If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.
id |
Assamese |
English |
1 | Microsoft Passport Container |
Microsoft Passport Container |
2 | পৰিচয় প্ৰদানকাৰীসকলৰ লগতে TPM ভাৰ্ছুৱেল স্মাৰ্ট কাৰ্ডসমূহৰ কাৰণে ব্যৱহাৰকৰ্তাক প্ৰমাণিকৰণ কৰিবলৈ ব্যৱহৃত স্থানীয় ব্যৱহাৰকৰ্তাৰ পৰিচয় প্ৰৱন্ধন কৰে৷ যদি এই সেৱাটো অক্ষম হয়, স্থানীয় ব্যৱহাৰকৰ্তা পৰিচয় কীসমূহ আৰু TPM ভাৰ্ছুৱেল স্মাৰ্ট কাৰ্ডসমূহ প্ৰৱেশযোগ্য নহ'ব৷ আপোনাক এই সেৱাটো পুনৰাই কনফিগাৰ কৰিবলৈ স্বীকৃতি দিয়া হোৱা নাই৷ |
Manages local user identity keys used to authenticate user to identity providers as well as TPM virtual smart cards. If this service is disabled, local user identity keys and TPM virtual smart cards will not be accessible. It is recommended that you do not reconfigure this service. |
50 | ঠিক |
OK |
100 | এটা PIN ছেট আপ কৰক |
Set up a PIN |
101 | এটা কাৰ্য্য PIN ছেট আপ কৰক |
Set up a work PIN |
102 | পাছৱৰ্ডসমূহৰ ঠাইত ব্যৱহাৰ কৰিবলৈ এটা PIN সৃষ্টি কৰক৷ এটা PIN থাকিলে আপোনাৰ ডিভাইচ, এপ্প্ছ আৰু সেৱাসমূহলৈ ছাইন ইন কৰিবলৈ সহজ হয়৷ |
Create a PIN to use in place of passwords. Having a PIN makes it easier to sign in to your device, apps, and services. |
103 | পৰৱৰ্তী |
Next |
104 | পিছলৈ |
Back |
200 | PIN-ৰ প্ৰয়োজন |
PIN required |
201 | আপোনাৰ ডিভাইচত এটি নীতি পৰিৱৰ্তন কৰাৰ কাৰণে, আপুনি এটি PIN সৃষ্টি কৰিব লাগিব৷ |
Because of a policy change on your device, you need to create a PIN. |
202 | PIN নীতি পৰিৱৰ্তন |
PIN policy change |
203 | আপোনাৰ প্ৰতিষ্ঠানে ছেট কৰা নতুন আৱশ্যকতাসমূহ আপোনাৰ PIN-এ পালন কৰাৰ সম্পৰ্কে আমি নিশ্চিত হ'ব লাগিব৷ যদি পালন নকৰে, ইয়াক পৰিৱৰ্তন কৰাত আমি আপোনাক সহায় কৰিম৷ |
We need to make sure your PIN meets new requirements set by your organization. If it doesn’t, we’ll help you change it. |