File name: | Windows.UI.CredDialogController.dll.mui |
Size: | 8192 byte |
MD5: | a7c46887f5527f532a0862c984fc5f94 |
SHA1: | 939ba53aa5c79044de3f581fda38a051d72f01f3 |
SHA256: | d6b6a9b7bc4b0b4e424211dbe240c64aa1ffdb8840df2caccfd218e5ab0aadce |
Operating systems: | Windows 10 |
Extension: | MUI |
If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.
id | Assamese | English |
---|---|---|
100 | নিৰ্দ্ধাৰিত নেটৱৰ্ক পাছৱৰ্ডটো শুদ্ধ নহয়৷ | The specified network password is not correct. |
101 | প্ৰথমবাৰ লগিং কৰাৰ পূৰ্বে ব্যৱহাৰকৰ্তাৰ পাছৱৰ্ডটো সলনি কৰিবই লাগিব৷ | The user’s password must be changed before logging on the first time. |
102 | এই অপাৰেচন চলোৱাৰ পূৰ্বে EAS পলিচিয়ে ব্যৱহাৰকৰ্তাই তেওঁলোকৰ পাছৱৰ্ড সলনি কৰাতো বিচাৰে৷ | EAS policy requires that the user change their password before this operation can be performed. |
103 | অশুদ্ধ পাছৱৰ্ড৷ | Incorrect password. |
104 | প্ৰৱেশ নিষেধ৷ | Access is denied. |
105 | নেটৱৰ্ক প্ৰৱেশাধিকাৰক অস্বীকাৰ কৰা হৈছে৷ | Network access is denied. |
106 | ব্যৱহাৰকৰ্তা নাম বা পাছৱৰ্ড অশুদ্ধ৷ | The user name or password is incorrect. |
107 | একাউণ্ট প্ৰতিবন্ধকতাই এই ব্যৱহাৰকৰ্তাক ছাইন ইন কৰাত বাধা দি আছে৷ উদাহৰণ স্বৰূপে: খালী পাছৱৰ্ডৰ অনুমতি নাই, ছাইন-ইন সময় সীমিত, বা এক নীতিগত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে৷ | Account restrictions are preventing this user from signing in. For example: blank passwords aren’t allowed, sign-in times are limited, or a policy restriction has been enforced. |
108 | আপোনাৰ একাউণ্টত সময় প্ৰতিবন্ধকতা আছে যি আপোনাক এতিয়া ছাইন ইন কৰি ৰাখে৷ | Your account has time restrictions that keep you from signing in right now. |
109 | এই কম্পিউটাৰত ছাইন ইন কৰিবলৈ এই ব্যৱহাৰকৰ্তাক অনুমতি দিয়া হোৱা নাই৷ | This user isn’t allowed to sign in to this computer. |
110 | এই একাউণ্টৰ বাবে থকা পাছৱৰ্ডৰ সময়-সীমা উকলিল৷ | The password for this account has expired. |
111 | এই একাউণ্টটো সম্প্ৰতি অক্ষম হৈ থকাৰ কাৰণে এই ব্যৱহাৰকৰ্তাই ছাইন ইন কৰিব নোৱাৰে৷ | This user can’t sign in because this account is currently disabled. |
112 | নিৰ্ধাৰিত ব্যৱহাৰকৰ্তা নামটো অমান্য৷ | The specified username is invalid. |
113 | এই একাউণ্টৰ বাবে দিনটোৰ অস্বীকৃতিপ্ৰাপ্ত সময়ত লগ ইন কৰিবলৈ প্ৰয়াস কৰি থকা হৈছে৷ | Attempting to log in during an unauthorized time of day for this account. |
114 | আপুনি আপোনাৰ ডিভাইচত সলনি কৰিবলৈ এই এপ্প্টোক অনুমতি দিব বিচাৰেনে? | Do you want to allow this app to make changes to your device? |
116 | আপুনি আপোনাৰ ডিভাইচত চফট্ৱেৰ স্থাপন কৰিবলৈ এই এপ্প্টোক অনুমতি দিব বিচাৰেনে? | Do you want to allow this app to install software on your device? |
117 | আপুনি আপোনাৰ ডিভাইচৰ পৰা চফট্ৱেৰ আঁতৰাবলৈ এই এপ্প্টোক অনুমতি দিব বিচাৰেনে? | Do you want to allow this app to remove software from your device? |
118 | আপুনি আপোনাৰ ডিভাইচত চফট্ৱেৰ আপডেট কৰিবলৈ এই এপ্প্টোক অনুমতি দিব বিচাৰেনে? | Do you want to allow this app to update software on your device? |
119 | আপুনি আপোনাৰ ডিভাইচত সলনি কৰিবলৈ কোনো অজ্ঞাত প্ৰকাশকৰ পৰা এই এপ্প্টোক অনুমতি দিব বিচাৰেনে? | Do you want to allow this app from an unknown publisher to make changes to your device? |
120 | আপোনাক সুৰক্ষা প্ৰদানৰ বাবে এই এপ্প্টোক অৱৰোধ কৰা হৈছে৷ | This app has been blocked for your protection. |
121 | আপোনাৰ ডিভাইচক সুৰক্ষা প্ৰদানৰ বাবে %1-এ এই এপ্প্টোক অৱৰোধ কৰিছে৷ | %1 blocked this app to protect your device. |
122 | জাৰী ৰাখিবলৈ, কোনো ব্যৱস্থাপক পাছৱৰ্ড টাইপ কৰক আৰু তেতিয়া হয় ক্লিক কৰক৷ | To continue, enter an admin user name and password. |
123 | ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰক | Downloaded from the Internet |
124 | এই কম্পিউটাৰত আঁতৰাব পৰা মেডিয়া | Removable media on this computer |
125 | এই কম্পিউটাৰত হাৰ্ড ড্ৰাইভ | Hard drive on this computer |
126 | নেটৱৰ্ক ড্ৰাইভ | Network drive |
127 | CD/DVD ড্ৰাইভ | CD/DVD drive |
128 | প্ৰকাশকৰ প্ৰমাণপত্ৰৰ বিষয়ে তথ্য দেখুৱাওক | Show information about the publisher’s certificate |
139 | এই জাননী প্ৰদৰ্শন হোৱাৰ সময়ত পৰিবৰ্তন কৰক | Change when these notifications appear |
140 | আপোনাৰ প্ৰত্যয়পত্ৰসমূহ প্ৰৱেশ কৰাবলৈ Control+Alt+Delete হেঁচক৷ | Press Ctrl+Alt+Delete to enter your credentials |
141 | আপোনাৰ প্ৰত্যয়পত্ৰসমূহ প্ৰৱেশ কৰাবলৈ Control+Alt+End হেঁচক৷ | Press Ctrl+Alt+End to enter your credentials |
142 | আপোনাৰ প্ৰত্যয়পত্ৰসমূহ প্ৰৱেশ কৰাবলৈ Ctrl+Alt+Delete হেঁচক বা Windows নিৰাপত্তা বুটামটো ব্যৱহাৰ কৰক৷ | Press Ctrl+Alt+Delete or use the Windows Security button to enter your credentials |
143 | Windows বুটাম হেঁচক আৰু ধৰি ৰাখক, আৰু ইয়াৰ পিছত পাৱাৰ বুটামটো হেঁচক | Press and hold the Windows button, and then press the power button |
144 | Ctrl+Alt+Delete হেঁচক বা Windows বুটামটো হেঁচক আৰু ধৰি ৰাখক, আৰু তাৰপিছত আপোনাৰ ক্ৰিডেনছিয়েলসমূহ প্ৰৱেশ কৰাবলৈ পাৱাৰ বুটামটো হেঁচক | Press Ctrl+Alt+Delete or press and hold the Windows button, and then press the power button to enter your credentials |
145 | পাৱাৰ বুটামটো হেঁচক আৰু ধৰি ৰাখক আৰু তাৰপিছত আপোনাৰ ক্ৰিডেনছিয়েলসমূহ প্ৰৱেশ কৰাবলৈ ভলিউম ডাউন বুটামটো হেঁচক৷ | Press and hold the power button, and then press the volume down button to enter your credentials |
146 | Ctrl+Alt+Delete হেঁচক বা পাৱাৰ বুটামটো হেঁচক আৰু ধৰি থাকক, আৰু তাৰপিছত আপোনাৰ ক্ৰিডেনছিয়েলসমূহ প্ৰৱেশ কৰাবলৈ ভলিউম ডাউন বুটামটো হেঁচক | Press Ctrl+Alt+Delete or press and hold the power button, and then press the volume down button to enter your credentials |
147 | প্ৰামাণীক Windows ছাইন ইন স্ক্ৰীণত মোৰ ক্ৰিডেনচিয়েলসমূহ প্ৰৱেশ কৰাওক | Enter my credentials on the authentic Windows sign-in screen |
149 | এই এপ্প্ চলি থকাৰ পৰা ব্যৱস্থাপকে আপোনাক অৱৰোধ কৰিছে৷ অধিক তথ্যৰ কাৰণে, ব্যৱস্থাপকৰ লগত যোগাযোগ কৰক৷ | An administrator has blocked you from running this app. For more information, contact the administrator. |
150 | এই ফাইলটো এক অবিশ্বাসী অৱস্থানৰ পৰা আহিছে৷ আপুনি ইয়াক চলাব বিচাৰে বুলি নিশ্চিতনে? |
This file is from an untrusted location. Are you sure you want to run it? |
151 | অজ্ঞাত | Unknown |
152 | Microsoft Windows | Microsoft Windows |
153 | অজ্ঞাত প্ৰ'গ্ৰাম | Unknown program |
File Description: | ক্ৰিডেনছিয়েল UX ডায়েলগ নিয়ন্ত্ৰক |
File Version: | 10.0.15063.0 (WinBuild.160101.0800) |
Company Name: | Microsoft Corporation |
Internal Name: | Windows.UI.CredDialogController.dll |
Legal Copyright: | © Microsoft Corporation. সৰ্ব্বস্বত্ব সংৰক্ষিত৷ |
Original Filename: | Windows.UI.CredDialogController.dll.MUI |
Product Name: | Microsoft® Windows® Operating System |
Product Version: | 10.0.15063.0 |
Translation: | 0x44D, 1200 |