2002 | ছেটিংছ ছিনক্ৰ'নাইজ কৰক |
Sync settings |
2003 | মিটাৰযুক্ত সংযোগসমূহৰ ছেটিংছ ছিনক্ৰ'নাইজ কৰক আৰু বেকআপ লওক |
Sync and back up settings over metered connections |
2004 | অনায়াস প্ৰৱেশাধিকাৰ |
Ease of Access |
2005 | অন্য Windows ছেটিংছ |
Other Windows settings |
2006 | পাছৱৰ্ডসমূহ |
Passwords |
2008 | ভাষাৰ অগ্ৰাধিকাৰ |
Language preferences |
2009 | Internet Explorer ছেটিংছ |
Internet Explorer settings |
2010 | বিষয়বস্তু |
Theme |
2012 | কিছুমান ছেটিংছ আপোনাৰ ছিষ্টেম ব্যৱস্থাপকৰ দ্বাৰা প্ৰৱন্ধন কৰা হয়৷ এইটো সমাধান কৰিবলৈ আপোনাৰ ছিষ্টেম ব্যৱস্থাপকৰ সৈতে যোগাযোগ কৰক৷ |
Some settings are managed by your system administrator. Contact your system administrator to resolve this. |
2013 | Windows সুৰক্ষিত মোডত চলি আছে৷ ৰোমিং বিকল্পসমূহ বৰ্তমান উপলব্ধ নহয়৷ |
Windows is running in safe mode. Roaming options are currently unavailable. |
2014 | আপুনি এটা অস্থায়ী প্ৰ'ফাইলত ল'গ অন কৰিছে৷ ৰোমিং বিকল্পসমূহ বৰ্তমান উপলব্ধ নহয়৷ |
You are logged on with a temporary profile. Roaming options are currently unavailable. |
2016 | আপোনাৰ একাউণ্টলৈ সংযোগ কৰাত এটা সমস্যাৰ সন্মুখীন হৈছে৷ আপোনাৰ ইণ্টাৰনেট সংযোগ পৰীক্ষা কৰক আৰু পুনৰাই চেষ্টা কৰক৷ |
There was a problem connecting to your account. Check your Internet connection and try again. |
2017 | ছিনক্ৰ'নাইজে কেনেদৰে কাম কৰে? |
How does syncing work? |
2018 | %1!s! ব্যৱহাৰ কৰি অন্য ডিভাইচলৈ Windows ছেটিংছ ছিনক্ৰ'নাইজ কৰক৷ |
Sync Windows settings to other devices using %1!s!. |
2019 | যদি আপুনি Microsoft একাউন্ট বা কৰ্মস্থলীৰ একাউণ্ট ব্যৱহাৰ কৰে, তেতিয়াহে কিছুমান Windows-ৰ সুবিধা উপলব্ধ হয়৷ |
Some Windows features are only available if you are using a Microsoft account or work account. |
2022 | %1!s!-ৰ দ্বাৰা অৰ্জিত আৰু ছিনক্ৰ'নাইজ কৰা এপ্প্সমূহ |
Apps acquired by and synced with %1!s! |
2023 | Windows Anywhere ব্যৱহাৰ কৰক |
Use Windows Anywhere |
2024 | Windows Anywhere-এ কেনেকৈ কাম কৰে? |
How does Windows Anywhere work? |
2025 | Windows Anywhere-এ %1!s! ব্যৱহাৰ কৰি ক্লাউডত আপোনাৰ ছেটিংছৰ সৈতে আপোনাৰ ডিভাইচৰ অভিজ্ঞতা বৃদ্ধি কৰে৷ |
Windows Anywhere powers your device experience with your settings in the cloud using %1!s!. |
2110 | এই ডিভাইচত আপোনাৰ পৰিচয় প্ৰমাণিত নকৰালৈকে আপোনাৰ পাছৱৰ্ডসমূহ ছিনক্ৰ'নাইজ নহ'ব৷ |
Your passwords won’t sync until you verify your identity on this device. |
2112 | প্ৰমাণিত কৰক |
Verify |
2113 | আপুনি আপোনাৰ Microsoft একাউন্টৰ বাবে কিছুমান তথ্য আপডেট নকৰালৈকে ছেটিংছে ছিংক নকৰিব৷ |
Settings won’t sync until you update some info for your Microsoft account. |
2114 | তথ্য উন্নীত কৰক |
Update info |
2115 | আপুনি আপোনাৰ কৰ্মস্থান বা স্কুলৰ একাউণ্টৰ বাবে কিছুমান তথ্য আপডেট নকৰালৈকে ছেটিংছে ছিংক নকৰিব৷ |
Settings won’t sync until you update some info for your work or school account. |
2117 | আপোনাৰ একাউণ্টৰ বাবে ছিনক্ৰ'নাইজ উপলব্ধ হোৱা নাই৷ এইটো সমাধান কৰিবলৈ আপোনাৰ ছিষ্টেম ব্যৱস্থাপকৰ সৈতে সম্পৰ্ক কৰক৷ |
Sync is not available for your account. Contact your system administrator to resolve this. |