| 1 | নিৰাপত্তা আৰু মেৰামতি |
Security and Maintenance |
| 2 | সাম্প্ৰতিক বাৰ্তা সমীক্ষা কৰক আৰু আপোনাৰ কম্পিউটাৰৰ সৈতে সমস্যা পুনঃসমাধান কৰক৷ |
Review recent messages and resolve problems with your computer. |
| 3 | প্ৰ'গ্ৰাম গোট পলিচিৰ দ্বাৰা অৱৰোধ কৰা হৈছে৷ অধিক তথ্যৰ কাৰণে আপোনাৰ ছিষ্টেম ব্যৱস্থাপকৰ লগত যোগাযোগ কৰক৷ |
This program is blocked by group policy. For more information, contact your system administrator. |
| 4 | সাম্প্ৰতিক বাৰ্তা সমীক্ষা কৰক আৰু সমস্যা পুনঃসমাধান কৰক |
Review recent messages and resolve problems |
| 5 | কাৰ্য্য ফলক |
Task pane |
| 6 | ব্যৱস্থাপক বিশেষাধিকাৰৰ আৱশ্যক |
Administrator privileges required |
| 7 | সহায় |
Help |
| 8 | নিৰাপত্তা আৰু মেৰামতি ছেটিংছ পৰিৱৰ্তন কৰক |
Change Security and Maintenance settings |
| 9 | নিৰাপত্তা আৰু মেৰামতি ছেটিংছ |
Security and Maintenance Settings |
| 11 | অক্ষম |
Disabled |
| 20 | আপোনাৰ ব্যৱস্থাপকে এই পৰীক্ষা অক্ষম কৰিছে |
Your administrator has disabled this check |
| 21 | বাৰ্তা %1-ৰ বিষয়ে অন কৰক |
Turn on messages about %1 |
| 22 | সাম্প্ৰতিক মণিটৰিং কৰা হোৱা নাই |
Currently not monitored |
| 29 | %1!d! বাৰ্তাত আপোনাৰ মনোযোগৰ প্ৰয়োজন |
%1!d! message needs your attention |
| 33 | ... |
... |
| 34 | চয়নিত প্ৰতিটো বস্তুৰ বাবে, Windows-এ সমস্যাৰ বাবে পৰীক্ষা কৰিব আৰু কোনো সমস্যা পালে আপোনালৈ বাৰ্তা এটা প্ৰেৰণ কৰিব৷ নিৰাপত্তা আৰু মেৰামতিয়ে কেনেদৰে সমস্যাৰ বাবে পৰীক্ষা কৰে? |
For each selected item, Windows will check for problems and send you a message if problems are found. How does Security and Maintenance check for problems? |
| 37 | কি ধৰণৰ সুৰক্ষা ছেটিংছ মোৰ কম্পিউটাৰৰ কাৰণে সঠিক তাক মই কেনেকৈ জানিম? |
How do I know what security settings are right for my computer? |
| 38 | Windows Update স্মাৰক |
Windows Update reminders |
| 39 | ইণ্টাৰনেট নিৰাপত্তা ছেটিংছ |
Internet security settings |
| 40 | নেটৱৰ্ক ফায়াৰৱাল |
network firewall |
| 41 | স্পাইৱেৰ আৰু অনাকাংক্ষিত চফট্ৱেৰ সুৰক্ষা |
spyware and unwanted software protection |
| 42 | ব্যৱহাৰকৰ্তা একাউণ্ট নিয়ন্ত্রণ |
User Account Control |
| 43 | ভাইৰাছ প্রতিৰোধ |
virus protection |
| 44 | Windows বেকআপ |
Windows Backup |
| 45 | Windows মেৰামতি কাৰ্য্য |
Windows maintenance tasks |
| 47 | পৰীক্ষা পৰীক্ষণ |
test check |
| 48 | বাৰ্তা %1-ৰ বিষয়ে বন্ধ কৰক |
Turn off messages about %1 |
| 54 | Windows Update |
Windows Update |
| 59 | Windows প্ৰ'গ্ৰাম সুসমতা সমস্যা নিবাৰক |
Windows Program Compatibility Troubleshooter |
| 60 | (গুৰুত্বপূৰ্ণ) |
(Important) |
| 61 | সংগৃহীত বাৰ্তাসমূহ দৰ্শন কৰক |
View archived messages |
| 62 | ফাইল ইতিবৃত্ত |
File History |
| 70 | ব্যৱহাৰকৰ্তাৰ একাউণ্টৰ নিয়ন্ত্রণ চেটিংসমূহ পৰিবৰ্তন কৰক |
Change User Account Control settings |
| 81 | স্বয়ংক্ৰীয় তত্ত্বাৱধান |
Automatic Maintenance |
| 82 | গৃহগোট |
HomeGroup |
| 83 | Windows সক্ৰিয়কৰণ |
Windows activation |
| 84 | ড্ৰাইভ স্থিতি |
Drive status |
| 85 | Microsoft একাউন্ট |
Microsoft account |
| 86 | আৰম্ভণিৰ এপ্প্ |
startup apps |
| 87 | ডিভাইচ চফট্ৱেৰ |
Device software |
| 88 | সংগ্ৰহ স্থান |
Storage Spaces |
| 89 | কামৰ ফ'ল্ডাৰসমূহ |
Work Folders |
| 500 | আপোনাৰ ছিষ্টেমৰ কিছুমান পৰীক্ষা আৰম্ভ কৰা হোৱা নাই৷ |
Some of your system checks have not been initialized. |
| 501 | ইয়াৰ দৰে বাৰ্তা অফ কৰক |
Turn off messages like this |
| 502 | নিৰাপত্তা আৰু মেৰামতিত কোনো সমস্যা বিচাৰি পোৱা নাই৷ |
No issues have been detected by Security and Maintenance. |
| 503 | নিৰাপত্তা আৰু মেৰামতিত আপুনি সমীক্ষা কৰাৰ বাবে এক বা একাধিক সমস্যা চিনাক্ত কৰিছে৷ |
Security and Maintenance has detected one or more issues for you to review. |
| 504 | &মেৰামতি |
&Maintenance |
| 506 | ট'গেল মেৰামতি গোট |
Toggle Maintenance Group |
| 507 | মেৰামতি গোট দেখুৱাওক বা লুকুৱাওক |
Show or hide the Maintenance group |
| 508 | সকলো বাৰ্তা দেখুৱাওক |
Show all messages |
| 509 | &নিৰাপত্তা |
&Security |
| 511 | নিৰাপত্তা গোট ট'গল কৰক |
Toggle Security Group |
| 512 | নিৰাপত্তা গোট দেখুৱাওক বা লুকুৱাওক |
Show or hide the Security group |
| 514 | যদি আপুনি আপোনাৰ সমস্যাটো তালিকাভুক্ত কৰা দেখা নাই, ইয়াৰ এটাৰে চেষ্টা কৰক: |
If you don't see your problem listed, try one of these: |
| 518 | স&মস্যা নিবাৰণ কৰা |
Tr&oubleshooting |
| 520 | বাৰ্তা অন বা অফ কৰক |
Turn messages on or off |
| 521 | মেৰামতি বাৰ্তা |
Maintenance messages |
| 525 | Windows সমস্যা নিবাৰক |
Windows Troubleshooting |
| 526 | নিৰাপত্তা বাৰ্তাসমূহ |
Security messages |
| 531 | স্পাইৱেৰ আৰু অবাঞ্ছিত চফট্ৱেৰ সুৰক্ষা |
Spyware and unwanted software protection |
| 535 | ঠিক |
OK |
| 537 | বাতিল কৰক |
Cancel |
| 539 | | |
| |
| 555 | নিৰাপত্তা ছেটিংছ সহায় |
Security settings help |
| 556 | সমস্যা বিচাৰক আৰু সমাধান কৰক |
Find and fix problems |
| 557 | &পুনৰুদ্ধাৰ |
&Recovery |
| 558 | আপোনাৰ ফাইলবোৰ প্ৰভাৱিত নোহোৱাকৈ আপোনাৰ পিচি সতেজ কৰক বা ইয়াক ৰিছেট কৰি নতুনকৈ আৰম্ভ কৰক। |
Refresh your PC without affecting your files, or reset it and start over. |
| 561 | সমস্যা নিবাৰণ কৰা |
Troubleshooting |
| 562 | পুনৰোদ্ধাৰ |
Recovery |
| 564 | নিৰাপত্তা |
Security |
| 565 | মেৰামতি |
Maintenance |
| 0x10000031 | Response Time |
Response Time |
| 0x30000001 | Start |
Start |
| 0x30000002 | Stop |
Stop |
| 0x50000004 | Information |
Information |
| 0x90000001 | Microsoft-Windows-HealthCenterCPL |
Microsoft-Windows-HealthCenterCPL |