If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.
id |
Assamese |
English |
101 | ফাইল ইতিবৃত্ত ব্যৱহাৰ কৰি বেক আপ লওক |
Back up using File History |
102 | মোৰ ফাইলসমূহৰ স্বয়ংক্ৰিয়ভাৱে বেক আপ লওক |
Automatically back up my files |
103 | আপোনাৰ ফাইলসমূহৰ অন্য ড্ৰাইভলৈ বেক আপ লওক আৰু আচলখিনি হেৰুৱালে, ক্ষতি হ'লে বা বিলোপ হ'লে সেইবোৰ পুনৰুদ্ধাৰ কৰক৷ |
Back up your files to another drive and restore them if the originals are lost, damaged, or deleted. |
104 | এটা ড্ৰাইভ যোগ দিয়ক |
Add a drive |
105 | ড্ৰাইভৰ ব্যৱহাৰ বন্ধ কৰক |
Stop using drive |
106 | এটা পৃথক ড্ৰাইভলৈ বেক আপ লওক |
Back up to a different drive |
107 | নতুন এটা যোগ কৰাৰ পূৰ্বে আপুনি আপোনাৰ বৰ্তমানৰ বেকআপ ড্ৰাইভৰ ব্যৱহাৰ বন্ধ কৰিব লাগিব৷ ই আপোনাৰ বৰ্তমানৰ বেকআপ ড্ৰাইভৰ পৰা কোনো ফাইল বিলোপ নকৰে৷ |
You'll need to stop using your current backup drive before you add a new one. This won't delete any files from your current backup drive. |
108 | অৱলোকন |
Overview |
109 | বেকআপ বিকল্পসমূহ |
Backup options |
110 | অধিক বিকল্পসমূহ |
More options |
111 | বেকআপ কৰি কি পাব? |
What gets backed up? |
112 | %1 (%2!c!:) |
%1 (%2!c!:) |
113 | আঁতৰাবযোগ্য ডিস্ক |
Removable Disk |
114 | স্থানীয় ডিস্ক |
Local Disk |
115 | নেটৱৰ্ক ড্ৰাইভ |
Network Drive |
116 | সকলো নেটৱৰ্ক অৱস্থান দেখুৱাওক |
Show all network locations |
117 | মোৰ ফাইলসমূহৰ বেক আপ লওক |
Back up my files |
118 | প্ৰতি 10 মিনিট |
Every 10 minutes |
119 | প্ৰতি 15 মিনিট |
Every 15 minutes |
120 | প্ৰতি 20 মিনিটত |
Every 20 minutes |
121 | প্ৰতি 30 মিনিটত |
Every 30 minutes |
122 | প্ৰতি ঘণ্টাত (ডিফ'ল্ট) |
Every hour (default) |
123 | প্ৰতি 3 ঘণ্টাত |
Every 3 hours |
124 | প্ৰতি 6 ঘণ্টাত |
Every 6 hours |
125 | প্ৰতি 12 ঘণ্টাত |
Every 12 hours |
126 | দৈনিক |
Daily |
127 | সদায়ে (ডিফ'ল্ট) |
Forever (default) |
128 | খালীস্থান প্ৰয়োজন নোহোৱালৈকে |
Until space is needed |
129 | 2 বছৰ |
2 years |
130 | 1 বছৰ |
1 year |
131 | 9 মাহ |
9 months |
132 | 6 মাহ |
6 months |
133 | 3 মাহ |
3 months |
134 | 1 মাহ |
1 month |
135 | মোৰ বেকআপসমূহ ৰাখক |
Keep my backups |
136 | এই ফ'ল্ডাৰসমূহৰ বেক আপ লওক |
Back up these folders |
138 | এটা ফ'ল্ডাৰ যোগ কৰক |
Add a folder |
139 | এই ফ'ল্ডাৰসমূহ বাদ দিয়ক |
Exclude these folders |
141 | সম্পৰ্কিত ছেটিংছ |
Related settings |
142 | অগ্ৰণী ছেটিংছ চাওক |
See advanced settings |
143 | বৰ্তমানৰ বেকআপৰ পৰা ফাইলসমূহ পুনঃস্থাপন কৰক |
Restore files from a current backup |
144 | %1 সংযোগ হৈ থকাটো নিশ্চিত কৰি পুনৰ চেষ্টা কৰক৷ |
Make sure %1 is connected and try again. |
145 | আমি এতিয়াই %1 সংযোগ কৰিব নোৱাৰো৷ পিছত পুনৰ চেষ্টা কৰক৷ |
We can't connect to %1 right now. Try again later. |
146 | ফাইল এক্সপ্ল'ৰাৰলৈ যাওক, %1 খুলি আপোনাৰ ক্ৰিডেনচিয়েলসমূহ প্ৰৱেশ কৰাওক, আৰু পুনৰ বেকআপ ল'বলৈ চেষ্টা কৰক৷ |
Go to File Explorer, open %1, enter your credentials, and try backing up again. |
147 | BitLocker-এ %1 সুৰক্ষিত কৰিছে৷ ড্ৰাইভটো আনলক কৰি পুনৰ বেকআপ ল'বলৈ চেষ্টা কৰক৷ |
BitLocker is protecting %1.Unlock the drive and try backing up again. |
148 | %2 ত %1 |
%1 on %2 |
149 | %1-ত নেটৱৰ্ক ষ্ট'ৰেজ |
Network Storage on %1 |