| File name: | MusNotificationUx.exe.mui |
| Size: | 16384 byte |
| MD5: | 9c108d0f3a2ad467ca89b2d9bb8658cb |
| SHA1: | 869f2bec9d9a8ba66094f4122f7627a827bf4707 |
| SHA256: | c5c77386600fcd1097a8ffab442ebc4aca720c3f91f15c1702aac2fb6c0b5d5f |
| Operating systems: | Windows 10 |
| Extension: | MUI |
| In x64: | MusNotificationUx.exe MusNotificationUx.exe (32-bit) |
If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.
| id | Assamese | English |
|---|---|---|
| 100 | Windows Update | Windows Update |
| 101 | হেডছ আপ | Heads up |
| 102 | আমি এটা আৱশ্যকীয় আপডেট ডাউনল'ড কৰিব লাগিব৷ সমাধান কৰিবৰ বাবে এই বাৰ্তাটো চয়ন কৰক৷ | We need to download a required update. Select this message to fix. |
| 103 | পুনৰাৰম্ভ %1.-ত সূচীবদ্ধ কৰা হৈছে | Restart scheduled at %1. |
| 104 | আমি এতিয়া পুনৰাৰম্ভ কৰিব নোৱাৰোঁ৷ | We couldn't restart right now. |
| 105 | আমি আপোনাৰ ডিভাইচ আপডেট কৰিব নোৱাৰোঁ কিয়নো আমি কিছুমান সমস্যা পাইছোঁ৷ সেইবোৰ কেনেদৰে ঠিক কৰিব লাগে আমি আপোনাক দেখুৱাম৷ | We can't update your device because we found some issues. We'll show you how to fix them. |
| 106 | আমি আপোনাৰ আপডেট ডাউনলোড কৰা সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ৷ | We can't finish downloading your update. |
| 107 | আপোনাক কিছুমান আপডেটৰ প্ৰয়োজন৷ | You need some updates. |
| 108 | প্ৰত্যেকবাৰতে উন্নত হয় | Better every time |
| 109 | আমি আপডেটবোৰ স্থাপন কৰা সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ৷ | We couldn't finish installing updates. |
| 110 | আমি কিছুমান আপডেট স্থাপন কৰিলোঁ আৰু কিছুমান সমস্যা সমাধান কৰিলোঁ৷ | We installed some updates and fixed a few issues. |
| 111 | কিছুমান আপডেট সঠিক ভাৱে স্থাপন হোৱা নাই৷ | Some updates didn't install correctly. |
| 112 | অধিক জানিবলৈ এই বাৰ্তাটো বাছনি কৰক৷ | Select this message to learn more. |
| 113 | আমি সোনকালেই আপডেট কৰি Windows উন্নত কৰিবলৈ গৈ আছো৷ আমি পুনৰাৰম্ভ কৰাৰ সময়ত এটা স্মাৰক দেখুৱাম৷ | We're going to make Windows better by updating soon. We'll show a reminder when we're going to restart. |
| 114 | পৰিৱৰ্তন কৰিবলৈ এই বাৰ্তাটো বাছনি কৰক৷ | Select this message to change. |
| 115 | সমাধান কৰিবলৈ এই বাৰ্তাটো বাছনি কৰক৷ | Select this message to fix. |
| 116 | স্থাপন কৰিবলৈ এই বাৰ্তাটো বাছনি কৰক৷ | Select this message to install. |
| 117 | আপডেটবোৰ স্থাপন কৰিব নোৱাৰি৷ | Can't install updates. |
| 118 | আমি আপোনাৰ ডিভাইচ আপডেট কৰিব নোৱাৰিলোঁ৷ | We couldn't update your device. |
| 119 | অধিক জানক আৰু আপোনাৰ ডিভাইচ পুনৰাৰম্ভ কৰাৰ বাবে নতুন সময় এটা অনুসূচীত কৰক৷ | Learn more and schedule a new time to restart your device. |
| 120 | প্ৰয়োজনীয় আপডেটবোৰ স্থাপন কৰা আৱশ্যক৷ | Required updates need to be installed. |
| 121 | স্থাপন কৰক | Install |
| 123 | আমি আপোনাৰ PC-টো আপ-টু-ডেট পাইছো৷ | We're getting your PC up to date. |
| 124 | এতিয়া পুনৰাৰম্ভ কৰক | Restart now |
| 126 | গুৰুত্বপূৰ্ণ আপডেট উপলব্ধ হৈছে৷ আপোনাৰ মেচিন অন কৰি ৰাখক যাতে আমি আপুনি কম্পিউটাৰ ব্যৱহাৰ নকৰাৰ সময়ত ডাউনলোড আৰু প্ৰক্ৰিয়া চলাব পাৰোঁ৷ | Important updates are available. Please leave your machine on so we can download and process them while you aren't using your computer. |
| 127 | ছেটিংছলৈ যাওক | Go To Settings |
| 128 | ছেটিংছ দৰ্শন কৰক | View settings |
| 129 | Windows-ত কি নতুন আছে বা পৰিৱৰ্তন হৈছে চাওক | See what's new or changed in Windows |
| 401 | অনুসূচী | Schedule |
| 402 | অন্তিম সুযোগ! | Last chance! |
| 403 | আপডেটবোৰ স্থাপন কৰাৰ বাবে %1-ত এক পুনৰাৰম্ভ অনুসূচীত কৰা হৈছে৷ এয়া যদি উচিত সময় নহয় ইয়াক পিছুৱাওঁক৷ | A restart is scheduled to install updates at %1. Postpone if this isn't a good time. |
| 404 | আমি কিছুমান আপডেট স্থাপন কৰিবলৈ সাজু৷ | We're ready to install some updates. |
| 405 | এতিয়া আপডেটবোৰ স্থাপন কৰাৰ বাবে পুনৰাৰম্ভ কৰক, বা পিছৰ বাবে অনুসূচিত কৰক৷ | Restart to install updates now, or schedule for later. |
| 406 | আপডেটবোৰ উপলব্ধ | Updates are available |
| 407 | প্ৰয়োজনীয় আপডেটবোৰ ডাউনলোড কৰা আৱশ্যক৷ | Required updates need to be downloaded. |
| 408 | আপডেট দৰ্শন কৰক | View updates |
| 409 | আপডেট ডাউনলোড কৰিব নোৱাৰি | Can't download updates |
| 410 | আমি কিছুমান আপডেট ডাউনলোড কৰিব নোৱাৰিলোঁ৷ | We couldn't download some updates. |
| 411 | অধিক তথ্য | More info |
| 412 | আমি আপোনাৰ ডিভাইচ আপডেট কৰিব পৰা নাছিলো৷ | We weren't able to update your device. |
| 413 | পুনৰাৰম্ভ কৰিবলৈ নতুন সময় এটা অনুসূচীত কৰক৷ | Schedule a new time to restart. |
| 415 | বন্ধ কৰক | Close |
| 416 | স্বয়ংক্ৰিয় পুনৰাৰম্ভ অনুসূচীত কৰা হৈছে | Automatic restart scheduled |
| 417 | আপডেটবোৰ স্থাপন সম্পূৰ্ণ কৰাৰ বাবে আপোনাৰ ডিভাইচটো %1-ত পুনৰাৰম্ভ হ'ব৷ আপোনাৰ কাম সঞ্চিত কৰিবলৈ বন্ধ কৰক বাছনি কৰক, বা লগে লগে পুনৰাৰম্ভ কৰিবলৈ এতিয়া পুনৰাৰম্ভ কৰক বাছনি কৰক৷ | Your device will restart at %1 to finish installing updates. Select Close to save your work, or Restart now to restart right away. |
| 418 | আপডেটবোৰ স্থাপন কৰিব নোৱাৰি | Can't install updates |
| 419 | আমি আপডেটবোৰ স্থাপন কৰিব নোৱাৰিলোঁ৷ | We weren't able to install updates. |
| 422 | আপডেটবোৰ স্থাপন সম্পূৰ্ণ কৰাৰ বাবে আমি %1-ত পুনৰাৰম্ভ কৰিম৷ আপোনাৰ কাম সঞ্চিত কৰিবলৈ বন্ধ কৰক বাছনি কৰক, বা অহাকালি পুনৰ চেষ্টা কৰিবলৈ পিছুৱাওঁক৷ | We'll restart at %1 to finish installing updates. Select Close to save your work, or Postpone to try again tomorrow. |
| 424 | পিছুৱাওঁক | Postpone |
| 425 | পুনৰ সূচীবদ্ধ কৰক | Reschedule |
| 430 | আপডেট সম্পূৰ্ণ | Update complete |
| 431 | আপোনাৰ আপডেট সম্পূৰ্ণ, কিন্তু ইয়াত কিছুমান সমস্যা আছে৷ যদি বস্তুবিলাকে সঠিককৈ কাম কৰি থকা নাই, আপোনাৰ ডাটা বেকআপ কৰিবলৈ চেষ্টা কৰক আৰু ইয়াৰ পিছত মোৰ ফোন ৰিছেট কৰক ব্যৱহাৰ কৰক৷ | Your update completed, but there were some problems. If things aren't working right, try backing up your data and then using Reset My Phone. |
| 433 | বৰ্খাস্ত কৰক | Dismiss |
| 435 | আপডেটসমূহ স্থাপন কৰিবলৈ সাজু | Ready to install updates |
| 436 | আপডেটসমূহ স্থাপন কৰিবলৈ এতিয়া পুনৰাৰম্ভ কৰক | Restart to install updates now |
| 437 | ডিভাইচটো আপডেট কৰিব নোৱাৰি | Couldn’t update device |
| 439 | আপোনাৰ আপডেট সম্পূৰ্ণ হৈছে, কিন্তু ইয়াত কিছুমান সমস্যা আছিল৷ যদি বস্তুবিলাকে সঠিককৈ কাম কৰি থকা নাই, তেন্তে আপোনাৰ ডাটাৰ বেকআপ লৈ চেষ্টা কৰক আৰু তাৰপিছত ডিভাইচ ৰিছেট কৰক ব্যৱহাৰ কৰক৷ | Your update completed, but there were some problems. If things aren't working right, try backing up your data and then using Reset device. |
| 440 | এয়া প্ৰায় আপোনাৰ ডিভাইচ পুনৰাৰম্ভ কৰাৰ সময় | It's almost time to restart your device |
| 441 | আপডেটসমূহ স্থাপন কৰাটো সমাপ্ত কৰিবলৈ %1-ত আপোনাৰ ডিভাইচ পুনৰাৰম্ভ হ'ব৷ যদি এইবাৰত আপোনাৰ বাবে কাম কৰে, তেন্তে নিশ্চিত কৰক চয়ন কৰক৷ আপুনি বিচাৰিলে, আপুনি এতিয়া পুনৰাৰম্ভ কৰিব পাৰে বা এটা পৃথক সময়ত পুনৰ সময়সূচী তৈয়াৰ কৰিব পাৰে৷ | Your device will restart at %1 to finish installing updates. If this time works for you, select Confirm. If you want, you can restart now or reschedule for a different time. |
| 444 | নিশ্চিত কৰক | Confirm |
| 445 | আমি আপোনাৰ বাবে এটা আপডেট লাভ কৰিছোঁ | We've got an update for you |
| 446 | Windows হৈছে এটা সেৱা আৰু এইটো ভালকৈ চলি থাকিবৰ কাৰণে আপডেটসমূহ হৈছে এটা সাধাৰণ অংশ৷ আপোনাৰ আপডেট %1-ৰ কাৰণে অনুসূচী কৰা হৈছে৷ বা, যদি আপুনি এইটো এতিয়া কৰিবলৈ সাজু হৈছে, তেন্তে এতিয়া পুনৰাৰম্ভ কৰক চয়ন কৰক৷ | Windows is a service and updates are a normal part of keeping it running smoothly. Your update is scheduled for %1. Or, select Restart now if you're ready to do it now. |
| 448 | অন্য সময় | Another time |
| 449 | ঠিক | OK |
| 450 | প্ৰায় আপোনাৰ পুনৰাৰম্ভ কৰাৰ সময় | Almost time for your restart |
| 451 | আপডেটসমূহ স্থাপন কৰিবলৈ আপোনাৰ ডিভাইচ %1-ত পুনৰাৰম্ভ হ'ব৷ যদি এইবাৰ কাম কৰে, তেন্তে নিশ্চিত কৰক চয়ন কৰক বা পুনৰ সময়সূচী তৈয়াৰ কৰিবলৈ ছেটিংছ আপডেট আৰু নিৰাপত্তা ফোন আপডেট দৰ্শন কৰিব পাৰে৷ | Your device will restart at %1 to install updates. If this time works, select Confirm or you can visit Settings Update & Security Phone Update to reschedule. |
| 544 | আপুনি এটা আপডেট লাভ কৰি আছে | You’re getting an update |
| 545 | আপোনাৰ প্ৰতিষ্ঠানে Windows আপডেট সমাপ্ত কৰিবলৈ %1-ত আপোনাৰ ডিভাইচ পুনৰাৰম্ভ কৰিব৷ ইয়াৰ পূৰ্বেই আপুনি আপোনাৰ কামবোৰ সংৰক্ষণ কৰাটো নিশ্চিত কৰক৷ বা, যদি আপুনি সাজু হৈ আছে তেন্তে এতিয়াই পুনৰাৰম্ভ কৰক৷ | Your organization will restart your device at %1 to finish updating Windows. Make sure you save your work before then. Or, restart now if you're ready. |
| 566 | Windows হৈছে এটা সেৱা আৰু এইটো ভালকৈ চলি থাকিবৰ কাৰণে আপডেটসমূহ হৈছে এটা সাধাৰণ অংশ৷ এইটো স্থাপন কৰোঁতে আমাক আপোনাৰ সহায়ৰ প্ৰয়োজন৷ সাজুনে? এতিয়া পুনৰাৰম্ভ কৰক৷ সাজু নহয় নেকি? আপোনাৰ বাবে কাম কৰা এটা সময় বাছক৷ |
Windows is a service and updates are a normal part of keeping it running smoothly. We need your help installing this one. Ready? Restart now. Not ready? Pick a time that works for you. |
| 567 | একেলগে উন্নত কৰোঁ আহক | Let's get better together |
| 568 | এই আপডেটৰ সময়ত সুপ্ত নকৰিব - আমি Windows ভালকৈ আৰু অধিক নিৰাপদে চলিব পৰাকৈ শেহতীয়া উন্নতিসমূহ আপোনাৰ থকাটো বিচাৰোঁ৷ সাজুনে? এতিয়া পুনৰাৰম্ভ কৰক৷ সাজু নহয় নেকি? আপোনাৰ বাবে কাম কৰা এটা সময় বাছক৷ |
Don't sleep on this update - we want you to have the latest improvements so Windows runs smoothly and more securely. Ready? Restart now. Not ready? Pick a time that works for you. |
| 569 | ভালৰ কাৰণে কাউণ্টডাউন... | Countdown to goodness... |
| 570 | আমি আপুনি %1ত অনুসূচী কৰি থোৱা আপডেট কৰিবলৈ গৈছো৷ বা আপুনি এইটো এতিয়া কৰিবলৈ সাজু হ'লে পুনৰাৰম্ভ কৰক চয়ন কৰক৷ | We're going to do the update you scheduled at %1. Or, select Restart now if you're ready to do it now. |
| 571 | মোক পিছত সোঁৱৰাই দিব | Remind me later |
| 572 | আমাৰ Groove পুনৰ ঘূৰাই আনো আহক | Let's get our groove back |
| 573 | আপোনাৰ ডিভাইচে %2ত %1ত আমাৰ তাৰিখ নেদেখুওৱাৰ কাৰণে আমি Windows আপডেট কৰিব নোৱাৰিলো৷ এইটো অফ হৈ আছিল বা বেটাৰী কম আছিল নেকি? পুনৰ আগবাঢ়িবলৈ এতিয়া পুনৰাৰম্ভ কৰক চয়ন কৰক৷ | We couldn't update Windows because your device didn't show up for our date at %1 on %2. Maybe it was turned off or the battery was low? Select Restart now to get going again. |
| 574 | এক ঘণ্টা অপেক্ষা কৰক | Wait an hour |
| 575 | আপোনাৰ সূচীৰ পৰা এইটো বন্ধ কৰোঁ আহক | Let's cross this one off your list |
| 576 | এতিয়া আপ টু ডেট হোৱাৰ অৰ্থ হৈছে Windows উন্নতভাৱে চলিব আৰু অধিক নিৰাপদ হ'ব৷ এই আপডেট স্থাপন কৰিবলৈ আমাক আপোনাৰ সহায়ৰ প্ৰয়োজন৷ সাজুনে? এতিয়া পুনৰাৰম্ভ কৰক৷ সাজু নহয় নেকি? আপোনাৰ বাবে কাম কৰা এটা সময় বাছক৷ |
Getting up to date now means Windows will run better and be more secure. We need your help installing this update. Ready? Restart now. Not ready? Pick a time that works for you. |
| 577 | Windows হৈছে এটা সেৱা আৰু এইটো ভালকৈ চলি থাকিবৰ কাৰণে আপডেটসমূহ হৈছে এটা সাধাৰণ অংশ৷ এইটো স্থাপন কৰোঁতে আমাক আপোনাৰ সহায়ৰ প্ৰয়োজন৷ সাজুনে? আপোনাৰ বাবে কাম কৰা এটা সময় বাছক৷ |
Windows is a service and updates are a normal part of keeping it running smoothly. We need your help installing this one. Ready? Pick a time that works for you. |
| 578 | এই আপডেটৰ সময়ত সুপ্ত নকৰিব - আমি Windows ভালকৈ আৰু অধিক নিৰাপদে চলিব পৰাকৈ আপোনাৰ শেহতীয়া উন্নতি থকাটো বিচাৰোঁ৷ সাজুনে? আপোনাৰ বাবে কাম কৰা এটা সময় বাছক৷ |
Don't sleep on this update - we want you to have the latest improvements so Windows runs smoothly and more securely. Ready? Pick a time that works for you. |
| 579 | এতিয়া আপ টু ডেট হোৱাৰ অৰ্থ হৈছে Windows উন্নতভাৱে চলিব আৰু অধিক নিৰাপদ হ'ব৷ এই আপডেট স্থাপন কৰিবলৈ আমাক আপোনাৰ সহায়ৰ প্ৰয়োজন৷ সাজুনে? আপোনাৰ বাবে কাম কৰা এটা সময় বাছক৷ |
Getting up to date now means Windows will run better and be more secure. We need your help installing this update. Ready? Pick a time that works for you. |
| 580 | আপুনি %2ত %1ত অনুসূচী কৰি থোৱা আপডেট কৰিবলৈ গৈছো৷ সাজু নহয় নেকি? আপোনাৰ বাবে কাম হোৱা এটা সময় বাছক৷ | We’re going to do the update you scheduled at %1 on %2. Not ready? Pick a time that works for you. |
| 582 | এটা সময় বাছক | Pick a time |
| 583 | স্নুজ | Snooze |
| 584 | স্নুজ কৰি ৰাখক | Keep snoozing |
| 585 | মোক বাগিং কৰি ৰাখক | Keep bugging me |
| File Description: | MusNotificationUx.exe |
| File Version: | 10.0.15063.0 (WinBuild.160101.0800) |
| Company Name: | Microsoft Corporation |
| Internal Name: | MusNotificationUx.exe |
| Legal Copyright: | © Microsoft Corporation৷ সৰ্বস্বত্ব সংৰক্ষিত৷ |
| Original Filename: | MusNotificationUx.exe.mui |
| Product Name: | Microsoft® Windows® Operating System |
| Product Version: | 10.0.15063.0 |
| Translation: | 0x44D, 1200 |