৰ NX অন হৈ থকা নাই বা হয়তো ই NX সমৰ্থন কৰা নাই |
Your processor doesn't have NX turned on or might not support NX |
1181 | স্থাপন কৰি থকাৰ সময়ত ছেটআপে NX অন কৰিবলৈ চেষ্টা কৰিব৷ যদি আপোনাৰ প্ৰচেছৰে NX সমৰ্থন নকৰে, তেন্তে স্থাপন কৰাটো বাতিল হ'ব আৰু আপোনাৰ PC-টোক শেহতীয়া OS-লৈ ৰোল বেক কৰা হ'ব৷ |
Setup will attempt to turn on NX during installation. If your processor doesn't support NX, the installation will be cancelled and your PC will roll back to the current OS. |
1190 | আপডেটত সংগীত আৰু ভিডিঅ' সামগ্ৰীৰ ক্ষতি |
Loss of music and video content with update |
1191 | আমি আপোনাক এই আপডেট কাৰ্য্যকৰী নকৰিবলৈ পৰামৰ্শ দিছোঁ কিয়নো আপোনাৰ ডিভাইচত পুৰণা অধিকাৰ ব্যৱস্থাপনা প্ৰযুক্তিৰ দ্বাৰা সুৰক্ষিত কিছুমান সংগীত বা ভিডিঅ' সামগ্ৰী থাকিব পাৰে, যাক সমৰ্থন নকৰে৷ যদি আপুনি এই আপডেটটো ইনষ্টল কৰে, তেন্তে আপুনি আৰু এই সংগীত বা ভিডিঅ' ফাইলসমূহ প্লে কৰিবলৈ সক্ষম নহ'বও পাৰে৷ বাতিল কৰিবলৈ এই সংলাপ বাকচটো বন্ধ কৰক বা আপুনি আপডেট ইনষ্টল কৰিবলৈ নিশ্চিত কৰক পচন্দ কৰিব পাৰে৷ অধিক তথ্যৰ বাবে, https://support.microsoft.com/windows10wmdrm লৈ যাওক |
We recommend you do not proceed with this update as your device may have some music or video content that is protected by an older rights management technology, which is not supported. If you install this update, you may no longer be able to play these music or video files. Close this dialog box to cancel, or you can choose to confirm to install the update. For more info, go to https://support.microsoft.com/windows10wmdrm |
1204 | নিৰাপত্তা বুটটো আপোনাৰ PC-ৰ সৈতে সঙ্গত নহয় |
Secure Boot isn't compatible with your PC |
1205 | আপোনাৰ PC-ৰ ফাৰ্মৱেৰে নিৰাপত্তা বুট সমৰ্থন নকৰে, গতিকে আপুনি Windows 10-ত ইয়াক ব্যৱহাৰ কৰিবলৈ সক্ষম নহ'ব৷ |
Your PC's firmware doesn't support Secure Boot so you won't be able to use it in Windows 10. |
1216 | এই PC-ত Windows Media Center স্থাপন কৰা হৈছে |
Windows Media Center is installed on this PC |
1217 | নবীকৰণৰ সময়ত Windows Media Center-ৰ স্থাপন ৰদ কৰা হ'ব৷ এইটো Windows 10-ত উপলভ্য নহয়৷ |
Windows Media Center will be uninstalled during the upgrade. It isn't available in Windows 10. |
1220 | আপুনি আপোনাৰ Windows 10 ডিচপ্লেত সমস্যা পাব৷ |
You'll have problems with your display in Windows 10. |