| 3002 | সম্প্ৰতি ইয়াত কোনো পাৱাৰ বিকল্প উপলভ্য হৈ থকা নাই৷ |
There are currently no power options available. |
| 3003 | আপুনি এই পিচিটোক কিয় ছাট ডাউন কৰিব বিচাৰিছে তাৰ উপযুক্ত বৰ্ণনা থকা এটা কাৰণ পছন্দ কৰক |
Choose a reason that best describes why you want to shut down this PC |
| 3004 | কোনোবাই এতিয়াও এই পিচিক ব্যৱহাৰ কৰি আছে৷ যদি আপুনি এতিয়া ছাট ডাউন কৰে, তেওঁ সংৰক্ষণ নকৰা কামখিনি হেৰুৱাব৷ |
Someone else is still using this PC. If you shut down now, they could lose unsaved work. |
| 3005 | যদি আপুনি এতিয়া ছাট ডাউন কৰে, এই পিচিটো ব্যৱহাৰ কৰি থকা আপুনি আৰু অন্য লোকে সংৰক্ষণ নকৰা কামখিনি হেৰুৱাব৷ |
If you shut down now, you and any other people using this PC could lose unsaved work. |
| 3006 | কোনোবাই এতিয়াও এই PC ব্যৱহাৰ কৰি আছে৷ যদি আপুনি এতিয়া পুনৰাৰম্ভ কৰে, তেন্তে তেওঁলোকে সংৰক্ষণ নকৰা কামখিনি হেৰুৱাব৷ |
Someone else is still using this PC. If you restart now, they could lose unsaved work. |
| 3007 | যদি আপুনি এতিয়া পুনৰাৰম্ভ কৰে, এই পিচিটো ব্যৱহাৰ কৰি থকা আপুনি আৰু অন্য লোকে সংৰক্ষণ নকৰা কামখিনি হেৰুৱাব৷ |
If you restart now, you and any other people using this PC could lose unsaved work. |
| 3008 | অব্যাহত ৰাখক |
Continue |
| 3009 | যিয়েই নহওক ছাট ডাউন কৰক |
Shut down anyway |
| 3010 | যিয়েই নহওক পুনৰাৰম্ভ কৰক |
Restart anyway |
| 3013 | ছাট ডাউন কৰক |
Shut down |
| 3014 | ছাট ডাউ&ন কৰক |
Sh&ut down |
| 3015 | সকলো এপ্প্ বন্ধ কৰে আৰু পিচি টাৰ্ণ অফ কৰে৷ |
Closes all apps and turns off the PC. |
| 3016 | পুনৰাৰম্ভ কৰক |
Restart |
| 3017 | &পুনৰাৰম্ভ কৰক |
&Restart |
| 3018 | সকলো এপ্প্ বন্ধ কৰে, পিচিটো অফ কৰে আৰু তাৰপিছত ইয়াক পুনৰাই অন কৰে৷ |
Closes all apps, turns off the PC, and then turns it on again. |
| 3019 | সুপ্ত |
Sleep |
| 3020 | &সুপ্ত |
&Sleep |
| 3021 | PC অন হৈ থাকে কিন্তু কম পাৱাৰ ব্যৱহাৰ কৰে৷ এপ্প্সমূহ খোল খাই থাকে যাতে PC জাগৃত হ'লে আপুনি য'তেই বন্ধ কৰিছিল তত্ক্ষণাত তালৈকে ঘূৰি যায়৷ |
The PC stays on but uses low power. Apps stay open so when the PC wakes up, you’re instantly back to where you left off. |
| 3022 | হাইবাৰনেট |
Hibernate |
| 3023 | &হাইবাৰনেট |
&Hibernate |
| 3025 | PC-ক অফ হ'লেও কিন্তু এপ্প্সমূহ খোল খাই থাকে৷ যেতিয়া PC-টো অন হয়, আপুনি য'তেই বন্ধ কৰিছিল আপুনি তালৈকে ঘূৰি যায়৷ |
Turns off the PC but apps stay open. When the PC is turned on, you’re back to where you left off. |
| 3026 | আপডেট আৰু ছাট ডাউন কৰক |
Update and shut down |
| 3027 | আপডেট আৰু ছা&ট ডাউন কৰক |
Update and sh&ut down |
| 3029 | সকলো এপ্প্ বন্ধ কৰে, পিচিক আপডেট কৰে আৰু তাৰপিছত ইয়াক টাৰ্ণ অফ কৰে৷ |
Closes all apps, updates the PC, and then turns it off. |
| 3030 | আপডেট আৰু পুনৰাৰম্ভ কৰক |
Update and restart |
| 3031 | আপডেট আৰু পু&নৰাৰম্ভ কৰক |
Update and &restart |
| 3033 | সকলো এপ্প্ বন্ধ কৰে, পিচিক আপডেট কৰে, ইয়াক অফ কৰে আৰু তাৰপিছত ইয়াক পুনৰাই টাৰ্ণ অন কৰে৷ |
Closes all apps, updates the PC, turns it off, and then turns it on again. |
| 3034 | ছাইন আউট কৰক |
Sign out |
| 3035 | সকলো প্ৰ'গ্ৰাম বন্ধ কৰে আৰু আপোনাক ছাইন আউট কৰে৷ |
Closes all apps and signs you out. |
| 3038 | সংযোগহীন কৰক |
Disconnect |
| 3039 | এই দূৰৱৰ্তী পিচিলৈ আপোনাৰ সংযোগক সমাপ্ত কৰে৷ |
Ends your connection to this remote PC. |
| 3040 | &সংযোগহীন কৰক |
&Disconnect |
| 3041 | &ছাইন আউট কৰক |
S&ign out |
| 3042 | লক |
Lock |
| 3043 | &লক |
L&ock |
| 3044 | এই পিচিত আপোনাৰ একাউণ্টক অবৰুদ্ধ কৰে৷ |
Locks your account on this PC. |
| 3045 | আনডক |
Undock |
| 3046 | আ&নডক |
U&ndock |
| 3047 | ডকিং ষ্টেছনৰ পৰা আপোনাৰ লেপট'প বা নোটবুক কম্পিউটাৰ আঁতৰাওক৷ |
Removes your laptop or notebook computer from a docking station. |
| 3050 | ছিষ্টেম ব্যৱস্থাপকে এই ব্যৱহাৰকৰ্তা একাউণ্টৰ কাৰণে কিছুমান পাৱাৰ স্থিতিক অক্ষম কৰি থৈছে৷ |
The system administrator has disabled some power states for this user account. |
| 3052 | ব্যৱহাৰকৰ্তা চুইচ কৰক |
Switch user |
| 3053 | এপ্প্সমূহ বন্ধ নকৰাকৈ ব্যৱহাৰকৰ্তাসকলক চুইচ কৰক৷ |
Switch users without closing apps. |
| 3054 | &ব্যৱহাৰকৰ্তা চুইচ কৰক |
S&witch user |
| 3100 | আপুনি এই কম্পিউটাৰটোক কিয় ছাট ডাউন কৰিব বিচাৰিছে তাৰ বাবে বিশদভাৱে বৰ্ণনা থকা এটা কাৰণ পছন্দ কৰক |
Choose a reason that best describes why you want to shut down this computer |
| 3101 | কোনোবাই এই কম্পিউটাৰটো এতিয়াও ব্যৱহাৰ কৰি আছে৷ যদি আপুনি এতিয়া ছাট ডাউন কৰে, তেন্তে তেওঁলোকে সংৰক্ষণ কৰি নোথোৱা কামখিনি হেৰুৱাব পাৰে৷ |
Someone else is still using this computer. If you shut down now, they could lose unsaved work. |
| 3102 | যদি আপুনি এতিয়া ছাট ডাউন কৰে, তেন্তে আপুনি বা অন্য যিকোনো লোক যি এই কম্পিউটাৰটো ব্যৱহাৰ কৰি আছে তেওঁলোকে সংৰক্ষণ কৰি নোথোৱা কামখিনি হেৰুৱাব পাৰে৷ |
If you shut down now, you and any other people using this computer could lose unsaved work. |
| 3104 | যদি আপুনি এতিয়া পুনৰাৰম্ভ কৰে, তেন্তে আপুনি বা অন্য যিকোনো লোক যি এই কম্পিউটাৰটো ব্যৱহাৰ কৰি আছে তেওঁলোকে সংৰক্ষণ কৰি নোথোৱা কামখিনি হেৰুৱাব পাৰে৷ |
If you restart now, you and any other people using this computer could lose unsaved work. |
| 3105 | সকলো এপ্প্ বন্ধ কৰি কম্পিউটাৰটো টাৰ্ণ অফ কৰে৷ |
Closes all apps and turns off the computer. |
| 3106 | সকলো এপ্প্ছ বন্ধ কৰি কম্পিউটাৰটো টাৰ্ণ অফ কৰে আৰু তাৰপিছত ইয়াক পুনৰাই টাৰ্ণ অন কৰে৷ |
Closes all apps, turns off the computer, and then turns it on again. |
| 3107 | কম্পিউটাৰটো অন হৈ থাকে কিন্তু কম পাৱাৰ ব্যৱহাৰ কৰে৷ এপ্প্সমূহ খোল খাই থাকে সেয়েহে যেতিয়া কম্পিউটাৰটো জাগৃত হয়, আপুনি য'তেই শেষ কৰিছিল তালৈকে ঘূৰি যায়৷ |
The computer stays on but uses low power. Apps stay open so when the computer wakes up, you’re instantly back to where you left off. |
| 3108 | কম্পিউটাৰটো অফ কৰে কিন্তু এপ্প্সমূহ খোল খাই থাকে৷ যেতিয়া কম্পিউটাৰটো টাৰ্ণ অন হয়, আপুনি য'তেই অফ কৰিছিল তালৈকে ঘূৰি যায়৷ |
Turns off the computer but apps stay open. When the computer is turned on, you’re back to where you left off. |
| 3109 | সকলো এপ্প্ বন্ধ কৰে, কম্পিউটাৰটো আপডেট কৰে আৰু তাৰপিছত ইয়াক টাৰ্ণ অফ কৰে৷ |
Closes all apps, updates the computer, and then turns it off. |
| 3110 | সকলো এপ্প্ বন্ধ কৰে, কম্পিউটাৰটো আপডেট কৰে, ইয়াক অফ কৰে আৰু তাৰপিছত ইয়াক পুনৰাই অন কৰে৷ |
Closes all apps, updates the computer, turns it off, and then turns it on again. |
| 3111 | এই দূৰৱৰ্তী কম্পিউটাৰৰ কাৰণে আপোনাৰ সংযোগক সমাপ্ত কৰে৷ |
Ends your connection to this remote computer. |
| 3112 | এই কম্পিউটাৰত থকা আপোনাৰ একাউণ্টটোক অৱৰোধ কৰে৷ |
Locks your account on this computer. |