200 | যদি অৱস্থান অন হৈ থাকে, তেন্তে এই ডিভাইচটো ব্যৱহাৰ কৰা প্ৰতিজন ব্যক্তিয়েই তেওঁলোকৰ নিজস্ব অৱস্থান ছেটিংছ পচন্দ কৰিব পাৰিব৷ |
If location is on, each person using this device can choose their own location settings. |
201 | এই ডিভাইচৰ বাবে অৱস্থান অফ হৈ আছে |
Location for this device is off |
202 | এই ডিভাইচৰ বাবে অৱস্থান অন হৈ আছে |
Location for this device is on |
203 | পৰিৱৰ্তন কৰক |
Change |
210 | অৱস্থান সেৱা |
Location service |
212 | যদি অৱস্থান সেৱা অন হৈ আছে, Windows, এপ্প্ছ আৰু সেৱাসমূহে আপোনাৰ অৱস্থান ব্যৱহাৰ কৰিব পাৰে, কিন্তু আপুনি এতিয়াও বিশেষ এপ্প্সমূহৰ বাবে অৱস্থান অফ কৰিব পাৰে৷ |
If the location service is on, Windows, apps, and services can use your location, but you can still turn off location for specific apps. |
213 | সাধাৰণ অৱস্থান |
General location |
214 | যিবোৰ এপ্পে মোৰ নিৰ্ভুল অৱস্থান ব্যৱহাৰ কৰিব নোৱাৰে সেইবোৰে এতিয়াও চহৰ, পিন কোড বা ক্ষেত্ৰৰ দৰে মোৰ সাধাৰণ অৱস্থান ব্যৱহাৰ কৰিব পাৰে৷ |
Apps that cannot use my precise location can still use my general location, such as city, zip code, or region. |
220 | যদি এটা এপ্পে আপোনাৰ অৱস্থান ব্যৱহাৰ কৰি আছে, আপুনি এই আইকনটো দেখা পাব: |
If an app is using your location, you’ll see this icon: |
221 | অৱস্থান আইকন দেখুৱাওক |
Show location icon |
230 | যদি অৱস্থান অন হৈ থাকে, তেন্তে আপোনাৰ অৱস্থান ইতিবৃত্ত ডিভাইচটোত সীমিত সময়ৰ বাবে সংগ্ৰহ কৰা হয়, আৰু আপোনাৰ অৱস্থান ব্যৱহাৰ কৰা সেই এপ্প্সমূহৰ দ্বাৰা ব্যৱহাৰ কৰিব পৰা যাব৷ |
If location is on, your location history is stored for a limited time on the device, and can be used by apps that use your location. |
231 | পৰিষ্কাৰ কৰক |
Clear |
232 | এই ডিভাইচত ইতিবৃত্ত পৰিষ্কাৰ কৰক |
Clear history on this device |
233 | অৱস্থান ইতিহাসৰ ব্যৱহাৰ |
Uses location history |
240 | ডিফ'ল্ট ছেট কৰক |
Set default |
241 | আমি এই PC-ত বেছি সঠিক অৱস্থান চিনাক্ত কৰিব নোৱাৰাৰ সময়ত Windows, এপ্প্ছ আৰু সেৱাসমূহে ইয়াক ব্যৱহাৰ কৰিব পাৰিব৷ |
Windows, apps, and services can use this when we can’t detect a more exact location on this PC. |
250 | জিঅ'ফেঞ্চিং মানে ৰুচীসম্পন্ন এটি স্থানৰ চৌপাশে এডাল সীমাৰেখা অংকন কৰোতে আপুনি ইয়াৰ সীমা পাওঁতে বা বাহিৰ হোৱাৰ সময়ত চাবলৈ আপোনাৰ অৱস্থান ব্যৱহাৰ কৰা৷ |
Geofencing means using your location to see when you cross in or out of a boundary drawn around a place of interest. |
251 | আপোনাৰ এটা বা অধিক এপ্প্ছে সম্প্ৰতি জিঅ'ফেঞ্চিং ব্যৱহাৰ কৰি আছে। |
One or more of your apps are currently using geofencing. |
252 | আপোনাৰ কোনো এপ্প্ছে সম্প্ৰতি জিঅ'ফেঞ্চিং ব্যৱহাৰ কৰি থকা নাই। |
None of your apps are currently using geofencing. |
260 | চাইটসমূহক এতিয়াও অনুমতিৰ প্ৰয়োজন |
Sites still need permission |
261 | Cortana |
Cortana |
262 | কাম কৰিবলৈ Cortana-ৰ বাবে অৱস্থান ইতিবৃত্ত ব্যৱহাৰ কৰিবই লাগিব |
Location history must be on for Cortana to work |
263 | কোম্পানী নীতিৰ দ্বাৰা অক্ষম কৰা হৈছে |
Disabled by company policy |