systemreset.exe Windows-ৰ বাবে ছিষ্টেম ৰিছেট কৰক 7d1727218af3709f889295a4fc9b8a19

File info

File name: systemreset.exe.mui
Size: 22528 byte
MD5: 7d1727218af3709f889295a4fc9b8a19
SHA1: 944f86c0a1d7495530f6e9d84073da31d911ec91
SHA256: a6e486284816ca2d80e9001cc9860d1cfebf5a8da51e292d3b8c2c1766e6a911
Operating systems: Windows 10
Extension: MUI
In x64: systemreset.exe Windows-ৰ বাবে ছিষ্টেম ৰিছেট কৰক (32-bit)

Translations messages and strings

If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.

id Assamese English
136পৰৱৰ্তী Next
137বাতিল কৰক Cancel
138ৰিছেট কৰক Reset
139বন্ধ কৰক Close
140আৰম্ভ Start
142কেৱল সেই ড্ৰাইভটো য'ত Windows স্থাপন হৈ আছে Only the drive where Windows is installed
143সকলো ড্ৰাইভ All drives
144মোক প্ৰভাৱিত হ'ব পৰা সেই ড্ৰাইভসমূহৰ সূচীখন দেখুৱাওক Show me the list of drives that will be affected
145আপুনি সকলো ড্ৰাইভৰ পৰা সকলো ফাইল আঁতৰোৱাতো বিচাৰে নেকি? Do you want to remove all files from all drives?
147অতিৰিক্ত ডিস্ক স্পেচৰ আৱশ্যক হৈছে Additional disk space needed
148ডিস্কৰ স্পেচ মুক্ত কৰিবলৈ, আপুনি কৰিব পাৰে: To free up disk space, you can:
149ডিস্ক ক্লিনআপ চলাওক Run Disk Cleanup
150আপোনাৰ ফাইলসমূহ এটা বাহ্যিক ডিভাইচলৈ প্ৰতিলিপি কৰক আৰু সেইবোৰ এই PC-টোৰ পৰা বিলোপ কৰক Copy your files to an external device and delete them from this PC
151প্ৰ'গ্ৰামসমূহৰ স্থাপন ৰদ কৰক Uninstall programs
153ই বেছি সময় নলয় This won’t take long
155এটা বিকল্প পচন্দ কৰক Choose an option
156আপোনাৰ কৰ্মস্থানৰ কাৰণে এই PC ছেট আপ কৰি ৰাখক Keep this PC set up for your workplace
157হয় Yes
158সুবিধাযুক্ত পেকেজবোৰ সংৰক্ষণ কৰে যি আপোনাৰ PC-ক কৰ্মস্থানৰ সম্পদ ব্যৱহাৰ কৰিবলৈ দিয়ে৷ Saves provisioning packages that let your PC use workplace resources.
159নহয় No
160সুবিধাযুক্ত পেকেজবোৰ আঁতৰায় যি আপোনাৰ PC-ক কৰ্মস্থানৰ সম্পদ ব্যৱহাৰ কৰিবলৈ দিয়ে৷ Removes provisioning packages that let your PC use workplace resources.
161সকিয়নী! Warning!
162এই PC-টোক শেহতীয়াভাৱে Windows 10-লৈ নবীকৰণ কৰা হৈছিল৷ যদি আপুনি এই PC-টোক ৰিছেট কৰে, তেন্তে আপুনি নবীকৰণক পূৰ্বৰ দৰে কৰিবলৈ আৰু Windows-ৰ পূৰ্ববৰ্তী সংস্কৰণলৈ ঘূৰি যাবলৈ সক্ষম নহ'ব৷ This PC was recently upgraded to Windows 10. If you Reset this PC, you won’t be able to undo the upgrade and go back to the previous version of Windows.
163এই PC ৰিছেট কৰিবলৈ সাজু Ready to reset this PC
165পুনঃস্থাপন কৰিবলৈ সাজু Ready to restore
166সতেজ আৰম্ভ Fresh start
167আৰম্ভ কৰোঁ আহক Let's get started
169বস্তুবোৰ সাজু কৰি আছে Getting things ready
171এইটোৱে অলপ সময় ল'ব আৰু আপোনাৰ PC পুনৰাৰম্ভ হ'ব৷ This will take a while and your PC will restart.
173(%2!ws!)-ত খালী ডিস্ক স্থানৰ অতিৰিক্ত %1!ws! প্ৰয়োজন হৈছে৷ An additional %1!ws! of free disk space is needed on (%2!ws!).
179টোকা: প্ৰক্ৰিয়া সম্পন্ন নোহোৱালৈকে BitLocker ড্ৰাইভ এনক্ৰিপশ্বনক অস্থায়ীভাৱে বৰ্খাস্ত কৰা হ'ব৷ Note: BitLocker drive encryption will be temporarily suspended until the process is done.
180গুৰুত্বপূৰ্ণ: আপুনি আৰম্ভ কৰাৰ পূৰ্বে আপোনাৰ পিচিক প্লাগ ইন কৰক Important: Plug in your PC before you start
181অন্য লোকে এই পিচিলৈ লগ অন কৰিছে Other people are logged on to this PC
182আপুনি জাৰী ৰাখিব বিচাৰেনে? অসংৰক্ষিত ডাটা হেৰুৱাৰ এইটোৱেই কাৰণ হ'ব৷ Do you want to continue? This will cause them to lose unsaved data.
183পুনঃস্থাপন কৰক Restore
189ই আপোনাৰ পিচিৰ পৰা আপোনাৰ ব্যক্তিগত ফাইলসমূহ আৰু এপ্প্‌সমূহ আঁতৰাব আৰু সকলো ছেটিংছক তাৰ ডিফ'ল্টলৈ পুনঃস্থাপন কৰিব৷ যদি আপুনি ফাইল ইতিবৃত্ত ব্যৱহাৰ কৰে, তেন্তে আপুনি প্ৰক্ৰিয়া কৰাৰ পূৰ্বে এইটো নিশ্চিত কৰক যাতে আপোনাৰ ফাইলসমূহৰ শেহতীয়া সংস্কৰণসমূহক আপোনাৰ ফাইল ইতিবৃত্তলৈ প্ৰতিলিপি কৰা হৈছিল৷ ই কেবা মিনিটো ল'ব আৰু আপোনাৰ পিচি পুনৰাৰম্ভ হ'ব৷ This will remove your personal files and apps from your PC and restore all settings to their defaults. If you use File History, make sure the latest versions of your files were copied to your File History drive before you proceed. This will take a few minutes and your PC will restart.
190টোকা: BitLocker ড্ৰাইভ এনক্ৰিপশ্বন টাৰ্ণ অফ হ'ব৷ Note: BitLocker drive encryption will be turned off.
191আপোনাৰ পিচিত এটাতকৈ অধিক ড্ৰাইভ আছে Your PC has more than one drive
192যদি আপুনি সকলো ড্ৰাইভৰ পৰা ফাইলসমূহক আঁতৰাবলৈ পছন্দ কৰে, তেন্তে এই ড্ৰাইভসমূহ প্ৰভাৱিত হ'ব: If you choose to remove files from all drives, these drives will be affected:
193প্ৰভাৱিত হ'ব লগা ড্ৰাইভসমূহ Drives that will be affected
194অনামাংকিত ড্ৰাইভ Unnamed drive
195বেটাৰী পাৱাৰত চলি থকাৰ সময়ত আমি আপোনাৰ PC পুনঃসজ্জিত কৰিব নোৱাৰো৷ We can’t reset your PC while it’s running on battery power.
196আপোনাৰ পিচিক প্লাগ ইন কৰক Plug in your PC
197কোনো পৰিৱৰ্তন কৰা নহৈছিল৷ No changes were made.
198আপোনাৰ PC ৰিছেট কৰাত এটা সমস্যা হৈছিল There was a problem resetting your PC
201এই PC ৰিছেট কৰিব আৰু আপোনাৰ ফাইলসমূহ ৰাখিব নোৱাৰে Cannot reset this PC and keep your files
202এই PC ৰিছেট কৰি আপোনাৰ ফাইলসমূহ ৰাখিবলৈ, ব্যৱহাৰকৰ্তা, প্ৰ'গ্ৰাম ফাইলসমূহ আৰু Windows ডাইৰেক্টৰীসমূহ একেই ড্ৰাইভতে থাকিব লাগিব৷ ইয়াৰ পৰিৱৰ্তে আপুনি এই PC-টো ৰিছেট কৰি সকলোখিনি আঁতৰাবলৈ পচন্দ কৰিব পাৰে, কিন্তু আপুনি প্ৰথমে আপোনাৰ ব্যক্তিগত ফাইলসমূহৰ বেক আপ লোৱা উচিত৷ To reset this PC and keep your files, the Users, Program Files, and Windows directories need to be on the same drive. You can choose to reset this PC and remove everything instead, but you should back up your personal files first.
203আপুনি ড্ৰাইভসমূহো পৰিষ্কাৰ কৰিবলৈ বিচাৰে নেকি? Do you want to clean the drives, too?
204ফাইলসমূহ আঁতৰাওক আৰু ড্ৰাইভটো পৰিষ্কাৰ কৰক Remove files and clean the drive
205এইটোৱে কিছু ঘণ্টা ল'ব পাৰে, কিন্তু আপোনাৰ আঁতৰোৱা ফাইলসমূহ পুনৰুদ্ধাৰ কৰিবলৈ কাৰোবাৰ কাৰণে ই কঠিন কৰি তুলিব৷ আপুনি PC-টো যদি ৰিচাইকল কৰিছে তেন্তে এইটো ব্যৱহাৰ কৰক৷ This might take a few hours, but will make it harder for someone to recover your removed files. Use this if you’re recycling the PC.
206কেৱল মোৰ ফাইলসমূহ আঁতৰাওক Just remove my files
207এইটো ক্ষিপ্ৰ, কিন্তু কম সুৰক্ষিত৷ আপুনি PC-টো ৰাখিলে এইটো ব্যৱহাৰ কৰক৷ This is quicker, but less secure. Use this if you’re keeping the PC.
211ই আপোনাৰ পিচিৰ পৰা ব্যক্তিগত ফাইল আৰু এপ্প্‌সমূহক আঁতৰোৱাৰ লগতে সেইবোৰৰ ডিফ'ল্টলৈ সকলো ছেটিংছক পুনঃস্থাপন কৰিব৷ যদি আপুনি ফাইল ইতিবৃত্ত ব্যৱহাৰ কৰে, তেন্তে আপুনি আগবঢ়াৰ পূৰ্বে আপোনাৰ ফাইলসমূহৰ শেহতীয়া সংস্কৰণক যে আপোনাৰ ফাইল ইতিবৃত্ত ড্ৰাইভলৈ প্ৰতিলিপি কৰা হৈছে সেইটো নিশ্চিত কৰক৷ আপোনাৰ পিচি পুনৰাৰম্ভ হ'ব৷ This will remove your personal files and apps from your PC and restore all settings to their defaults. If you use File History, make sure the latest versions of your files were copied to your File History drive before you proceed. Your PC will restart.
214আপোনাৰ PC-ত Windows To Go চলি থকাৰ কাৰণে এইটো ৰিছেট কৰিব পৰা নাযাব৷ Your PC can’t be reset because it’s running Windows To Go.
215আপোনাৰ PC-ত Windows To Go চলি থকাৰ কাৰণে ইয়াক পুনঃসজ্জিত কৰিব পৰা নাযাব৷ Your PC can’t be reset because it’s running Windows To Go.
216আমি এই PC-টো ৰিছেট কৰিব নোৱাৰোঁ We can’t reset this PC
21811;normal;none;Nirmala UI 11;normal;none;Segoe UI
219আপুনি যেতিয়া আপোনাৰ ফাইলসমূহ আঁতৰাই, তেতিয়া আপুনি ড্ৰাইভো পৰিষ্কাৰ কৰিব পাৰে যাতে ফাইলসমূহ সহজে পুনৰুদ্ধাৰ কৰিব পৰা নাযায়৷ এইটো অধিক সুৰক্ষিত, কিন্তু ই অধিক সময় লয়৷ When you remove your files, you can also clean the drive so that the files can’t be recovered easily. This is more secure, but it takes much longer.
247পুনৰুদ্ধাৰ কৰা পৰিৱেশ বিচাৰি পোৱা নগ'ল Could not find the recovery environment
248আপোনাৰ Windows-ৰ স্থাপনকৰণ বা পুনৰুদ্ধাৰ মিডিয়া আন্তঃসংযোগ কৰক, আৰু সেই মিডিয়াৰ সৈতে আপোনাৰ PC পুনৰাৰম্ভ কৰক৷ Insert your Windows installation or recovery media, and restart your PC with the media.
253এই এপ্প্‌সমূহক পুনঃস্থাপন কৰাৰ প্ৰয়োজন হ'ব These apps will need to be reinstalled
254এপ্প্‌সমূহৰ তালিকাখন সমীক্ষা কৰক৷ পিছত পুনঃস্থাপন কৰিবলৈ আপোনাক ডিস্ক বা ফাইলসমূহৰ প্ৰয়োজন হ'ব৷ Reveiw the list of apps. You’ll need the discs or files to reinstall them later.
255পিছলৈ যাওক Go back
256যদি আপুনি হেৰুৱা উন্নত অনুসন্ধান, নিৰাপত্তা আৰু ষ্টাৰ্টআপ সমাপ্ত কৰিছে, যিকোনো সময়তে Windows 10 লৈ ঘুৰি আহক৷ If you end up missing improved search, security, and startup, come back to Windows 10 anytime.
260Windows 10 চেষ্টা কৰি চোৱাৰ বাবে ধন্যবাদ Thanks for trying Windows 10
261ডিস্কৰ খালী স্থান পুনঃপ্ৰাপ্ত কৰক Reclaim disk space
262ই Windows 7 সংগ্ৰহ কৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা ডিস্ক স্থান পুনৰুদ্ধাৰ কৰিব৷ ই সেই ডিস্ক স্থান খালী কৰিব, কিন্তু আপুনি ইয়াৰ পিছত Windows 7 পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম নহ'ব৷ This will recover the disk space used to store Windows 7. It will free up that disk space, but you will no longer be able to restore Windows 7 after this.
263Windows 7 আঁতৰাবনে? Remove Windows 7?
264ই আপোনাৰ PC-ত কিছু স্থান খালী কৰিব, কিন্তু আপুনি Windows 7 লৈ ঘুৰি যাবলৈ সক্ষম নহ'ব৷ This will free up space on your PC, but you won’t be able to go back to Windows 7.
265নতুন একাউণ্টসমূহ আঁতৰাওক Remove new accounts
266আপুনি Windows-ৰ এটা পূৰ্বৰ সংস্কৰণলৈ ঘুৰি যোৱাৰ পূৰ্বে, আপোনাৰ অতি শেহতীয়া নবীকৰণৰ পিছত আপুনি যোগ কৰা যিকোনো ব্যৱহাৰকাৰী একাউণ্ট আঁতৰাব লাগিব৷ প্ৰ'ফাইলসমূহক অন্তৰ্ভুক্ত একাউণ্টসমূহ সম্পূৰ্ণৰূপে আঁতৰাব লাগিব৷ Before you can go back to a previous version of Windows, you’ll need to remove any user accounts you added after your most recent upgrade. The accounts need to be completely removed, including their profiles.
267আপুনি এটা একাউণ্ট (%2!ws!) সৃষ্টি কৰিছে You created one account (%2!ws!)
268আপুনি %1!ws! একাউণ্ট (%2!ws!) সৃষ্টি কৰিছে You created %1!ws! accounts (%2!ws!)
269এই একাউণ্টসমূহ আঁতৰাবলৈ ছেটিংছ একাউণ্টসমূহ অন্য ব্যক্তিলৈ যাওক, আৰু তাৰ পিছত পুনৰ চেষ্টা কৰক৷ Go to Settings Accounts Other people to remove these accounts, and then try again.
270একাউণ্টসমূহলৈ ঘুৰি যাওক Move accounts back
271Windows-ৰ এটা পূৰ্বৰ সংস্কৰণলৈ ঘুৰি যোৱাৰ পূৰ্বে, আপুনি আপোনাৰ শেহতীয়া নবীকৰণৰ পিছত লৈ যোৱা যিকোনো ব্যৱহাৰকৰ্তাৰ একাউণ্টসমূহ পুনৰ তেওঁলোকৰ মূল অৱস্থানলৈ আনিব লাগিব৷ Before you can go back to a previous version of Windows, you’ll need to put any user accounts you moved after your most recent upgrade back in their original location.
272আপুনি এটা একাউণ্ট (%2!ws!) লৈ গ'ল You moved one account (%2!ws!)
273আপুনি %1!ws! একাউণ্টসমূহ (%2!ws!) লৈ গ'ল You moved %1!ws! accounts (%2!ws!)
274আমি দুঃখিত, কিন্তু আপুনি ঘুৰি যাব নোৱাৰে We’re sorry, but you can’t go back
275এই ফাইলসমূহৰ বাবে এই PC-ৰ পৰা আঁতৰোৱা Windows-ৰ এটা পূৰ্ববৰ্তী সংস্কৰণলৈ আমি আপোনাক লৈ যাব লাগিব৷ The files we need to take you back to a previous version of Windows were removed from this PC.
277আপোনাৰ অতি শেহতীয়া নবীকৰণৰ সময়ত ব্যৱহাৰ কৰা USB ফ্লাচ ড্ৰাইভ বা অন্য বাহ্যিক ড্ৰাইভ নথকাৰ বাবে, আমি আপোনাক Windows-ৰ এটা পূৰ্বৰ সংস্কৰণলৈ লৈ যাব নোৱাৰে৷ অনুগ্ৰহ কৰি ডিস্ক আন্তঃসংযোগ কৰক আৰু পুনৰাই চেষ্টা কৰক৷ We can’t take you back to a previous version of Windows because the USB flash drive or other external drive that was used during your most recent upgrade is missing. Please insert the disk and try again.
279আমি আপোনাক Windows-ৰ পূৰ্ববৰ্তী সংস্কৰণলৈ লৈ যাব নোৱাৰো কাৰণ ই নৱীকৰণ কৰাৰ পৰা এমাহতকৈ অধিক পুৰণি৷ We can’t take you back to the previous version of Windows because it’s been more than a month since the upgrade.
280মোৰ এপ্প্ বা ডিভাইচসমূহে Windows 10-ত কাম নকৰিব My apps or devices don’t work on Windows 10
281পূৰ্বৰ বিল্ডসমূহ ব্যৱহাৰ কৰিবলৈ সহজ যেন পৰিলক্ষিত হৈছে Earlier builds seemed easier to use
282Windows 7 ব্যৱহাৰ কৰিবলৈ সহজ যেন লাগিছে Windows 7 seemed easier to use
283Windows 8 ব্যৱহাৰ কৰিবলৈ সহজ যেন লাগিছে Windows 8 seemed easier to use
284Windows 8.1 ব্যৱহাৰ কৰিবলৈ সহজ যেন লাগিছে Windows 8.1 seemed easier to use
285পূৰ্বৰ বিল্ডসমূহ ক্ষিপ্ৰ যেন লাগিছে Earlier builds seemed faster
286Windows 7 অধিক ক্ষিপ্ৰ যেন লাগিছে Windows 7 seemed faster
287Windows 8 অধিক ক্ষিপ্ৰ যেন লাগিছে Windows 8 seemed faster
289পূৰ্বৰ বিল্ডসমূহ অধিক বিশ্বাসযোগ্য যেন লাগিছে Earlier builds seemed more reliable
290Windows 7 অধিক বিশ্বাসযোগ্য যেন লাগিছে Windows 7 seemed more reliable
291Windows 8 অধিক বিশ্বাসযোগ্য যেন লাগিছে Windows 8 seemed more reliable
293অন্য কাৰণৰ বাবে For another reason
294আপুনি পিছলৈ কিয় ঘূৰি গৈছে? Why are you going back?
296আমাক অধিক জনাওক Tell us more
298যদি আপুনি সমস্যা নিবাৰণৰ বাবে সাজু, If you’re up for troubleshooting,
299সমৰ্থনৰ সৈতে যোগাযোগ কৰক৷ contact support.
300আপুনি কি জানিব বিচাৰিছে What you need to know
301এইটোৱে অলপ সময় ল'ব পাৰে আৰু আপুনি এইটো সম্পন্ন নোহোৱালৈকে আপোনাৰ PC ব্যৱহাৰ কৰিব নোৱাৰিব৷ আপোনাৰ PC প্লাগ ইন কৰি আৰু অন কৰি ৰাখক৷ This might take a while and you won’t be able to use your PC until it’s done. Leave your PC plugged in and turned on.
302ঘূৰি যোৱাৰ পিছত: After going back:
303• আপুনি কিছুমান এপ্প্‌ আৰু প্ৰ'গ্ৰাম পুনঃস্থাপন কৰিব লাগিব৷ • You’ll have to reinstall some apps and programs.
304• আপুনি কিছুমান প্ৰ'গ্ৰাম পুনঃস্থাপন কৰিব লাগিব৷ • You’ll have to reinstall some programs.
306লক নকৰিব Don’t get locked out
307যদি আপুনি Windows 7-লৈ ছাইন ইন কৰিবলৈ এটা পাছৱৰ্ড ব্যৱহাৰ কৰে, তেন্তে এইটো মনত ৰখাটো নিশ্চিত কৰক৷ If you used a password to sign in to Windows 7, make sure you know it.
308যদি আপুনি Windows 8-লৈ ছাইন ইন কৰিবলৈ এটা পাছৱৰ্ড ব্যৱহাৰ কৰে, তেন্তে ইয়াক মনত ৰখাটো নিশ্চিত কৰক৷ If you used a password to sign in to Windows 8, make sure you know it.
309যদি আপুনি আপোনাৰ পূৰ্ববৰ্তী বিল্ডলৈ ছাইন ইন কৰিবলৈ এটা পাছৱৰ্ড ব্যৱহাৰ কৰে, তেন্তে ইয়াক মনত ৰখাটো নিশ্চিত কৰক৷ If you used a password to sign in to your previous build, make sure you know it.
310Windows 7-লৈ উভটি যাওক Go back to Windows 7
311Windows 8-লৈ উভটি যাওক Go back to Windows 8
312পূৰ্বৰ বিল্ডলৈ ঘূৰি যাওক Go back to earlier build
315আপোনাৰ PC প্লাগ ইন কৰক Plug in your PC
316আপুনি অকলে বেটাৰী পাৱাৰলৈ ঘূৰি যাব নোৱাৰে৷ আপোনাৰ PC প্লাগ ইন কৰি পুনৰ চেষ্টা কৰক৷ You can’t go back on battery power alone. Plug in your PC and then try again.
323
324আপোনাৰ ফাইলসমূহৰ বেক আপ লোৱা হ'লনে? এইটোৱে সেইবোৰক প্ৰভাৱিত নকৰে, কিন্তু সাজু হৈ থকাটো ভাল হ'ব৷ Are your files backed up? This shouldn’t affect them, but it’s best to be prepared.
325আপুনি এইটোৰ অবিহনে ছাইন ইন কৰিবলৈ সক্ষম নহ'ব৷ You won’t be able to sign in without it.
326মোৰ এপ্প্ বা ডিভাইচসমূহে এই বিল্ডত কাম নকৰে My apps or devices don’t work on this build
327• আপুনি Windows 10-লৈ নৱীকৰণ কৰাৰ পিছত ছেটিংছত কৰা যিকোনো পৰিৱৰ্তন হেৰুৱাব৷ • You’ll lose any changes made to settings after the upgrade to Windows 10.
328• আপুনি …শেহতীয়া বিল্ড স্থাপন কৰাৰ পিছত ছেটিংছত কৰা যিকোনো পৰিৱৰ্তন হেৰুৱাব৷ • You’ll lose any changes made to settings after installing the latest build.
329এই বিল্ডৰে চেষ্টা কৰাৰ কাৰণে ধন্যবাদ Thanks for trying out this build
330আমি পৰৱৰ্তী পূৰ্বলোকন বিল্ড স্থাপন কৰিম যেতিয়া এইটো উপলব্ধ হ'ব৷ We’ll install the next preview build when it’s available.
331Windows-ৰ পুৰণি সংস্কৰণটো ব্যৱহাৰ কৰিবলৈ সহজ যেন লাগিছে The old version of Windows seemed easier to use
332Windows 8.1 ক্ষিপ্ৰ যেন লাগিছে Windows 8.1 seemed faster
333Windows-ৰ পুৰণি সংস্কৰণটো ক্ষিপ্ৰ যেন লাগিছে The old version of Windows seemed faster
334Windows 8.1 অধিক বিশ্বাসযোগ্য যেন লাগিছে Windows 8.1 seemed more reliable
335যদি আপুনি Windows 8.1-লৈ ছাইন ইন কৰিবলৈ এটা পাছৱৰ্ড ব্যৱহাৰ কৰে, তেন্তে এইটো মনত ৰখাটো নিশ্চিত কৰক৷ If you used a password to sign in to Windows 8.1, make sure you know it.
336যদি আপুনি Windows-ৰ পূৰ্ববৰ্তী সংস্কৰণলৈ ছাইন ইন কৰিবলৈ এটা পাছৱৰ্ড ব্যৱহাৰ কৰে, তেন্তে এইটো মনত ৰখাটো নিশ্চিত কৰক৷ If you used a password to sign in to your previous version of Windows, make sure you know it.
337Windows-ৰ পুৰণি সংস্কৰণ অধিক বিশ্বাসযোগ্য যেন লাগিছে The old version of Windows seemed more reliable
338Windows 8.1-লৈ উভটি যাওক Go back to Windows 8.1
339পূৰ্ববৰ্তী Windows-লৈ উভটি যাওক Go back to previous Windows
340কিছু স্থান খালী কৰি পুনৰাই চেষ্টা কৰক৷ Free up some space and try again.
341ঘূৰি যাবলৈ, য'ত Windows স্থাপন কৰা হৈছে সেই ড্ৰাইভত আপোনাক %1!ws! MB মুক্ত স্থান লাগিব৷ To go back, you’ll need %1!ws! MB of free space on the drive where Windows is installed.
342ঘূৰি যাবলৈ, য'ত Windows স্থাপন কৰা হৈছে সেই ড্ৰাইভত আপোনাক %1!ws! GB মুক্ত স্থান লাগিব৷ To go back, you’ll need %1!ws! GB of free space on the drive where Windows is installed.
344আপোনাৰ প্ৰতিষ্ঠানৰ নীতিয়ে ইয়াক অনুমতি দিয়া নাই৷ অধিক তথ্যৰ বাবে, আপোনাৰ সমৰ্থন প্ৰদানকাৰী ব্যক্তি বা IT বিভাগৰ সৈতে কথা পাতক৷ Your organization’s policy doesn’t allow it. For more info, talk to your support person or IT department.
345আপডেটসমূহৰ ওপৰত তথ্য প্ৰাপ্ত কৰিব পৰা নগ'ল Couldn’t get info on updates
346আপডেটসমূহ পৰীক্ষা কৰিবলৈ, ছেটিংছ আপডেট আৰু নিৰাপত্তা Windows Update-লৈ যাওক আৰু আপডেটসমূহৰ কাৰণে পৰীক্ষা কৰক চয়ন কৰক৷ To check for updates, go to Settings Update & Security Windows Update and select Check for updates.
347আপডেটসমূহৰ কাৰণে পৰীক্ষা কৰিব নেকি? Check for updates?
348আপুনি পিছলৈ ঘূৰি যোৱাৰ পূৰ্বে, শেহতীয়া আপডেটসমূহ স্থাপন কৰি চেষ্টা কৰক৷ এইটোৱে Windows 10-ৰ সৈতে আপুনি সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিব পাৰে৷ Before you go back, try installing the latest updates. This might fix the problems you’re having with Windows 10.
349আপডেটসমূহৰ বাবে পৰীক্ষা কৰক Check for updates
350নালাগে, ধন্যবাদ No, thanks
351এই PC ৰিছেট কৰি আছে Resetting this PC
352কিছুমান বস্তু সাজু কৰি আছে %1!d!%% Getting a few things ready %1!d!%%
353এই সুবিধাটো নিৰাপদ মোডত উপলব্ধ নহয় This feature is not available in Safe Mode
354এই PC টো ৰিছেট কৰিবলৈ, Windows সাধাৰণভাৱে আৰম্ভ কৰক আৰু পুনৰ চেষ্টা কৰক বা অগ্ৰণী ছেটআপলৈ যাওক আৰু সমস্যা নিবাৰণ চয়ন কৰক৷ To reset this PC, start Windows normally and try again, or go to Advanced startup and select Troubleshoot.
355এইটোৱে Windows-ৰ সৈতে অহা মানদণ্ডসম্পন্নবোৰক বাদ দি, সকলো এপ্প্‌ আৰু প্ৰ'গ্ৰাম আঁতৰাব৷ আপোনাৰ নিৰ্মাতাৰ দ্বাৰা ইনষ্টল কৰা যিকোনো ষ্ট'ৰ এপ্প্‌কো ৰখা হ'ব৷ আপোনাৰ ডিভাইচকো Windows-ৰ শেহতীয়া সংস্কৰণলৈ উন্নীত কৰা হ'ব৷ আপোনাৰ ব্যক্তিগত ফাইলসমূহ আৰু কিছুমান Windows ছেটিংছ ৰখা হ'ব৷ This will remove all apps and programs, except those that come standard with Windows. Any store apps installed by your manufacturer will also be kept. Your device will also be updated to the latest version of Windows. Your personal files and some Windows settings will be kept.
357আপোনাৰ কাম সংৰক্ষণ কৰক আৰু আপোনাৰ ডিভাইচ প্লাগ ইন আৰু অন হৈছে Save your work and leave your device plugged in and turned on
358এইটোৱে অলপ সময় ল'ব আৰু আপোনাৰ ডিভাইচ একাধিক বাৰ পুনৰাৰম্ভ হ'ব This will take a while and your device will restart several times
359আপুনি Windows সতেজ কৰি থকাৰ সময়ত আপোনাৰ ডিভাইচ ব্যৱহাৰ কৰিবলৈ সক্ষম নহ'ব, কিন্তু এইটো সাজু হ'লে আমি আপোনাক জনাম You won't be able to use your device while refreshing Windows, but we will let you know once it's ready
360আপোনাৰ ডিভাইচৰ ওপৰত নিৰ্ভৰ কৰি এই প্ৰক্ৰিয়াটোৱে 20 মিনিট বা বেছি ল'ব পাৰে৷ This process could take 20 minutes or longer depending on your device.
361আপোনাৰ PC সতেজ কৰি আছে Refreshing your PC
362এইটোৱে আপুনি স্থাপন কৰা সকলো এপ্প্‌ আৰু প্ৰ'গ্ৰাম আঁতৰাব৷ আপোনাৰ ডিভাইচ Windows-ৰ শেহতীয়া সংস্কৰণলৈ আপডেট কৰাও হ'ব৷ আপোনাৰ ব্যক্তিগত ফাইল আৰু কিছুমান Windows ছেটিংছ ৰখা হ'ব৷ This will remove all apps and programs you installed. Your device will also be updated to the latest version of Windows. Your personal files and some Windows settings will be kept.

EXIF

File Name:systemreset.exe.mui
Directory:%WINDIR%\WinSxS\amd64_microsoft-windows-systemreset.resources_31bf3856ad364e35_10.0.15063.0_as-in_6428ea8bbabcc8bb\
File Size:22 kB
File Permissions:rw-rw-rw-
File Type:Win32 DLL
File Type Extension:dll
MIME Type:application/octet-stream
Machine Type:Intel 386 or later, and compatibles
Time Stamp:0000:00:00 00:00:00
PE Type:PE32
Linker Version:14.10
Code Size:0
Initialized Data Size:22016
Uninitialized Data Size:0
Entry Point:0x0000
OS Version:10.0
Image Version:10.0
Subsystem Version:6.0
Subsystem:Windows GUI
File Version Number:10.0.15063.0
Product Version Number:10.0.15063.0
File Flags Mask:0x003f
File Flags:(none)
File OS:Windows NT 32-bit
Object File Type:Executable application
File Subtype:0
Language Code:Unknown (044D)
Character Set:Unicode
Company Name:Microsoft Corporation
File Description:Windows-ৰ বাবে ছিষ্টেম ৰিছেট কৰক
File Version:10.0.15063.0 (WinBuild.160101.0800)
Internal Name:systemreset.exe
Legal Copyright:© Microsoft Corporation. সৰ্বস্বত্ব সংৰক্ষিত৷
Original File Name:systemreset.exe.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0

What is systemreset.exe.mui?

systemreset.exe.mui is Multilingual User Interface resource file that contain Assamese language for file systemreset.exe (Windows-ৰ বাবে ছিষ্টেম ৰিছেট কৰক).

File version info

File Description:Windows-ৰ বাবে ছিষ্টেম ৰিছেট কৰক
File Version:10.0.15063.0 (WinBuild.160101.0800)
Company Name:Microsoft Corporation
Internal Name:systemreset.exe
Legal Copyright:© Microsoft Corporation. সৰ্বস্বত্ব সংৰক্ষিত৷
Original Filename:systemreset.exe.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0
Translation:0x44D, 1200