SyncRes.dll.mui ActiveSync সম্পদসমূহ 8d682e3c84066b3f05b1b6a888b08484

File info

File name: SyncRes.dll.mui
Size: 31232 byte
MD5: 8d682e3c84066b3f05b1b6a888b08484
SHA1: ca1867da8be166df6d27889cd85089ef7a8b48eb
SHA256: 19fda3d6384944b1be68d5d4108fd0226968ab2d31fe0f57157bb8d2bc6683d6
Operating systems: Windows 10
Extension: MUI

Translations messages and strings

If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.

id Assamese English
1020ছাৰ্ভাৰ server
1024আমি ছাৰ্ভাৰৰ পৰা সকলো টোকা ডাউনল'ড কৰিব নোৱাৰা যেন পৰিলক্ষিত হৈছে৷ আপুনি এতিয়াও Outlook বা ব্ৰাউজাৰত এটা PC-ত এই টোকাসমূহ সম্পাদনা কৰিব পাৰিব, কিন্তু আপুনি যদি সেইবিলাক আপোনাৰ ডিভাইচত সম্পাদনা কৰে, তেন্তে আপুনি কৰা পৰিবৰ্তনসমূহ ছাৰ্ভাৰত থকা টোকাসমূহক অধিলেখন কৰিব৷ We can't seem to download all these notes from the server. You can still edit these notes on a PC in Outlook or a browser, but if you edit them on your device your changes will overwrite the notes on the server.
1026কিছুমান প্ৰাপ্তকৰ্তাই এই বাৰ্তাটো লাভ নকৰিলে৷

বিষয়: %2!s!

আমি এই প্ৰাপ্তকৰ্তাসকলক নাপালো:

%1!s! on %3!s! %4!s!

এই প্ৰাপ্তকৰ্তাসকলৰ মেইলবক্স পূৰ্ণ হৈ থাকিব পাৰে বা ইমেইল মেইল ঠিকনা অশুদ্ধ হ'ব পাৰে৷


Some of the recipients didn't get this message.

Subject: %2!s!

We couldn't reach these recipients:

%1!s! on %3!s! %4!s!

The mailbox for these recipients may be full or the email mail address may be incorrect.


1027আপোনাৰ বাৰ্তা

লৈ: %1!s!
বিষয়: %2!s!

%3!s! %4!s!-ত পঢ়িলে

Your message

To: %1!s!
Subject: %2!s!

was read on %3!s! %4!s!

1028আপোনাৰ বাৰ্তা

লৈ: %1!s!
বিষয়: %2!s!

এই প্ৰাপ্তকৰ্তাসকললৈ ডেলিভাৰ কৰা হ'ল:

%1!s! on %3!s! %4!s!

Your message

To: %1!s!
Subject: %2!s!

was delivered to these recipients(s):

%1!s! on %3!s! %4!s!

1029আমি এতিয়া ছিনক্ৰ'নাইজ কৰিব নোৱাৰোঁ৷ কিন্তু আপুনি https://answers.microsoft.com-ত এই ত্ৰুটি কোডটোৰ বিষয়ে অধিক তথ্য বিচাৰিবলৈ সক্ষম হ'ব৷ We can’t sync right now. But you may be able to find more information about this error code at https://answers.microsoft.com.
1034অজ্ঞাত unknown
1045আপোনাৰ বাৰ্তা

লৈ: %1!s!
বিষয়: %2!s!

%3!s! %4!s!-ত নপঢ়াকৈ বিলোপ কৰা হৈছে

Your message

To: %1!s!
Subject: %2!s!

was deleted without being read on %3!s! %4!s!

1088আমি আপোনাৰ এটা বা অধিক ইমেইল বাৰ্তা প্ৰেৰণ কৰিব নোৱাৰিলো৷ আমি ছিনক্ৰ' কৰিলে, পৰৱৰ্তী সময়ত প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিম৷ যদি ই জৰুৰী হয়, আপোনাৰ এটা সংযোগ থকাটো নিশ্চিত কৰক, ইয়াৰ পিছত ছিনক্ৰ' কৰক৷ We couldn't send one or more of your email messages. We'll try sending them the next time we sync. If this is urgent, make sure you have a connection, then tap Sync.
1089আমি আপোনাৰ ডিভাইচলৈ এটা বা অধিক সংলগ্ন ছিনক্ৰ'নাইজ কৰিব নোৱাৰিলো৷ এইটো পুনৰাই কৰিবলৈ, ডাউনল'ডৰ বাবে আপোনাৰ ই-মেইলত থকা প্ৰতিটো সংলগ্ন চিহ্নিত কৰক আৰু পুনৰাই ছিনক্ৰ'নাইজ কৰক৷ We couldn't sync one or more attachments to your device. To try this again, mark each attachment for download in your email and sync again.
1090আপোনাৰ ডিভাইচ your device
1104বিষয়: %1!.200s! Subject: %1!.200s!
1105আৰম্ভ: %1!s! %2!.200s! Start: %1!s! %2!.200s!
1106সমাপ্ত: %1!s! %2!.200s! End: %1!s! %2!.200s!
1107এই ৰূপে ভৰ্তি কৰা হৈছে: %1!.200s! Filed as: %1!.200s!
1109প্ৰেৰক: %1!.200s! From: %1!.200s!
1111সময়: %1!.200s! Time: %1!.200s!
1112প্ৰাপ্ত কৰিলে: %1!.200s! Received: %1!.200s!
1113প্ৰেৰিত: %1!.200s! Sent: %1!.200s!
1115দেয়: %1!.200s! Due: %1!.200s!
1117মিছ কৰা আইটেমসমূহ: Missed Items:
1118এই দৰে নাম দিছে: %1!.200s! Named as: %1!.200s!
1119ID: %1!.200s! ID: %1!.200s!
1200আপোনাৰ চেলুলাৰ ডিভাইচ অফ হৈ থকাৰ বাবে বা এয়াৰপ্লেন মোডত থকাৰ বাবে এইটো হ'ব পাৰে৷ This may be because your cellular device is turned off or in airplane mode.
1201আপোনাৰ কোনো চেলুলাৰ, WLAN বা Wi-Fi ডাটা সংযোগ ছেট আপ নাই৷ তথ্য ছিনক্ৰ' কৰিবৰ বাবে এটা সংযোগ যোগ কৰক৷ You don't have a cellular, WLAN, or Wi-Fi data connection set up. To sync information, add a connection.
1202আপোনাৰ ডিভাইচটো এয়াৰপ্লেন মোডত আছে। Your device is in airplane mode.
1203আপোনাৰ চেলুলাৰ ডাটা সংযোগ অফ হৈ থকাৰ বাবে এইটো হ'ব পাৰে৷ This may be because your cellular data connections are turned off.
1204আপোনাৰ চেলুলাৰ ডাটা ৰোমিং সংযোগ অফ হৈ থকাৰ বাবে এইটো হ'ব পাৰে৷ This may be because your cellular data roaming connection is turned off.
1205এই ইভেণ্টটো %1!s! লৈ ছিনক্ৰ' কৰিব নোৱাৰি৷ This event couldn't be synced to %1!s!.
1206এই ইভেণ্টটো %1!s!-ত আপডেট কৰিব পৰা নগ'ল৷ This event couldn't be updated on %1!s!.
1207এই সম্পৰ্কটো %1!s!-লৈ ছিনক্ৰ' কৰিব পৰা নগ'ল৷ This contact couldn't be synced to %1!s!.
1208এই সম্পৰ্কটো %1!s! আপডেট কৰিব পৰা নগ'ল৷ This contact couldn't be updated on %1!s!.
1209এই কাৰ্য্যটো %1!s!-লৈ ছিনক্ৰ' কৰিব পৰা নগ'ল৷ This task couldn't be synced to %1!s!.
1210এই কাৰ্য্যটো %1!s!-ত আপডেট কৰিব পৰা নগ'ল৷ This task couldn't be updated on %1!s!.
1213এই ইমেইলটো %1!s!-লৈ ছিনক্ৰ' কৰিব নোৱাৰিলে৷ This email couldn't be synced to %1!s!.
1214এই ইমেইলটো %1!s!-ত আপডেট কৰিব নোৱাৰিলে৷ This email couldn't be updated on %1!s!.
1215এই ফ'ল্ডাৰটো আপডেট কৰিব পৰা নগ'ল৷ This folder couldn't be updated.
2063ছিনক্ৰ'... Syncing...
2064আপোনাৰ %s একাউণ্টটোক মনোযোগ দিয়াৰ আৱশ্যক৷ Your %s account requires attention.
3012আপোনাৰ ডিভাইচটোৱে ছাৰ্ভাৰৰ এই সংস্কৰণ সমৰ্থন নকৰে৷ আপোনাৰ সহায়কাৰী ব্যক্তি বা আপোনাৰ সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক৷ Your device doesn't support this server version. Contact your support person or service provider.
3013এই মুহুৰ্ত্বত তথ্য ছিনক্ৰ'নাইজ কৰিবলৈ আপোনাৰ ডিভাইচত পৰ্যাপ্ত স্মৃতি নাই৷ Your device doesn't have enough memory to sync information at the moment.
3014আপোনাৰ সকলো তথ্য ছিনক্ৰ'নাইজ কৰিবৰ বাবে আপোনাৰ ডিভাইচত পৰ্যাপ্ত খালী স্থান নাই৷ আপুনি আপোনাৰ ডিভাইচৰ পৰা কিছুমান চিত্ৰ, ভিডিঅ' বা সঙ্গীত বিলোপ কৰি কিছু খালী স্থান উলিয়াই পুনৰ চেষ্টা কৰক৷ There isn't enough space on your device to sync all your information. You can free up some space by deleting some pictures, videos, or music from your device, and try again.
3016আমি আপোনাৰ ছাৰ্ভাৰ তথ্য নাপালো৷ ইয়াক আপডেট কৰক আৰু পুনৰাই সংযোগ কৰি চেষ্টা কৰক৷ We can't seem to find your server information. Update it and try connecting again.
3017আপোনাৰ পাছৱৰ্ড আপডেট কৰক, যাতে আপুনি আপোনাৰ তথ্য ছিনক্ৰ' কৰিব পাৰে৷ Update your password so you can sync your information.
3026আপুনি সংযোগ কৰিব বিচৰা ছাৰ্ভাৰে Microsoft Exchange ActiveSync সমৰ্থন নকৰে৷ The server you are trying to connect to doesn't support Microsoft Exchange ActiveSync.
3027আপোনাৰ ডিভাইচটো %1!s!-ৰ সৈতে ছিনক্ৰ'নাইজ কৰোতে সমস্যাৰ সন্মুখীন হৈছিল৷ যদি এইটো অব্যাহত থাকে, এজন সহায়কাৰী ব্যক্তি বা আপোনাৰ সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক৷ Your device is having a problem syncing with %1!s!. If this continues, contact a support person or your service provider.
3028আমি ছাৰ্ভাৰৰ সৈতে বা আপোনাৰ সংযোগৰ সৈতে এটা সমস্যাৰ সন্মুখীন হৈছো৷ পিছত পুনঃচেষ্টা কৰক৷ We're having a problem with the server or your connection. Try again later.
3029আমি এই মুহুৰ্ত্বত %1!s! ছিনক্ৰ' কৰিব নোৱাৰো৷ আমি চেষ্টা কৰি যাম, কিন্তু যদি ই আপোনাৰ প্ৰাথমিক Microsoft একাউন্ট নহয় আৰু আপুনি এই ত্ৰুটিটো পাই থাকে, তেতিয়া আপুনি আপোনাৰ একাউণ্ট বিলোপ কৰি আৰু ইয়াৰ পিছত ইয়াক পুনৰাই যোগ কৰি চেষ্টা কৰক৷ অন্যহাতেদি, কিছু সময় অপেক্ষা কৰক, ইয়াৰ পিছত পুনৰাই চেষ্টা কৰক৷ We can't sync %1!s! at the moment. We'll keep trying, but if this isn’t your primary Microsoft account and you keep getting this error it might help to delete your account and then add it again. Otherwise, wait a little while, then try again.
3031আমি এই মুহুৰ্ত্বত সংযোগ কৰিব নোৱাৰো৷ কিছু সময় অপেক্ষা কৰক, তাৰ পিছত পুনৰ চেষ্টা কৰক৷ যদি আপুনি এই ত্ৰুটিটো পাই থাকে, তেন্তে আপোনাৰ ছাৰ্ভাৰ ছেটিংছ শুদ্ধ হোৱাটো নিশ্চিত কৰক৷ We can't connect at the moment. Wait a little while, then try again. If you keep getting this error, make sure your server settings are correct.
3032আপোনাৰ ছাৰ্ভাৰ তথ্য আপডেট কৰক আৰু পুনৰাই সংযোগ কৰি চেষ্টা কৰক৷ Update your server information and try connecting again.
3033আমি %1!s!-লৈ সংযোগ কৰাত এটা সমস্যাৰ সন্মুখীন হৈছিলো৷ পিছত পুনঃ চেষ্টা কৰক৷ We're having a problem connecting to %1!s!. Try again later.
3035%1!s! ছেট আপ কৰাৰ প্ৰক্ৰিয়াটোত এটা সমস্যা আছে৷ এজন সহায়কাৰী ব্যক্তি বা আপোনাৰ সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক৷ There is a problem with the way %1!s! is set up. Contact a support person or your service provider.
3037আপোনাৰ মেইলবক্স সম্পূৰ্ণ৷ অধিক খালী স্থান সৃষ্টি কৰিবৰ বাবে আপোনাৰ বিলোপ কৰা আইটেমসমূহ খালী কৰক৷ Your mailbox is full. Empty your deleted items to create more space.
3038এই মুহুৰ্ত্বত %1!s! ছিনক্ৰ' কৰাত এটা সমস্যাৰ সন্মুখীন হৈছো৷ কিছু সময় অপেক্ষা কৰক, ইয়াৰ পিছত পুনৰ চেষ্টা কৰক৷ We're having a problem syncing %1!s! at the moment. Wait a little while, then try again.
3039আমি %1!s! লৈ সংযোগ কৰাত এটা সমস্যাৰ সন্মুখীন হৈছিলো৷ এজন সহায়কাৰী ব্যক্তিক বা আপোনাৰ সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক৷ We're having a problem connecting to %1!s!. Contact a support person or your service provider.
3040আপোনাৰ মেইলবক্স প্ৰায় সম্পূৰ্ণ৷ অধিক খালী স্থান সৃষ্টি কৰিবৰ বাবে আপোনাৰ বিলোপ কৰা আইটেমসমূহ খালী কৰক৷ Your mailbox is almost full. Empty your deleted items to create more space.
3041ছাৰ্ভাৰক প্ৰয়োজন হোৱা সুৰক্ষা ছেটিংছক আপোনাৰ ডিভাইচে সমৰ্থন নকৰে৷ এজন সহায়কাৰী ব্যক্তিক বা আপোনাৰ সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক৷ Your device does not support the security settings that the server requires. Contact a support person or your service provider.
3042আমি আপোনাৰ তথ্য ছিনক্ৰ' কৰাত সমস্যাৰ সন্মুখীন হৈছো৷ এই একাউণ্টৰ ছেটিংছত ছাৰ্ভাৰে এটা এনক্ৰিপটেড (SSL) সংযোগ চয়ন কৰাৰ প্ৰয়োজন হ'ব পাৰে৷ We're having a problem syncing your information. The server may require you to select an encrypted (SSL) connection in this account's settings.
3043আমি এই একাউণ্টটো ছিনক্ৰ'নাইজ কৰাত এটা সমস্যাৰ সন্মুখীন হৈছো৷ যদি এইটো অব্যাহত থাকে, তেন্তে একাউণ্টটো বিলোপ কৰক আৰু তাৰ পিছত এইটো পুনৰ যোগ কৰক৷ We're having a problem syncing this account. If this continues, delete this account and then add it again.
3044আপুনি এই তথ্যক আপোনাৰ ডিভাইচৰ সৈতে ছিনক্ৰ'নাইজ কৰাৰ পূৰ্বে আপুনি আপোনাৰ PC-ত আপোনাৰ মেইল, সম্পৰ্কসমূহ আৰু কেলেণ্ডাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন হ'ব পাৰে৷ যদি এই সমস্যাটো অব্যাহত থাকে, তেন্তে এজন সহায়কাৰী ব্যক্তি বা আপোনাৰ সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক৷ You may need to start using your mail, contacts, and calendar on your PC before you can sync this info to your device. If this issue continues, contact a support person or your service provider.
3045ব্যৱহাৰকাৰীজন ছিনক্ৰ' কৰিবৰ বাবে স্বীকৃত নহয়৷ The user is not authorized to sync.
3046"আমি এই একাউণ্টটো আপোনাৰ ডিভাইচত যোগ কৰিব নোৱাৰো কাৰণ আপুনি ইতিমধ্যেই সৰ্বাধিক সংখ্যক ডিভাইচত এইটো ছেটআপ কৰিছে৷
আপুনি ৱেবত আপোনাৰ একাউণ্টৰ পৰা ডিভাইচসমূহ আঁতৰাই চেষ্টা কৰি চাব পাৰে, বা আপোনাৰ একাউণ্টৰ বাবে সহায়ৰ বাবে যোগাযোগ কৰিব পাৰে৷"
We can't add this account to your device because you've already set it up on the maximum number of devices.

You can try removing devices from your account on the web, or contact support for your account.
3048এই বাৰ্তাটোলৈ প্ৰত্যুত্তৰ দিবৰ বাবে %1!s!-এ অনুমতি দিয়া নাছিল৷ পিছত পুনৰাই চেষ্টা কৰক বা আপোনাৰ PC-ৰ পৰা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰক৷ %1!s! did not allow you to reply to this message. Try again later, or send it from your PC.
3049এই বাৰ্তাটো প্ৰেৰণ কৰাত %1!s!-ই এটা সমস্যাৰ সন্মুখীন হৈছিল৷ পিছত পুনঃ চেষ্টা কৰক বা আপোনাৰ PC-ৰ পৰা ইয়াক প্ৰেৰণ কৰক৷ %1!s! had a problem sending this message. Try again later, or send it from your PC.
3050আপোনাৰ প্ৰত্যুত্তৰ প্ৰেৰণ কৰাত এটা সমস্যা হৈছিল৷ পিছত পুনঃ চেষ্টা কৰক বা আপোনাৰ PC-ৰ পৰা প্ৰেৰণ কৰক৷ We had a problem sending your reply. Try again later, or send it from your PC.
3053আমি আপোনাৰ মেইলবক্সত এই আইটেমটো বিচাৰি নাপালো৷ এই আইটেমটো এতিয়াও মজুত থকাটো নিশ্চিত কৰিবৰ বাবে আপোনাৰ একাউণ্ট ছিনক্ৰ' কৰক৷ We couldn't find this item in your mailbox. Sync your account to make sure the item still exists.
3061আপুনি এই একাউণ্টৰ পৰা মেইল প্ৰেৰণ কৰিবলৈ সক্ষম নহ'ল৷ ছাৰ্ভাৰত এটা সমস্যা থকা যেন পৰিলক্ষিত হৈছে৷ আপোনাৰ ছাৰ্ভাৰৰ বিষয়ে অধিক শিকিবলৈ সহায়কাৰী ব্যক্তিৰ সৈতে যোগাযোগ কৰক৷ You're not able to send mail from this account. There seems to be a problem with the server. Contact the support person for your server to learn more.
3063এই ইমেইল ঠিকনাসমূহে কাম কৰা নাই যেন পৰিলক্ষিত হৈছে৷ ঠিকনাসমূহ যে শুদ্ধ তাক নিশ্চিত কৰক আৰু পুনৰাই চেষ্টা কৰক৷ These email addresses don’t seem to work. Make sure the addresses are correct, and try again.
3064আপুনি এই একাউণ্টটোৰ পৰা এটা প্ৰত্যুত্তৰ প্ৰেৰণ কৰিবলৈ সক্ষম নহ'ল৷ ছাৰ্ভাৰত এটা সমস্যা থকা যেন পৰিলক্ষিত হৈছে৷ আপোনাৰ ছাৰ্ভাৰৰ বিষয়ে অধিক শিকিবলৈ সহায়কাৰী ব্যক্তিৰ সৈতে যোগাযোগ কৰক৷ You're not able to send a reply from this account. There seems to be a problem with the server. Contact the support person for your server to learn more.
3067সংলগ্নসমূহ অধিক ডাঙৰ হোৱাৰ কাৰণে আপুনি এই মেইল প্ৰেৰণ কৰিবলৈ সক্ষম নহ'ব৷ You won't be able to send this mail because the attachments are too large.
3068আপুনি এই ইমেইল প্ৰেৰণ কৰাৰ পূৰ্বে কিছুমান প্ৰাপ্তকাৰীক আঁতৰোৱাৰ প্ৰয়োজন হ'ব৷ You’ll need to remove some recipients before you can send this mail.
3069এই একাউণ্টৰ বাবে ডাঙৰ বিতৰণ সূচীলৈ মেইল প্ৰেৰণ কৰিব নোৱাৰে৷ বিতৰণ সূচী আঁতৰাওক আৰু পুনৰাই চেষ্টা কৰক৷ You can't send mail to a distribution list this large from this account. Remove the distribution list, and try again.
3378আমি এতিয়াই %1!s!-লৈ সংযোগ কৰিব নোৱাৰো৷ আপোনাৰ সংযোগ থকাটো নিশ্চিত কৰক, তাৰ পিছত পুনৰ চেষ্টা কৰক৷ We can't connect to %1!s! right now. Make sure you have a connection, then try again.
3387আমি নতুন তথ্য আহি পোৱাৰ লগে লগে ছিনক্ৰ' কৰিব নোৱাৰো৷ ডাউনলোডিং তথ্যৰ বাবে এটা পৃথক সময়ত চেষ্টা কৰক৷ We're not able to sync new information as it arrives. Try a different schedule for downloading information.
3396আপোনাৰ ডিভাইচত তাৰিখ আৰু সময় আপডেট কৰি পুনৰ সংযোগ কৰাৰ চেষ্টা কৰক৷ Update the date and time on your device and try connecting again.
3397%1!s!-ৰ বাবে থকা প্ৰমাণপত্ৰখনত এটা সমস্যা থকা যেন পৰিলক্ষিত হৈছে৷ যদি ই আপোনাৰ প্ৰাথমিক Microsoft একাউন্ট নহয়, একাউণ্টটো বিলোপ কৰি চেষ্টা কৰক, ইয়াৰ পিছত পুনৰ চেষ্টা কৰক৷ নতুবা, কিছু সময় অপেক্ষা কৰক, ইয়াৰ পিচত পুনৰ চেষ্টা কৰক৷ It looks like there's a problem with the certificate for %1!s!. If this isn’t your primary Microsoft account, try deleting the account, then adding it again. Otherwise, wait a little while, then try again.
3398আপোনাৰ ইমেইল ফ'ল্ডাৰসমূহ ছিনক্ৰ'নাইজ কৰোতে আমি এটা সমস্যাৰ সন্মুখীন হৈছিলো৷ আপোনাৰ ছিনক্ৰ'নাইজেশ্বন অনুসূচী পৰিবৰ্তন কৰক বা ছিনক্ৰ'নাইজ কৰা ইমেইল ফ'ল্ডাৰসমূহৰ সংখ্যা হ্ৰাস কৰক৷ We're having a problem syncing your email folders. Change your synchronization schedule, or reduce the number of email folders being synced.
3399আপুনি এটা Google Apps একাউণ্ট ব্যৱহাৰ কৰি থকা যেন পৰিলক্ষিত হৈছে, যাক ম'বাইল ডিভাইচৰ সৈতে ছিনক্ৰ'নাইজ কৰিবৰ বাবে ছেট কৰা হোৱা নাই৷ আপোনাৰ PC-ত থকা ৱেব ব্ৰাউজাৰত আপোনাৰ Google Apps একাউণ্টৰ বাবে ম'বাইল ছেটিংছলৈ যাওক, সেৱা ছেটিংছৰ অন্তৰ্গত Google Sync সক্ষম কৰক আৰু ইয়াৰ পিছত পুনৰাই ছিনক্ৰ'নাইজ কৰিবৰ বাবে চেষ্টা কৰক৷ It looks like you may be using a Google Apps account that is not set up to sync with mobile devices. In your web browser on your PC, go to Mobile settings for your Google Apps account, enable Google Sync under Service settings, and then try to sync again.
4053কেলেণ্ডাৰ Calendar
4054সম্পৰ্কবোৰ Contacts
4055ই-মেইল E-mail
4126কাৰ্য্যসমূহ Tasks
4130আপোনাৰ পাছৱৰ্ডৰ ম্যাদ উকলিল৷ প্ৰথমতে, ইয়াক ৱেবত সলনি কৰক, ইয়াৰ পিছত ডিভাইচটোত থকা আপোনাৰ একাউণ্টত এইটো আপডেট কৰক৷ Your password has expired. First, change it on the web, then come back and update it in your account on the device.
6009স্থিতিৰ প্ৰকাৰটো অমান্য৷ The characteristic type is invalid.
6010পেৰামিটাৰ মান অমান্য৷ The parameter value is invalid.
6011আপুনি AccountName পেৰামিটাৰ অন্তৰ্ভুক্ত কৰিব লাগিব৷ You must include the AccountName parameter.
6012আপুনি AccountType পেৰামিটাৰ অন্তৰ্ভুক্ত কৰিব লাগিব৷ You must include the AccountType parameter.
6013এবাৰ একাউণ্ট সৃষ্টি কৰাৰ পিছত আপুনি AccountType পেৰামিটাৰ সলনি কৰিব নোৱাৰে৷ You can't change the AccountType parameter once the account has been created.
6014যদি আপুনি ডিভাইচটোত এটা প্ৰাথমিক Microsoft একাউন্ট ছেট আপ কৰে, তেন্তে আপুনি WindowsLive-ৰ বাবে AccountType পেৰামিটাৰ ছেট কৰিব লাগিব৷ If you're setting up the primary Microsoft account on the device, you must set the AccountType parameter to WindowsLive.
6015আপুনি Microsoft একাউন্টসমূহৰ বাবে Domain পেৰামিটাৰ ছেট কৰিব নোৱাৰে৷ You can't set the Domain parameter for Microsoft accounts.
6016আপুনি ডিভাইচটোত প্ৰাথমিক Microsoft একাউন্টৰ বাবে UserName পেৰামিটাৰ কেতিয়াও সলনি কৰিব নোৱাৰে৷ অন্য কোনো একাউণ্টৰ বাবে, একাউণ্টটো এবাৰ ছিনক্ৰ'নাইজ হ'লে এইটো সলনি কৰিব নোৱাৰে৷ You can never change the UserName parameter for the primary Microsoft account on the device. For any other account, you can't change it once the account has synced.
6017আপুনি ডিভাইচটোত প্ৰাথমিক Microsoft একাউন্টৰ বাবে ই-মেইল ঠিকনাটো UserName পেৰামিটাৰ ৰূপে প্ৰদান কৰিব লাগিব৷ You must provide the email address as the UserName parameter for the primary Microsoft account on the device.
6018UserName পেৰামিটাৰত থকা এই ইমেইল ঠিকনা এটা মান্য Microsoft একাউন্ট নহয়৷ That email address in the UserName parameter isn't a valid Microsoft account.
6019আপুনি প্ৰাথমিক Microsoft একাউন্টটো ডিভাইচটোৰ পৰা কেতিয়াও বিলোপ কৰিব নোৱাৰে৷ You can never delete the primary Microsoft account from the device.
6020ছাৰ্ভাৰৰ দ্বাৰা সমৰ্থন কৰা সমল প্ৰকাৰ যেনে সম্পৰ্ক, কেলেণ্ডাৰ, মেইল, কাৰ্য আৰু SMS-ক আপুনি বিলোপ কৰিব নোৱাৰে৷ You can't delete content types that are supported by the server, such as Contacts, Calendar, Mail, Tasks, and SMS.
6021আপুনি ডিভাইচটোত প্ৰাথমিক Microsoft একাউন্টৰ পৰা সম্পৰ্কসমূহ বা কেলেণ্ডাৰসমূহ অক্ষম কৰিব নোৱাৰে৷ You can't disable Contacts or Calendars from the primary Microsoft account on the device.
6022আপুনি সম্পৰ্কসমূহ সক্ষম নকৰাকৈ ফীডসমূহ সক্ষম কৰিব নোৱাৰে৷ You can't enable feeds unless you've also enabled Contacts.
6023আমি দুঃখিত, আমি আপোনাৰ সাল-সলনিসমূহ সংৰক্ষণ কৰিব নোৱাৰিলো৷ পিছত চেষ্টা কৰক৷ We're sorry, but we weren't able to save your changes. Try again later.
9781Windows Windows
9782ত্ৰুটি প্ৰেৰণ কৰক: %.*s Send error: %.*s
9783আমি এই মেচেজটো প্ৰেৰণ কৰিবলৈ সক্ষম নহ'লো, গতিকে আমি ইয়াক আপোনাৰ ড্ৰাফট ফ'ল্ডাৰত ৰাখিছো৷ আপুনি ইয়াক পুনৰ প্ৰেৰণ কৰিবলৈ চেষ্টা কৰাৰ পূৰ্বে, আপুনি ইয়াৰ ঠিকনাটো শুদ্ধ নে আৰু কোনো সংলগ্ন অধিক ডাঙৰ যে নহয় তাক পৰীক্ষা কৰিব পাৰে৷ We weren't able to send this message, so we've put it in your Drafts folder. Before you try sending it again, you can check to see if the address is correct and that no attachments are too large.
9810ব্যৱস্থাপক Administrator
9811মেচেজ প্ৰেৰণ কৰিব নোৱাৰিলে Couldn't send message
9812"%s" প্ৰেৰণ কৰিব পৰা নগ'ল, গতিকে আমি ইয়াক আপোনাৰ ড্ৰাফট ফ'ল্ডাৰলৈ লৈ গৈছো৷ পিচত পুনঃ চেষ্টা কৰক বা আপোনাৰ PC-ৰ পৰা এই মেচেজটো প্ৰেৰণ কৰক৷ "%s" couldn't be sent so we're moving it to your Drafts folder. Try again later, or send this message from your PC.
9820তথ্য ছিনক্ৰ'নাইজ কৰোতে আমি এটা সমস্যাৰ সন্মুখীন হৈছিলো৷ এই POP3 ছাৰ্ভাৰে প্ৰতিটো মেচেজৰ বাবে ইউনিক ID প্ৰদান নকৰে৷ We're having a problem syncing information. This POP3 server does not provide unique IDs for each message.
9821তথ্য ছিনক্ৰ'নাইজ কৰোতে আমি এটা সমস্যাৰ সন্মুখীন হৈছিলো৷ এই POP3 ছাৰ্ভাৰে আংশিক মেচেজ পুনৰুদ্ধাৰ সমৰ্থন নকৰে৷ We're having a problem syncing information. This POP3 server does not support partial message retrieval.
9845ইনকামিং মেইল ছাৰ্ভাৰলৈ সংযোগ কৰোতে আমি এটা সমস্যাৰ সন্মুখীন হৈছিলো৷ ইনকামিং মেইল ছাৰ্ভাৰৰ নামটো যে শুদ্ধ, তাক নিশ্চিত কৰক আৰু পুনৰাই চেষ্টা কৰক৷ We're having a problem connecting to the incoming mail server. Make sure the incoming mail server name is correct and try again.
9846আমি ছাৰ্ভাৰলৈ সংযোগ কৰাত এটা সমস্যাৰ সন্মুখীন হৈছিলো৷ আউটগয়িং মেইল (SMTP) ছাৰ্ভাৰ নামটো যে শুদ্ধ, তাক নিশ্চিত কৰক আৰু পুনঃ চেষ্টা কৰক৷ We're having a problem connecting to the server. Make sure the outgoing mail (SMTP) server name is correct and try again.
9847আমি এই মুহুৰ্ত্বত এটা মেচেজ ডাউনলোড কৰিবলৈ সক্ষম নহয়৷ পিছত পুনঃ চেষ্টা কৰক৷ We're not able to download messages at the moment. Try again later.
9848আমি এই মুহুৰ্ত্বত এটা মেচেজ প্ৰেৰণ কৰিবলৈ সক্ষম নহয়৷ পিছত পুনঃ চেষ্টা কৰক৷ We're not able to send messages at the moment. Try again later.
9849আমি ছাৰ্ভাৰলৈ সংযোগ কৰাত এটা সমস্যাৰ সন্মুখীন হৈছিলো৷ আপোনাৰ ছাইন-ইন তথ্য যে সঠিক তাক নিশ্চিত কৰক আৰু পুনঃ চেষ্টা কৰক৷ We're having a problem connecting to the server. Make sure your sign in info is correct and try again.
9852আমি বাৰ্তাসমূহ ডাউনলোড কৰাত এটা সমস্যাৰ সন্মুখীন হৈছিলো৷ আপোনাৰ এটা সংযোগ থকাটো আৰু আপোনাৰ একাউণ্ট তথ্য যে শুদ্ধ, তাক নিশ্চিত কৰক আৰু ইয়াৰ পিছত পুনঃ চেষ্টা কৰক৷ We're having a problem downloading messages. Make sure you have a connection and your account info is correct, and then try again.
9853আমি মেচেজসমূহ প্ৰেৰণ কৰাত এটা সমস্যাৰ সন্মুখীন হৈছিলো৷ আপোনাৰ এটা সংযোগ থকাটো আৰু আপোনাৰ একাউণ্ট তথ্যসমূহ যে শুদ্ধ, তাক নিশ্চিত কৰক আৰু ইয়াৰ পিছত পুনঃ চেষ্টা কৰক৷ We're having a problem sending messages. Make sure you have a connection and your account info is correct, and then try again.
9855ছাৰ্ভাৰলৈ সংযোগ স্থাপন কৰাত আমি এটা সমস্যাৰ সন্মুখীন হৈছিলো৷ পিছত পুনঃ চেষ্টা কৰক৷ We're having a problem connecting to the server. Try again later.
9856আমি ছাৰ্ভাৰলৈ সংযোগ কৰাত সমস্যাৰ সন্মুখীন হৈছো৷ যদি এইটো হৈয়ে থাকে, আপুনি ইণ্টাৰনেটলৈ সংযোগ হৈ থকাটো নিশ্চিত কৰক আৰু আপোনাৰ ই-মেইল একাউণ্ট ছেটিংছ পৰীক্ষা কৰক৷ আপোনাৰ সংযোগে যদি ফায়াৰৱাল ব্যৱহাৰ কৰে, তেন্তে ই ই-মেইল অৱৰোধ নকৰাটো নিশ্চিত কৰক৷ We’re having a problem connecting to the server. If this keeps happening, make sure you’re connected to the Internet and check your email account settings. If your connection uses a firewall, make sure email isn’t blocked by it.
9890মেচেজসমূহ ডাউনলোড কৰাত আমি এটা সমস্যাৰ সন্মুখীন হৈছিলো৷ পিছত পুনঃ চেষ্টা কৰক৷ We're having a problem downloading messages. Try again later.
9891আমি ইনকামিং মেইল ছাৰ্ভাৰলৈ সংযোগ কৰোতে এটা সমস্যাৰ সন্মুখীন হৈছিলো৷ আপোনাৰ ছাৰ্ভাৰ তথ্য যে শুদ্ধ তাক নিশ্চিত কৰক আৰু পুনৰাই চেষ্টা কৰক৷ We're having a problem connecting to the incoming mail server. Make sure your server info is correct and try again.
9896Calendar|Contacts|Journal|Notes|Tasks|Drafts Calendar|Contacts|Journal|Notes|Tasks|Drafts
9897Sent Items Sent Items
9898Deleted Items Deleted Items
9899Inbox Inbox
23062মনোযোগৰ প্ৰয়োজন Attention required
23082পাছৱৰ্ডটো অশুদ্ধ৷ ছিনক্ৰ'নাইজেশ্বন অব্যাহত ৰাখিবৰ বাবে এটা শুদ্ধ পাছৱৰ্ড প্ৰবিষ্ট কৰক৷ The password is incorrect. Enter the correct password to continue synchronizing.
23083Your Windows Live account must be enrolled in dogfood. Visit http://livedog to enroll. Your Windows Live account must be enrolled in dogfood. Visit http://livedog to enroll.
23084Outlook Outlook
24501আমি এই মুহুৰ্ত্বত %1!s! ছিনক্ৰ'নাইজ কৰিব নোৱাৰো৷ কিছু সময় চেষ্টা কৰক, ইয়াৰ পিছত পুনঃ চেষ্টা কৰক৷ We can't sync %1!s! at the moment. Wait a little while, then try again.
26027%1!s!-এ আহি পোৱাৰ লগে লগে নতুন তথ্যক ছিনক্ৰ'নাইজ কৰাক সমৰ্থন নকৰে৷ আপোনাৰ ছিনক্ৰ'নাইজেশ্বন অনুসূচী সলনি কৰক আৰু পুনৰাই চেষ্টা কৰক৷ %1!s! does not support syncing new information as it arrives. Change your synchronization schedule and try again.
28000%1!s!-লৈ সংযোগ কৰিবৰ বাবে আপোনাক এখন ব্যক্তিগত প্ৰমাণপত্ৰৰ প্ৰয়োজন৷ You'll need a personal certificate to connect to %1!s!.
28001আমি আপোনাক %1!s!-লৈ সংযোগ কৰিব নোৱাৰো৷ আপোনাৰ ব্যৱহাৰকৰ্তাৰ নাম, পাছৱৰ্ড আৰু প্ৰমাণপত্ৰ শুদ্ধ হোৱাটো নিশ্চিত কৰক৷ এখন পৃথক প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিবলৈ, ছেটিংছ চয়ন কৰক, আৰু মোৰ কাৰণে স্বয়ংক্ৰিয়ভাৱে এখন প্ৰমাণপত্ৰ পচন্দ কৰক পৰীক্ষা বাকচটো পৰিষ্কাৰ কৰক৷ We can't connect you to %1!s!. Make sure your user name, password and certificate are correct. To use a different certificate, select Settings, and then clear the Automatically choose a certificate for me check box.
30000আপোনাৰ ই-মেইল ব্যৱস্থাপকৰ দ্বাৰা ছেট কৰা নিৰাপত্তা নীতিসমূহ আপোনাৰ ডিভাইচে মানি চলা নাই৷


%1!s!
Your device does not comply with the security policies set by your email administrator.


%1!s!
30007মোৰ Windows ডিভাইচৰ পৰা প্ৰেৰণ কৰিছে Sent from my Windows device
40000আমি আপোনাৰ একাউণ্টৰ কাৰণে একক-ছাইন-অন প্ৰমাণীকৰণ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

%1!s!
We're not able to obtain the Single-Sign-on authentication token for your account.

%1!s!
50000বাৰ্তা প্রেৰণ ইতিবৃত্ত Messaging History
50001লোক People
50002গোটসমূহ আৰু ছেটিংছ Groups and Settings

EXIF

File Name:SyncRes.dll.mui
Directory:%WINDIR%\WinSxS\amd64_microsoft-windows-mccs-syncres.resources_31bf3856ad364e35_10.0.15063.0_as-in_a6256cec2abaa023\
File Size:30 kB
File Permissions:rw-rw-rw-
File Type:Win32 DLL
File Type Extension:dll
MIME Type:application/octet-stream
Machine Type:Intel 386 or later, and compatibles
Time Stamp:0000:00:00 00:00:00
PE Type:PE32
Linker Version:14.10
Code Size:0
Initialized Data Size:30720
Uninitialized Data Size:0
Entry Point:0x0000
OS Version:10.0
Image Version:10.0
Subsystem Version:6.0
Subsystem:Windows GUI
File Version Number:10.0.15063.0
Product Version Number:10.0.15063.0
File Flags Mask:0x003f
File Flags:(none)
File OS:Windows NT 32-bit
Object File Type:Dynamic link library
File Subtype:0
Language Code:Unknown (044D)
Character Set:Unicode
Company Name:Microsoft Corporation
File Description:ActiveSync সম্পদসমূহ
File Version:10.0.15063.0 (WinBuild.160101.0800)
Internal Name:SyncRes
Legal Copyright:© Microsoft Corporation৷ সৰ্বস্বত্ব সংৰক্ষিত৷
Original File Name:SyncRes.dll.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0
Directory:%WINDIR%\WinSxS\x86_microsoft-windows-mccs-syncres.resources_31bf3856ad364e35_10.0.15063.0_as-in_4a06d168725d2eed\

What is SyncRes.dll.mui?

SyncRes.dll.mui is Multilingual User Interface resource file that contain Assamese language for file SyncRes.dll (ActiveSync সম্পদসমূহ).

File version info

File Description:ActiveSync সম্পদসমূহ
File Version:10.0.15063.0 (WinBuild.160101.0800)
Company Name:Microsoft Corporation
Internal Name:SyncRes
Legal Copyright:© Microsoft Corporation৷ সৰ্বস্বত্ব সংৰক্ষিত৷
Original Filename:SyncRes.dll.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0
Translation:0x44D, 1200