| 100 | সেই আঙুলিৰ চিহ্নটো ইতিমধ্যে এই একাউণ্টত ছেট কৰা হৈছে৷ বেলেগ এটা আঙুলিৰে চেষ্টা কৰক৷ |
That fingerprint has already been set up on this account. Try a different finger. |
| 101 | এই আঙুলিৰ চিহ্নটো ইতিমধ্যে অন্য একাউণ্টত ছেটআপ কৰা হৈছে৷ এট অপৃথক আঙুলিৰ চিহ্ন চেষ্টা কৰক৷ |
That fingerprint has already been set up on another account. Try a different finger. |
| 102 | এই আঙুলিৰ চিহ্নটো ইতিমধ্যে ছেটআপ কৰা হৈছে৷ এটা পৃথক আঙুলিৰে চেষ্টা কৰক৷ |
That fingerprint has already been set up. Try a different finger. |
| 103 | ইতিমধ্যে ছেটআপ কৰা এটাৰ সৈতে এই আঙুলিৰ চিহ্নটো প্ৰায় একে৷ এটা পৃথক আঙুলিৰে চেষ্টা কৰক৷ |
That fingerprint is too similar to one that's already set up. Try a different finger. |
| 104 | আপুনি এই একাউণ্টটোৰ বাবে সৰ্বাধিক 10 টা আঙুলিৰ চিহ্নত উপনীত হৈছে৷ |
You’ve reached the 10 fingerprint max for this account. |
| 105 | আপোনাৰ আঙুলিৰ চিহ্ন স্কেন কৰিব নোৱাৰি৷ চেনচৰটো পৰিষ্কাৰ আৰু শুকান হৈ থকাটো নিশ্চিত কৰক আৰু যদি সমস্যাটো অব্যাহত থাকে, তেতিয়া এটা পৃথক আঙুলিৰে চেষ্টা কৰক৷ |
Your fingerprint couldn't be scanned. Make sure the sensor is clean and dry, and if the problem continues, try a different finger. |
| 111 | এই PC-টোৰ উপযোগী আঙুলিৰ চিহ্ন পঢ়োতা নাই৷ |
This PC doesn’t have a suitable fingerprint reader. |
| 112 | আঙুলিৰ চিহ্ন পঢ়োঁতা সংযোগহীন কৰা হৈছে৷ ইয়াক পুনৰাই সংযোগ কৰক আৰু পুনৰাই চেষ্টা কৰক৷ |
The fingerprint reader is disconnected. Reconnect it and try again. |
| 113 | Windows Hello ছেটআপ কৰিবৰ বাবে আমি আপোনাৰ আঙুলিৰ চিহ্ন কেইবাবাৰো স্কেন কৰিব লাগিব৷ |
We’ll need to scan your fingerprint a few times to set up Windows Hello. |
| 114 | আপোনাৰ আঙুলিৰ চিহ্ন চিনাক্তকৰণ যোগ্য কৰি তুলিবৰ বাবে আৰু কেইটামান স্কেনৰ কৰিব লাগিব৷ |
Just a few more scans to make sure your fingerprint is recognizable. |
| 116 | দুখিত, কিবা ভুল হৈছে৷ |
Sorry, something went wrong. |
| 117 | আপোনাৰ ব্যৱস্থাপকৰ দ্বাৰা আঙুলিৰ চিহ্ন বৰ্তমান অক্ষম কৰা হৈছে৷ |
Fingerprint sign in is currently disabled by your administrator. |
| 119 | Windows Hello ব্যৱহাৰ কৰিবৰ বাবে, প্ৰথমতে আপোনাৰ ডিভাইচটো BitLocker বা সদৃশ এনক্ৰিপশ্বন ছফটৱেৰ ব্যৱহাৰ কৰি সুৰক্ষিত কৰক৷ |
To use Windows Hello, first protect your device using BitLocker or similar encryption software. |
| 120 | আঙুলিৰ চিহ্ন পঢ়োতাত আপোনাৰ আঙুলি স্কেন কৰক৷ |
Scan your finger on the fingerprint reader. |
| 121 | আঙুলিৰ চিহ্ন পঢ়োতাত একে আঙুলি স্কেন কৰক৷ |
Scan the same finger on the fingerprint reader. |
| 122 | আঙুলিৰ চিহ্ন পঢ়োতাত আপোনাৰ আঙুলি ছোৱাইপ কৰক৷ |
Swipe your finger on the fingerprint reader. |
| 124 | আঙুলিৰ চিহ্ন পঢ়োতাত একেটা আঙুলি ছোৱাইপ কৰক৷ |
Swipe the same finger on the fingerprint reader. |
| 125 | আঙুলিৰ চিহ্নৰ চেনচৰৰ বিপক্ষে আপোনাৰ আঙুলি হেঁচক আৰু ইয়াৰ পিছত উঠাওক৷ |
Press your finger against the fingerprint sensor, and then lift it. |
| 129 | আপোনাৰ আঙুলি লাহেকৈ তললৈ লৈ যাওক৷ |
Move your finger slightly lower. |
| 130 | আপোনাৰ আঙুলি লাহেকৈ ওপৰলৈ লৈ যাওক৷ |
Move your finger slightly higher. |
| 131 | আপোনাৰ আঙুলি লাহেকৈ সোঁদিশলৈ লৈ যাওক৷ |
Move your finger slightly to the right. |
| 132 | আপোনাৰ আঙুলি লাহেকৈ বাঁওদিশলৈ লৈ যাওক৷ |
Move your finger slightly to the left. |
| 133 | আপোনাৰ আঙুলি খুব লাহেকৈ ৰিডাৰৰ ওপৰেদি লৈ যাওক৷ |
Move your finger more slowly across the reader. |
| 134 | আপোনাৰ আঙুলি খুব খৰকৈ ৰিডাৰৰ ওপৰেদি লৈ যাওক৷ |
Move your finger more quickly across the reader. |
| 135 | আপোনাৰ ডিভাইচটোৱে আপোনাক চিনাক্ত কৰাত সমস্যাৰ সন্মুখীন হৈছে৷ আপোনাৰ চেনচৰটো যে পৰিষ্কাৰ নিশ্চিত কৰক৷ |
Your device is having trouble recognizing you. Make sure your sensor is clean. |
| 136 | আঙুলিৰ চিহ্ন পঢ়োঁতা ব্যৱহাৰ কৰোতে আপোনাৰ আঙুলি সমান আৰু পোনকৈ ৰাখিবলৈ চেষ্টা কৰক৷ |
Try holding your finger flat and straight when using the fingerprint reader. |
| 137 | আঙুলিৰ চিহ্ন পঢ়োঁতাৰ ওপৰেদি এটা দীঘলীয়া ষ্ট্ৰ'ক ব্যৱহাৰ কৰি চেষ্ট কৰক৷ |
Try using a longer stroke across the fingerprint reader. |
| 138 | আপোনাৰ ডিভাইচটোৱে আপোনাক চিনাক্ত কৰাত অসুবিধাৰ সন্মুখীন হৈছে৷ অনুগ্ৰহ কৰি পুনৰাই চেষ্টা কৰক৷ |
Your device is having trouble recognizing you. Please try again. |
| 139 | স্কেন সম্পূৰ্ণ নোহোৱালৈকে আপোনাৰ আঙুলিটো হেঁচা আৰু উঠোৱা অব্যাহত ৰাখক৷ |
Continue to press and lift your finger until the scan is complete. |
| 174 | Windows Hello ছেটআপ |
Windows Hello setup |
| 175 | Windows Hello-ক বৰ্তমান আপোনাৰ ব্যৱস্থাপকৰ দ্বাৰা অক্ষম কৰা হৈছে৷ |
Windows Hello is currently disabled by your administrator. |
| 176 | Windows Hello পছন্দ কৰক আৰু ইয়াৰ পিছত পুনৰাই ছেটআপ কৰি চেষ্টা কৰক৷ |
Close Windows Hello, and then try going through the setup again. |
| 177 | কিবা ভুল হৈছে৷ আপোনাৰ উপলব্ধ ছিষ্টেম মেম'ৰি লেহেমীয়াকৈ চলিব পাৰে৷ কিছু স্থান পৰিষ্কাৰ কৰক আৰু পুনৰাই চেষ্টা কৰক৷ |
Something went wrong. Your available system memory might be running low. Clear up some space and try again. |
| 178 | এটা ৰিম'ট ডেস্কটপ সংযোগত Windows Hello ছেটআপ কৰিব নোৱাৰে৷ |
The Windows Hello setup doesn't work over a remote desktop connection. |
| 200 | আপোনাৰ চকু চিনাক্ত কৰিব পৰা নগ'ল৷ |
Couldn't detect your eyes. |
| 201 | অধিক উজ্জ্বল! কিছু লাইট অফ কৰক বা ভিতৰলৈ যাওক৷ |
Too bright! Turn off some lights or go inside. |
| 202 | আপোনৰ চকুহাল অলপ ডাঙৰলৈ মেলক৷ |
Open your eyes a little wider. |
| 203 | আপোনাৰ চকুহালৰ সন্মুখত আপোনাৰ ডিভাইচটো পোনকৈ ৰাখক৷ |
Hold your device straight in front of your eyes. |
| 204 | দূৰলৈ যাওক৷ |
Move farther away. |
| 205 | ওচৰলৈ আহক৷ |
Move closer. |
| 206 | আপোনাৰ চকু হালৰ প্ৰতিফলন পৰিহাৰ কৰিবলৈ লাহে লাহে লৈ যাওক৷ |
Moving slightly to avoid reflection off your eyes. |
| 207 | আপোনাৰ ডিভাইচটোৱে আপোনাক চিনাক্ত কৰাত অসুবিধাৰ সন্মুখীন হৈছে৷ আপোনাৰ কেমেৰাৰ লেন্স পৰিষ্কাৰ হৈ থকাটো নিশ্চিত কৰক৷ |
Your device is having trouble detecting you. Make sure your camera lens is clean. |
| 208 | আপোনাৰ চকু হালৰ সন্মুখত আপোনাৰ ডিভাইচটো পোনকৈ ৰাখক৷ |
Hold your device straight in front of your eyes. |
| 209 | বহুত আন্ধাৰ! অলপ পোহৰাই তোলক বা কোনো উজ্জ্বল স্থানলৈ যাওক৷ |
Too dark! Turn on some lights or move somewhere brighter. |
| 220 | আপুনি দেখাত কেনেকুৱা পাইছে জানি আছে... |
Learning what you look like... |
| 275 | আপোনাৰ একাউণ্ট সত্যাপন কৰিব নোৱাৰি৷ |
Your account couldn’t be verified. |
| 276 | আঙুলিৰ চিহ্ন চেন্সৰ স্পৰ্শ কৰক |
Touch the fingerprint sensor |
| 277 | ছেটআপ সম্পূৰ্ণ হোৱালৈকে আপোনাৰ ডিভাইচৰ সন্মুখত আপোনাৰ আঙুলিটো ৰাখক আৰু উঠাওক৷ |
Repeatedly lift and rest your finger on the sensor on the front of your device until setup is complete. |
| 278 | ছেটআপ সম্পূৰ্ণ হোৱালৈকে আপোনাৰ ডিভাইচৰ পিছফালে আপোনাৰ আঙুলিটো ৰাখক আৰু উঠাওক৷ |
Repeatedly lift and rest your finger on the sensor on the back of your device until setup is complete. |
| 279 | ছেটআপ সম্পূৰ্ণ হোৱালৈকে আপোনাৰ ডিভাইচৰ সোঁফালে আপোনাৰ আঙুলিটো ৰাখক আৰু উঠাওক৷ |
Repeatedly lift and rest your finger on the sensor on the right side of your device until setup is complete. |
| 280 | ছেটআপ সম্পূৰ্ণ হোৱালৈকে আপোনাৰ ডিভাইচৰ বাঁওফালে আপোনাৰ আঙুলিটো ৰাখক আৰু উঠাওক৷ |
Repeatedly lift and rest your finger on the sensor on the left side of your device until setup is complete. |
| 281 | ছেটআপ সম্পূৰ্ণ হোৱালৈকে আপোনাৰ ডিভাইচৰ শীৰ্ষত আপোনাৰ আঙুলিটো ৰাখক আৰু উঠাওক৷ |
Repeatedly lift and rest your finger on the sensor on the top of your device until setup is complete. |
| 282 | পাৱাৰ বুটাম স্পৰ্শ কৰক |
Touch the power button |
| 283 | ছেটআপ সম্পূৰ্ণ হোৱালৈকে পাৱাৰ বুটামত বাৰে-বাৰে আপোনাৰ আঙুলিটো ৰাখক আৰু উঠাওক৷ |
Repeatedly lift and rest your finger on the power button until setup is complete. |
| 284 | ছেটআপ সম্পূৰ্ণ হোৱালৈকে চেনছৰত বাৰে-বাৰে আপোনাৰ আঙুলিটো ৰাখক আৰু উঠাওক৷ |
Repeatedly lift and rest your finger on the sensor until setup is complete. |
| 285 | আপোনাৰ আঙুলিটো আঙুলিৰ চিহ্ন চেন্সৰত ছোৱাইপ কৰক৷ |
Swipe your finger on the fingerprint sensor |
| 286 | Windows Hello ছেটআপ সম্পূৰ্ণ নোহোৱালৈকে ছোৱাইপ কৰাটো অব্যাহত ৰাখক৷ |
Continue swiping until Windows Hello setup is complete. |
| 287 | এতিয়া অন্য এটা কোণত চেষ্টা কৰক |
Now try another angle |
| 288 | আপোনাৰ মুদ্ৰণৰ কাষবোৰ কেপচাৰ কৰিবলৈ পৃথক কোণসমূহ্ত আপোনাৰ আঙুলি ৰাখক আৰু উঠাওক৷ |
Rest and lift your finger at different angles to capture the edges of your print. |
| 289 | এতিয়া আপোনাৰ আঙুলিৰ কাষৰে ছোৱাইপ কৰক |
Now swipe with the sides of your finger |
| 290 | আপোনাৰ মুদ্ৰণৰ কাষবোৰ কেপচাৰ কৰিবলৈ ছোৱাইপ কৰাটো অব্যাহত ৰাখক৷ |
Continue swiping to capture the edges of your print. |
| 291 | সুন্দৰ, পুনৰ চেন্সৰ স্পৰ্শ কৰক |
Great, touch sensor again |
| 292 | আপোনাৰ আঙুলি ৰাখক আৰু উঠাওক |
Keep resting and lifting your finger |
| 293 | উঠাওক আৰু পুনৰ স্পৰ্শ কৰক |
Lift and touch again |
| 294 | আপোনাৰ আঙুলি উঠাওক আৰু চেন্সৰত আকৌ স্পৰ্শ কৰক |
Lift your finger and touch the sensor again |
| 295 | সুন্দৰ, এটা পৃথক কোণত চেষ্টা কৰক |
Great, try a different angle |
| 297 | প্ৰত্যেক স্পৰ্শতে আপোনাৰ আঙুলি লৈ যাওক |
Move your finger with each touch |
| 298 | পুনৰ ছোৱাইপ কৰক |
Swipe again |
| 299 | সুন্দৰ, ছোৱাইপ কৰি থাকক |
Great, keep swiping |
| 300 | আপোনাৰ আঙুলি ছোৱাইপ কৰক |
Swipe your finger |