| 202 | {0}-ৰ পৰা কিছুমান সামগ্ৰীক অৱৰোধিত কৰা হৈছে৷ সামগ্ৰীটো চাবলৈ বিচাৰক৷ |
Some web content from {0} has been blocked. Ask to view the content. |
| 203 | কিছুমান ৱেব সামগ্ৰী অৱৰোধিত কৰা হৈছে৷ সামগ্ৰীটো চাবলৈ বিচাৰক৷ |
Some web content has been blocked. Ask to view the content. |
| 204 | {0}-ৰ পৰা অহা কিছুমান ৱেব সামগ্ৰী আপোনাৰ অভিভাৱকে পছন্দ নকৰিবও পাৰে৷ |
Some web content from {0} might not be OK with your parent. |
| 205 | কিছুমান ৱেব সামগ্ৰীক আপোনাৰ অভিভাৱকে পছন্দ নকৰিবও পাৰে৷ |
Some web content might not be OK with your parent. |
| 310 | {1} -ত {0} |
{0} on {1} |
| 311 | {0} |
{0} |
| 350 | আপোনাৰ পৰিয়ালে Microsoft পৰিয়ালৰ সুবিধাসমূহ ব্যৱহাৰ কৰিছে |
Your family is using Microsoft family features |
| 351 | আপোনাক {0}-ত {1}-ৰ পৰা বহিষ্কাৰ কৰা হ'ব৷ |
You'll be locked out at {0} on {1}. |
| 352 | স্ক্ৰীণৰ সময় সীমা অফ হৈছে৷ |
Screen time limits are off. |
| 353 | {0} অন {1} নোহোৱালৈকে স্ক্ৰীণৰ সময় সীমা অফ হৈছে৷ |
Screen time limits are off until {0} on {1}. |
| 400 | 15 মিনিটতকৈ কম বাকী আছে |
Less than 15 minutes left |
| 401 | 2 মিনিটতকৈ কম সময় বাকী আছে |
Less than 2 minutes left |
| 410 | স্ক্ৰীণৰ সময়ৰ বাবে আপোনাৰ পৰিয়ালৰ ছেটিংছৰ কাৰণে এই ডিভাইচটো অতিশীঘ্ৰে লক হ'ব৷ অনুগ্ৰহ আপুনি যি কৰি আছে সমাপ্ত কৰক বা অধিক সময়ৰ অনুমোদন জনাবলৈ এজন প্ৰাপ্তবয়স্কক সোধক৷ |
This device will lock soon because of your family settings for screen time. Please finish what you are doing or ask an adult to approve more time. |
| 420 | বন্ধ কৰক |
Close |
| 421 | অনুৰোধ এটা প্ৰেৰণ কৰক |
Send a request |
| 422 | মোৰ অভিভাৱক ইয়াতে আছে |
My parent is here |
| 423 | অনুমতি দিয়ক |
Allow |
| 424 | অধিক সময় প্ৰাপ্ত কৰক |
Get more time |
| 425 | বাতিল কৰক |
Cancel |
| 426 | ব্যৱহাৰকৰ্তা সলনি কৰক বা PC অফ কৰক |
Switch users or turn off PC |
| 430 | Microsoft পৰিয়ালৰ সুবিধাসমূহৰ দ্বাৰা অৱৰোধিত |
Blocked by Microsoft family features |
| 440 | 15 মিনিট |
15 minutes |
| 441 | 30 মিনিট |
30 minutes |
| 442 | 1 ঘণ্টা |
1 hour |
| 443 | 2 ঘণ্টা |
2 hours |
| 444 | 4 ঘণ্টা |
4 hours |
| 445 | 8 ঘণ্টা |
8 hours |
| 450 | সেৱা অনুপলব্ধ |
Service unavailable |
| 451 | দুঃখিত, এই সেৱাটো এতিয়া উপলব্ধ নহয়৷ অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক৷ |
Sorry, the service isn't available right now. Please try again later. |
| 452 | যিহেতু আপুনি এই ডিভাইচৰ এজন ব্যৱস্থাপক, আপুনি অধিক স্ক্ৰীণ সময়ৰ কাৰণে অনুৰোধ প্ৰেৰণ কৰিব লাগিব। |
Since you are an administrator on this device, you'll need to send a request for more screen time. |
| 507 | আপোনাৰ অভিভাৱক এতিয়া ইয়াতে আছেনে? |
Is your parent here right now? |
| 510 | {0}-ক এই ৱেবছাইটটো চোৱাৰ অনুমতি দিয়া হ'ব: |
{0} will be allowed to visit this website: |
| 511 | যদি {0}-ক পিচিটো ব্যৱহাৰৰ বাবে কিছু অতিৰিক্ত সময়ৰ প্ৰয়োজন তেনেহ'লে আপুনি টাইমাৰটো অস্থায়ীভাৱে স্তব্ধ কৰিব পাৰে৷ |
You can pause the timer temporarily if {0} needs some extra time to use the PC. |
| 512 | [{0}] |
[{0}] |
| 513 | বঢ়াওক: |
Extend by: |
| 516 | {0}-ক ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হ'ব: |
{0} will be allowed to use: |
| 517 | ইয়াৰ বাবে মূল্যাংকিত: {0}+ |
Rated for: {0}+ |
| 518 | {0}-ত থকা সকলো ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰক |
Allow the use of all of {0} |
| 1101 | সময় সমাপ্ত! |
Time's up! |
| 1102 | স্ক্ৰীণৰ সময়ৰ বাবে আপোনাৰ পৰিয়ালৰ ছেটিংছৰ কাৰণে এই ডিভাইচটো লক কৰা হৈছে৷ যদি আপোনাক আজি বেছি সময় প্ৰয়োজন হয় তেন্তে আপুনি এজন প্ৰাপ্তবয়স্কক সুধিব লাগিব৷ |
This device is locked because of your family settings for screen time. You need to ask an adult if you want more time today. |
| 1103 | স্ক্ৰীণৰ সময়ৰ বাবে আপোনাৰ পৰিয়ালৰ ছেটিংছৰ কাৰণে এই ডিভাইচটো লক কৰা হৈছে৷ আপুনি ইয়াক পুনৰ {0} ত {1}-ত ব্যৱহাৰ কৰিব পাৰিব, বা আজি অধিক সময়ৰ বাবে এজন প্ৰাপ্তবয়স্কক সোধক৷ |
This device is locked because of your family settings for screen time. You can use it again at {0} on {1}, or ask an adult for more time today. |
| 1501 | অভিভাৱক এজনৰ পৰা অনুমতি বিচাৰক |
Ask a parent for permission |
| 1521 | এটি এপ্লিকেশ্বনক {0}-ৰ পৰা অনুমতি দিয়ক |
Allow an application from {0} |
| 1522 | {0}-ৰ পৰা এটি খেলক অনুমতি দিয়ক |
Allow a game from {0} |
| 1523 | ৱেবছাইট এটা অনুমতি দিয়ক |
Allow a website |
| 1524 | {0}-ৰ পৰা এখন চলচ্চিত্ৰক অনুমতি দিয়ক |
Allow a movie from {0} |
| 1525 | {0}-ৰ পৰা এটি টিভি এপিছ'ডক অনুমতি দিয়ক |
Allow a TV episode from {0} |
| 1526 | {0}-ৰ পৰা এটি গীতক অনুমতি দিয়ক |
Allow a song from {0} |
| 1527 | {0}-ৰ পৰা সামগ্ৰীক অনুমতি দিয়ক |
Allow content from {0} |
| 1528 | এটি এপ্লিকেশ্বনক অনুমতি দিয়ক |
Allow an application |
| 1529 | খেল এখনক অনুমতি দিয়ক |
Allow a game |
| 1530 | ত্ৰুটি এটা উত্পন্ন হৈছে |
An error has occurred |
| 1531 | অনাকাংক্ষিত ত্ৰুটি এটা হৈছে৷ অনুগ্ৰহ কৰি পিছত পুনৰ চেষ্টা কৰক৷ |
An unexpected error has occurred. Please try again later. |
| 1532 | এই এপ্প্টো অৱৰুদ্ধ কৰা হৈছে |
This app is blocked |
| 1533 | আপুনি প্ৰথমে এই এপ্প্টো আপোনাৰ পিচিত সংৰক্ষণ কৰিব লাগিব৷ ইয়াক Temp ফ'ল্ডাৰৰ বাহিৰে আন ক'ৰবাত সংৰক্ষণ কৰক, আৰু তাৰপিছত ইয়াক ব্যৱহাৰ কৰিবলৈ অভিভাৱক এজনৰ অনুমতি বিচাৰক৷ |
You must save this app on your PC first. Save it somewhere other than the Temp folder, and then ask for a parent's permission to use it. |
| 1540 | অনুৰোধ প্ৰেৰণ কৰা হ'ল |
Request sent |
| 1541 | আপোনাৰ অনুৰোধ প্ৰেৰণ কৰা হৈছে৷ আপোনাক অনুমতি দিয়া হৈছেনে নাই আপোনাৰ অভিভাৱকে আপোনাক জনাব৷ |
Your request has been sent. Your parent will let you know whether you have been given permission. |
| 1560 | অধিক সময় দিব? |
Give more time? |
| 1581 | {0} ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰক৷ |
Request permission to use {0}. |
| 1591 | এজন প্ৰাপ্তবয়স্কই আপোনাৰ অনুৰোধক অনুমোদন জনালে এই ডিভাইচটো আনলক হ'ব৷ |
This device will unlock when an adult approves your request. |
| 1592 | এজন প্ৰাপ্তবয়স্কই আপোনাৰ অনুৰোধক অনুমোদন জনালে এই ডিভাইচটো আনলক হ'ব, বা {0} ত {1}, যিয়েই প্ৰথমে আহে অন হ'ব৷ |
This device will unlock when an adult approves your request, or at {0} on {1}, whichever comes first. |
| 1593 | যদি কোনো প্ৰাপ্তবয়স্কই আপোনাৰ অনুৰোধক অনুমোদন নজনায়, তেন্তে এই ডিভাইচটো {0} ত {1} লক হ'ব৷ যদি এইটো লক হয়, তেন্তে এজন প্ৰাপ্তবয়স্কই আপোনাৰ অনুৰোধৰ অনুমোদন জনোৱাৰ পিছত ই পুনৰাই আনলক হ'ব৷ |
This device will lock at {0} on {1} unless an adult approves your request. If it does lock, it will unlock again after an adult approves your request. |
| 1594 | কিবা ভুল হৈছিল |
Something went wrong |
| 1595 | আমি আপোনাৰ অনুৰোধ প্ৰেৰণ কৰিবলৈ অক্ষম হৈছিলো৷ আপুনি ইণ্টাৰনেটলৈ সংযোগ স্থাপন কৰিছিলনে? |
We were unable to send your request. Are you connected to the Internet? |
| 32000 | পৰিয়াল |
Family |
| 32014 | Microsoft Corporation |
Microsoft Corporation |
| 32015 | পৰিয়াল সুৰক্ষা নিৰিক্ষণ আৰু ৰূপায়ণ আৰম্ভ কৰে৷ |
Initializes Family Safety monitoring and enforcement. |