MusUpdateHandlers.dll.mui মডাৰ্ণ আপডেট ছেটিংছ হেণ্ডলাৰ ৰূপায়ণ 656ed7e0f933a6fd04816884a5a2b2b4

File info

File name: MusUpdateHandlers.dll.mui
Size: 42496 byte
MD5: 656ed7e0f933a6fd04816884a5a2b2b4
SHA1: c072850667559ae6c8b5b2db33da10e989ff1146
SHA256: e0becb77eef80e2610878b7d8d751ef16be9922dab0b558e7cb91f9286802546
Operating systems: Windows 10
Extension: MUI

Translations messages and strings

If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.

id Assamese English
50আপডেটসমূহৰ বাবে পৰীক্ষা কৰি থকা হৈছে... Checking for updates...
51আপডেটবোৰ ডাউনল?ড হৈ আছে %1!u!%% Downloading updates %1!u!%%
52আপডেটবোৰ স্থাপনৰ বাবে সাজু হৈ আছে %1!u!%% Preparing to install updates %1!u!%%
53অনুগ্ৰহ কৰি অপেক্ষা কৰক... Please wait...
54আপোনাৰ ডিভাইচ আপ টু ডেট কৰা হৈছে৷ অন্তিম পৰীক্ষা: %1, %2 Your device is up to date. Last checked: %1, %2
55কোনো আপডেট উপলব্ধ নহয়৷ আমি নতুন আপডেটৰ বাবে দৈনিক পৰীক্ষা কৰা অব্যাহত ৰাখিম৷ No updates are available. We'll continue to check daily for newer updates.
56আপডেটবোৰ স্থাপন কৰিবলৈ সাজু Updates are ready to install
57আপুনি আপোনাৰ ডিভাইচ ব্যৱহাৰ নকৰিলে আমি স্বয়ংক্ৰিয়ভাৱে আপডেটসমূহ স্থাপন কৰিম বা আপুনি যদি বিচাৰে তেন্তে সেইবোৰক এতিয়া স্থাপন কৰিব পাৰিব৷ We'll automatically install updates when you aren't using your device, or you can install them now if you want.
58আপডেটবোৰ ডাউনলোড কৰিবলৈ সাজু Updates are ready to download
59আপডেটবোৰ স্থাপন হৈ আছে... Installing updates...
60এই আপডেটটো সম্পূৰ্ণ কৰিবলৈ আমি এটা পৃথক ইনষ্টলেচনৰে আৰম্ভ কৰিব লাগিব৷ এইটো আৰম্ভ কৰিবলৈ চয়ন কৰক৷ যদি আপুনি ইনষ্টল কৰা উইণ্ড'খন দেখা নাই, তেন্তে এই উইণ্ড'খন সংক্ষিপ্ত কৰক বা কাৰ্য্যদণ্ডিকাডাল পৰীক্ষা কৰক৷ We need to start a separate installation to complete this update. Select Install to start it. If you don't see the install window, minimize this window, or check the taskbar.
61আপোনাৰ ডিভাইচ আপ টু ডেট কৰা হৈছে: আজি, %1 Your device is up to date. Last checked: Today, %1
62আপোনাৰ ডিভাইচ আপ টু ডেট কৰা হৈছে: যোৱাকালি, %1 Your device is up to date. Last checked: Yesterday, %1
63আপডেটসমূহ আৰম্ভ কৰি আছে... Initializing updates...
64আপডেটসমূহ ডাউনলোড কৰিবলৈ সাজু হৈ আছে %1!u!%% Preparing to download updates %1!u!%%
100আপডেটসমূহৰ বাবে পৰীক্ষা কৰক Check for updates
101মিটাৰযুক্ত সংযোগৰ বাহিৰে (য'ত মাছুল প্ৰযোজ্য হ'ব পাৰে), উপলব্ধ আপডেটসমূহ স্বয়ংক্ৰিয়ভাৱে ডাউনলোড আৰু স্থাপন কৰা হ'ব৷ Available updates will be downloaded and installed automatically, except over metered connections (where charges may apply).
102এতিয়া পুনৰাৰম্ভ কৰক Restart now
103এতিয়া স্থাপন কৰক Install now
104ডাউনলোড Download
105পুনঃচেষ্টা কৰক Retry
106সমস্যাবোৰ সমাধান কৰক Fix issues
107আপোনাক প্ৰয়োজন নোহোৱা বস্তুবিলাক আঁতৰাবলৈ সংগ্ৰহণলৈ যাওক Go to Storage to remove things you don't need
108পৰৱৰ্তী Next
109আমি স্থাপন সমাপ্ত কৰিবলৈ পুনৰাৰম্ভ কৰাত সমস্যাৰ সন্মুখীন হৈছো৷ কিছু সময়ৰ পিছত পুনৰ চেষ্টা কৰক৷ যদি আপুনি এইটো দেখা পাই থাকে, তেন্তে ৱেবত অনুসন্ধান কৰি বা সহায়ৰ কাৰণে সহায়তাৰ সৈতে যোগাযোগ কৰি চেষ্টা কৰক৷ এই ত্ৰুটি কোডটোৱে সহায় কৰিব পাৰে: (%1) We're having trouble restarting to finish the install. Try again in a little while. If you keep seeing this, try searching the web or contacting support for help. This error code might help: (%1)
110আপডেট পুনৰাৰম্ভ আৰু সমাপ্ত কৰিবলৈ, আমাক প্ৰয়োজন: To restart and finish updating, we need:
111
• আপোনাৰ বেটাৰী 40% লৈ চাৰ্জ হৈছে৷

• Your battery charged to 40%.
112
• আপোনাৰ ফোন কল সমাপ্ত হৈছে৷

• Your phone call to be finished.
113এই বিকল্পটো আপোনৰ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰৱন্ধিত৷ This option is managed by your organization.
114আপডেটসমূহ পুনৰাৰম্ভ কৰক Resume updates
130মই যেতিয়া Windows আপডেট কৰোঁ তেতিয়া মোক অন্য Microsoft প্ৰডাক্টৰ বাবে আপডেট প্ৰদান কৰিব Give me updates for other Microsoft products when I update Windows.
131Microsoft Update-ৰ পৰা আপডেটৰ বাবে অনলাইন পৰীক্ষা কৰক৷ Check online for updates from Microsoft Update.
133অধিক জানক Learn more
134এটা আপডেটৰ পিছত মোৰ ডিভাইচ ছেট আপ কৰাটো স্বয়ংক্ৰিয়ভাৱে সমাপ্ত কৰিবলৈ মোৰ ছাইন ইন তথ্য ব্যৱহাৰ কৰক৷ Use my sign in info to automatically finish setting up my device after an update.
136গোপনীয়তা বিষয়ক বিবৃতি Privacy statement
137মই Windows আপডেট কৰাৰ সময়ত ড্ৰাইভাৰ আপডেটসমূহ অন্তৰ্ভুক্ত কৰক Include driver updates when I update Windows
140যদি আপুনি বিচাৰে, আপুনি এতিয়া পুনৰাৰম্ভ কৰিব পাৰে৷ বা আপুনি এক অধিক সুবিধাজনক সময়ত পুনৰাৰম্ভ কৰাৰ বাবে পুনৰ সময়-সূচী তৈয়াৰ কৰিব পাৰে৷ আপোনাৰ ডিভাইচটো সূচীবদ্ধ কৰাৰ সময়ত প্লাগ ইন হৈ থকাটো নিশ্চিত কৰক৷ আপডেটৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি স্থাপন কৰোতে কিছু সময় ল'ব পাৰে৷ If you want, you can restart now. Or, you can reschedule the restart to a more convenient time. Be sure your device is plugged in at the scheduled time. Depending on the size of the update, the install might take a while.
141আপুনি সচৰাচৰ আপোনাৰ ডিভাইচটো ব্যৱহাৰ নকৰা সময় এটাত পুনৰাৰম্ভ এটা অনুসূচীত কৰিম (এতিয়া %1 বজাত সঠিক হ?ব যেন লাগিছে)৷ We'll schedule a restart during a time you usually don't use your device (right now %1 today looks good).
142আপুনি সচৰাচৰ আপোনাৰ ডিভাইচটো ব্যৱহাৰ নকৰা সময় এটাত পুনৰাৰম্ভ এটা অনুসূচীত কৰিম (এতিয়া অহাকালিৰ %1 বজাত সঠিক হ?ব যেন লাগিছে)৷ We'll schedule a restart during a time you usually don't use your device (right now %1 tomorrow looks good).
143আপুনি সচৰাচৰ আপোনাৰ ডিভাইচটো ব্যৱহাৰ নকৰা সময় এটাত পুনৰাৰম্ভ এটা অনুসূচীত কৰিম (এতিয়া %2 তাৰিখৰ %1 বজাত সঠিক হ?ব যেন লাগিছে)৷ We'll schedule a restart during a time you usually don't use your device (right now %1 on %2 looks good).
144পুনৰাৰম্ভ কৰাৰ সময় এটা চয়ন কৰক Select a restart time
145আজি Today
146অহাকালি Tomorrow
147সেই সময় আগৰ আছিল৷ অন্য সময় পচন্দ কৰক৷ That time is in the past. Choose another time.
148আপুনি আমাক কৰিবলৈ ক'লে, আমি আপডেটসমূহৰ স্থাপন সমাপ্ত কৰিম: We’ll finish installing updates when you tell us to:
149আমি পুনৰাৰম্ভ কৰাৰ সময়ত এটা স্মাৰক দেখুৱাম৷ যদি আপুনি পুনৰাৰম্ভ কৰাৰ বিষয়ে অধিক জাননী চাব বিচাৰে, তেন্তে এইটো অন কৰক৷ We’ll show a reminder when we’re going to restart. If you want to see more notifications about restarting, turn this on.
150আপডেটবোৰ উপলব্ধ৷ Updates are available.
151তলত উল্লেখিত আপডেটসমূহৰ স্থাপন সমাপ্ত কৰিবলৈ পুনৰাৰম্ভ কৰিব লাগিব: A restart is required to finish installing the following updates:
152অতিৰিক্ত ভাষা সমৰ্থন Additional language support
160• এপ্প ব্ৰাউজিং আৰু এপ্প সুসমতা উন্নত কৰক৷ • Improve web browsing and app compatibility.
161• আপোনাৰ ডিভাইচটোৰ কাৰ্যক্ষমতা উন্নত কৰক৷ • Improve the way your devices work.
162• আপোনাৰ ডিভাইচটো অধিক সুৰক্ষিত কৰাত সহায় কৰক৷ • Help make your device more secure.
163• %1 • %1
164আপডেটৰ ইতিবৃত্ত Update history
165বিৱৰণ Details
166গোপনীয় ছেটিংছ Privacy settings
167টোকাঃ অন্য আপডেটসমূহৰ পৰীক্ষণৰ সময়ত Windows Update-এ প্ৰথমবাৰ স্বয়ংক্ৰিয়ভাবে নিজকে আপডেট কৰিব পাৰে৷ Note: Windows Update might update itself automatically first when checking for other updates.
168অগ্ৰণী বিকল্পসমূহ Advanced options
169বিকল্পসমূহ পুনৰাৰম্ভ কৰক Restart options
170পুনৰাৰম্ভ কৰাৰ অনুসূচী কৰক Schedule the restart
180স্বয়ংক্ৰিয় (অনুমোদিত) Automatic (recommended)
181সকলোবোৰ মসৃণভাৱে চলি থকাকৈ ৰাখক৷ আপুনি ডিভাইচটো ব্যৱহাৰ নকৰা সময়ত আমি ইয়াক স্বয়ংক্ৰিয়ভাৱে পুনৰাৰম্ভ কৰিম৷ মিটাৰযুক্ত সংযোগত আপডেটবোৰ ডাউনলোদ নহ?ব (য?ত মাচুল প্ৰযোজ্য হ?ব পাৰে)৷ Keep everything running smoothly. We'll restart your device automatically when you're not using it. Updates won't download over a metered connection (where charges may apply).
182ডাউনলোড কৰিবলৈ অধিসূচনা দিয়ক Notify to download
183আপডেটসমূহ ডাউনলোড কৰাৰ সময়ত পচন্দ কৰক, যদি পুনৰাৰম্ভ কৰাৰ প্ৰয়োজন হয় তেন্তে আপোনাক জনোৱা হ'ব৷ Choose when to download updates, and you'll be notified if a restart is needed.
184পুনৰাৰম্ভ অনুসূচীত কৰিবলৈ অধিসূচনা দিয়ক Notify to schedule restart
185আপডেটসমূহৰ স্থাপন সম্পূৰ্ণ কৰাৰ বাবে আপোনাক পুনৰাৰম্ভ কৰাৰ সময়সূচী তৈয়াৰ কৰিবলৈ কোৱা হ'ব৷ মিটাৰযুক্ত সংযোগৰ মাধ্যমেৰে আপডেটসমূহ ডাউনলোড কৰা নহয় (য'ত মাছুল প্ৰযোজ্য হ'ব পাৰে)৷ You'll be asked to schedule a restart to finish installing updates. Updates won't download over a metered connection (where charges may apply).
186আপডেটবোৰ যেতিয়াই স্থাপন কৰাৰ প্ৰয়োজন সদায়ে এই সময়ত মোৰ ডিভাইচটো পুনৰাৰম্ভ কৰিব৷ Always restart my device at this time whenever updates need to be installed.
187মোৰ স্থানীয় নেটৱৰ্কৰ অন্যান্য ডিভাইচবোৰ আপডেট কৰিবলৈ এইটো ডিভাইচত ডাউনলোড কৰা আপডেটবোৰ পুনৰ-ব্যৱহাৰ কৰক৷ Reuse updates downloaded on this device to update other devices on my local network.
188কেতিয়াও আপডেটৰ বাবে পৰীক্ষা নকৰিব (অনুমোদিত নহয়) Never check for updates (not recommended)
189আপোনাৰ প্ৰতিষ্ঠানে স্বয়ংক্ৰিয় আপডেটসমূহক অফ কৰিছে Your organization has turned off automatic updates
190স্থাপন কৰিবলৈ অধিসূচনা দিয়ক Notify to install
191মিটাৰযুক্ত সংযোগত আপডেটবোৰ ডাউনলোড নহ'ব৷ আপডেটবোৰ ডাউনলোড হোৱাৰ পিছত আপোনাক সেইবোৰ স্থাপন কৰিবলৈ কোৱা হ'ব৷ Updates won't download over a metered connection. You'll be asked to install updates when they've been downloaded.
192আমি মিটাৰযুক্ত সংযোগৰ (য'ত মাছুল প্ৰযোজ্য হয়) বাহিৰে আপডেটসমূহ স্বয়ংক্ৰিয়ভাৱে ডাউনলোড আৰু স্থাপন কৰিম৷ তেনে ক্ষেত্ৰত, আমি Windows ভালকৈ চলি থাকিবলৈহে কেৱল সেই আৱ্শ্যকীয় আপডেটসমূহ স্বয়ংক্ৰিয়ভাৱে ডাউনলোড কৰিম৷ আমি আপডেটসমূহ ডাউনলোড হোৱাৰ পিছত আপোনাক সেইবোৰ স্থাপন কৰিবলৈ কম৷ We'll automatically download and install updates, except on metered connections (where charges may apply). In that case, we’ll automatically download only those updates required to keep Windows running smoothly.
193আমি আপোনাক Windows ভালকৈ চলি থাকিবলৈ আৱশ্যকীয় আপডেটসমূহৰ বাহিৰে আপডেটসমূহ ডাউনলোড কৰিবলৈ কম৷ তেনে ক্ষেত্ৰত, আমি সেই আপডেটসমূহ স্বয়ংক্ৰিয়ভাৱে ডাউনলোড কৰিম৷ We'll ask you to download updates, except when updates are required to keep Windows running smoothly. In that case, we’ll automatically download those updates.
194আমি মিটাৰযুক্ত সংযোগৰ (য'ত মাছুল প্ৰযোজ্য হয়) বাহিৰে আপডেটসমূহ স্বয়ংক্ৰিয়ভাৱে ডাউনলোড কৰিম৷ তেনে ক্ষেত্ৰত, আমি Windows ভালকৈ চলি থাকিবলৈহে কেৱল সেই আৱ্শ্যকীয় আপডেটসমূহ স্বয়ংক্ৰিয়ভাৱে ডাউনলোড কৰিম৷ আমি আপডেটসমূহ ডাউনলোড হোৱাৰ পিছত সেইবোৰ আপোনাক স্থাপন কৰিবলৈ কম৷ We'll automatically download updates, except on metered connections (where charges may apply). In that case, we’ll automatically download only those updates required to keep Windows running smoothly. We'll ask you to install updates after they've been downloaded.
200এতিয়ালৈকে কোনো আপডেট স্থাপন কৰা হোৱা নাই৷ No updates have been installed yet.
201%1-ত সফলভাৱে স্থাপন হ'ল Successfully installed on %1
202%1-ত স্থাপন কৰাত বিফল Failed to install on %1
203স্থাপন সমাপ্ত কৰিবলৈ পুনৰাৰম্ভ কৰাৰ প্ৰয়োজন হৈছে Requires a restart to finish installing
204মানদণ্ড আপডেটসমূহ (%1!u!) Quality Updates (%1!u!)
205ফিচাৰ আপডেটসমূহ (%1!u!) Feature Updates (%1!u!)
206ড্ৰাইভাৰ আপডেটসমূহ (%1!u!) Driver Updates (%1!u!)
207সংজ্ঞা আপডেটসমূহ (%1!u!) Definition Updates (%1!u!)
208অন্যান্য আপডেটসমূহ (%1!u!) Other Updates (%1!u!)
209ধ্বংস কৰা হৈছে Collapsed
210ধ্বংস হোৱা নাই Not Collapsed
240পুনৰুদ্ধাৰ বিকল্পসমূহ Recovery options
241আপডেটবোৰ স্থাপন বাতিল কৰক Uninstall updates
300চফট্‌ৱেৰ লাইচেঞ্চ চৰ্তসমূহ Software License Terms
301এই আপডেটটো স্থাপন কৰিবলৈ, নতুন চফট্‌ৱেৰ লাইচেঞ্চ চৰ্তসমূহ স্বীকাৰ কৰক৷ আপুনি যদি এতিয়া আপডেটটো স্থাপন কৰিব নিবিচাৰে তেন্তে এই উইণ্ড'খন বন্ধ কৰক বা ওপৰৰ পিছলৈ মুখ কৰি থকা কাঁড়ডাল চয়ন কৰক৷ To install this update, accept the new Software License Terms. Close this window or select the Back arrow above if you don't want to install the update now.
400বন্ধ কৰক Close
401স্বীকাৰ কৰি স্থাপন কৰক Accept and install
500ডাউনলোডৰ বাবে অপেক্ষাৰত Waiting for download
501ডাউনলোডিং Downloading
502স্থাপনৰ বাবে অপেক্ষাৰত Waiting for install
503স্থাপন কৰি আছে... Installing
504পুনৰাৰম্ভ কৰাৰ প্ৰয়োজন হৈছে Requires restart
505ত্ৰুটি Error
506প্ৰগতিৰত In progress
550কেতিয়া ফিচাৰ আপডেটসমূহ স্থাপন কৰা হ'ব নিৰ্ধাৰণ কৰিবলৈ ব্ৰান্স ৰেডিনেচ স্তৰ পচন্দ কৰক৷ বৰ্তমান ব্ৰান্সৰ অৰ্থ হৈছে সৰ্বাধিক ব্যক্তিৰ বাবে আপডেটটো সাজু হোৱা আৰু ব্যৱসায়ৰ কাৰণে বৰ্তমান ব্ৰান্সৰ অৰ্থ হৈছে প্ৰতিষ্ঠানৰ গোপন ব্যৱহাৰৰ কাৰণে সাজু হোৱা৷ Choose the branch readiness level to determine when feature updates are installed. Current Branch means the update is ready for most people, and Current Branch for Business means it’s ready for widespread use in organizations.
551বৰ্তমান শাখা Current Branch
552ব্যৱসায়ৰ বাবে বৰ্তমান শাখা Current Branch for Business
553এটা ফিচাৰ আপডেটত নতুন সক্ষমতা আৰু উন্নতিসমূহ অন্তৰ্ভুক্ত কৰে৷ এইটোক বহু দিনৰ কাৰণে স্থগিত ৰখা হ'ব পাৰে: A feature update includes new capabilities and improvements. It can be deferred for this many days:
554এটা মানদণ্ডসম্পন্ন আপডেটত নিৰাপত্তা উন্নতিসমূহ অন্তৰ্ভুক্ত কৰে৷ এইটোক বহু দিনৰ কাৰণে স্থগিত ৰখা হ'ব পাৰে: A quality update includes security improvements. It can be deferred for this many days:
555এই ডিভাইচটোত স্থাপন হোৱাৰ পৰা আপডেটসমূহক অস্থায়ীভাৱে %1!u! দিনলৈকে বিৰাম দিয়া হৈছে৷ আপডেটসমূহ পুনৰাৰম্ভ হ'লে, এই ডিভাইচটোৱে ই পুনৰ বিৰাম লোৱাৰ পূৰ্বে শেহতীয়া আপডেটসমূহ লাভ কৰিব লাগিব৷ Temporarily pause updates from being installed on this device for up to %1!u! days. When updates resume, this device will need to get the latest updates before it can be paused again.
556আপুনি এই ডিভাইচটোৰ কাৰণে আপডেটসমূহক বিৰাম দিছে৷ আপডেটসমূহ কেতিয়া পুনৰাৰম্ভ হ'ব সেই সম্পৰ্কে অধিক তথ্যৰ কাৰণে, উন্নত বিকল্পসমূহ চয়ন কৰক৷ You have paused updates for this device. For more info on when updates will resume, select Advanced options.
557আপোনাৰ প্ৰতিষ্ঠানে এই ডিভাইচটোৰ কাৰণে কিছুমান আপডেটক বিৰাম দিছে৷ আপডেটসমূহ কেতিয়া পুনৰাৰম্ভ হ'ব সেই সম্পৰ্কে বেছি তথ্যৰ কাৰণে, উন্নত বিকল্পসমূহ চয়ন কৰক৷ Your organization paused some updates for this device. For more info on when updates will resume, select Advanced options.
558এতিয়া বিৰাম দিলে %1 লৈকে আপডেটসমূহক বিৰাম দিব Pausing now will pause updates until %1
559%1 লৈকে আপডেটসমূহক বিৰাম দিয়া হৈছে Updates paused until %1
560আপোনাৰ প্ৰতিষ্ঠানে %1 নোহোৱালৈকে মানদণ্ডসম্পন্ন আপডেটসমূহক বিৰাম দিছে Quality updates paused by your organization until %1
561আপোনাৰ প্ৰতিষ্ঠানে %1 নোহোৱালৈকে ফিচাৰ আপডেটসমূহক বিৰাম দিছে Feature updates paused by your organization until %1
562কিছুমান আপডেট ইতিমধ্যেই ডাউনলোড কৰি স্থাপন কৰা হৈছিল আৰু বিৰাম দিব নোৱাৰি৷ এই ডিভাইচটো পুনৰাৰম্ভ কৰিলে এই আপডেটসমূহ স্থাপন কৰাটো সমাপ্ত কৰিব৷ Some updates were already downloaded and installed and can’t be paused. Restarting this device will finish installing these updates. Any other updates will be paused.
563আপডেটসমূহ পুনৰাৰম্ভ কৰিছে, সেয়েহে আমি আপুনি পুনৰ বিৰাম দিয়াৰ পূৰ্বে শেহতীয়া নিৰাপত্তা আৰু মানদণ্ডসম্পন্ন আপডেটসমূহৰ সৈতে আপোনাৰ বৰ্তমান মেচিনক ৰাখিবলৈ আপডেটসমূহৰ বাবে পৰীক্ষা কৰি আছোঁ৷ Updates have been resumed so we are checking for updates to keep your machine current with the latest security and quality updates before you can pause updates again.
564আপডেটসমূহক বিৰাম দিয়ক Pause Updates
600সমাপ্তি সময় আৰম্ভ সময়ৰ পৰা %1!u! ঘণ্টাতকৈ বেছি নোহোৱাকৈ পচন্দ কৰক৷ Choose an end time that’s no more than %1!u! hours from the start time.
601সমাপ্তি সময় (সৰ্বাধিক %1!u! ঘণ্টা) End time (max %1!u! hours)
602আপোনাৰ প্ৰতিষ্ঠানে আপোনাৰ সক্ৰিয় ঘণ্টাৰ সীমা পচন্দ কৰিছে৷ Your organization has chosen your Active hours limits.
700আপোনাৰ ডিভাইচ সক্ৰিয় ঘণ্টাৰ বাহিৰত পুনৰাৰম্ভ কৰিবলৈ সূচীবদ্ধ কৰা হৈছে৷ (সক্ৰিয় ঘণ্টাসমূহ হৈছে %1-ৰ পৰা %2-লৈ৷) Your device is scheduled to restart outside of active hours. (Active hours are %1 to %2.)
701আমি আপুনি %2ত %1ত অনুসূচী কৰি থোৱাখিনি পুনৰাৰম্ভ কৰিবলৈ ছেট কৰিছোঁ বা এতিয়াৰ পৰা বেছি ভালকৈ আৰু নিৰাপদে চলিবলৈ পুনৰাৰম্ভ কৰক চয়ন কৰক৷ We’re all set to do the restart you scheduled at %1 on %2, or select Restart now to run more smoothly and securely right away.
702আপোনাৰ প্ৰতিষ্ঠানে Windows আপডেট কৰি থকাটো সমাপ্ত কৰিবলৈ %1-ত আপোনাৰ ডিভাইচ পুনৰাৰম্ভ কৰিব৷ বা এতিয়াৰ পৰা বেছি ভালকৈ আৰু নিৰাপদে চলিবলৈ পুনৰাৰম্ভ কৰক চয়ন কৰক৷ Your organization will restart your device at %1 to finish updating Windows. Or select Restart now to run more smoothly and securely right away.
703আপোনাৰ ডিভাইচ %1-ত পুনৰাৰম্ভ হ'ব৷ পুনৰাৰম্ভ হোৱাৰ পূৰ্বে যিকোনো কাম সংৰক্ষণ কৰাটো নিশ্চিত কৰক৷ Your device will restart at %1. Make sure to save any work before the restart.
704আপোনাৰ ডিভাইচ %1-ত পুনৰাৰম্ভ হ'ব কিয়নো আমি চেষ্টা কৰিছিলো কিন্তু আমি সক্ৰিয় ঘণ্টাৰ বাহিৰত আপডেটসমূহ ইনষ্টল কৰিবলৈ অক্ষম হৈছিলো৷ পুনৰাৰম্ভ কৰাৰ পূৰ্বে যিকোনো কাম সংৰক্ষণ কৰাটো নিশ্চিত কৰক৷ Your device will restart at %1 because we tried but were unable to install updates outside of your active hours. Make sure to save any work before the restart.
707আপোনাৰ ডিভাইচ আপোনাৰ প্ৰতিষ্ঠানৰ দ্বাৰা সক্ৰিয় ঘণ্টাৰ বাহিৰত পুনৰাৰম্ভ কৰিবলৈ সূচীবদ্ধ কৰা হৈছে৷ (সক্ৰিয় ঘণ্টাসমূহ হৈছে %1-ৰ পৰা %2-লৈ৷) Your device is scheduled to restart outside of active hours set by your organization. (Active hours are %1 to %2.)
708আপোনাৰ সক্ৰিয় ঘণ্টাৰ বাহিৰত আপডেটসমূহ ইনষ্টল কৰিবলৈ আমি কোনো ভাল সময় বিচাৰি পোৱা নাছিলো আৰু সমাপ্ত কৰিবলৈ আপোনাৰ ডিভাইচ পুনৰাৰম্ভ কৰিব লাগিব৷ We couldn’t find a good time to install updates outside of your active hours and need you to restart your device to finish up.
800আপোনাৰ ডিভাইচৰ বিপদাশংকিত হৈছে কাৰণ এইটো পুৰণা আৰু ইয়াৰ গুৰুত্বপূৰ্ণ নিৰাপত্তা আৰু মানদণ্ডসম্পন্ন আপডেটসমূহ নাই৷ Windows অধিক নিৰাপদে চলিবৰ কাৰণে আপোনাক ট্ৰেকলৈ আনো আহক৷ আগবাঢ়িবলৈ এই বুটামটো চয়ন কৰক: Your device is at risk because it’s out of date and missing important security and quality updates. Let’s get you back on track so Windows can run more securely. Select this button to get going:
1000আপডেটসমূহ উপলব্ধ, কিন্তু ডাউনলোড কৰিবলৈ আমাক অস্থায়ীভাৱে %1 MB-%2 MB স্থানৰ প্ৰয়োজন৷ আপোনাক প্ৰয়োজন নোহোৱা কিছুমান বস্তু এতিয়াই আঁতৰাওক আৰু আমি পুনৰাই চেষ্টা কৰিম৷ Updates are available, but we temporarily need %1 MB-%2 MB of space to download. Remove some things you don't need right now and we'll try again.
1001আপডেটসমূহ উপলব্ধ, কিন্তু ডাউনলোড কৰিবলৈ আমাক অস্থায়ীভাৱে %1 MB-%2 GB স্থানৰ প্ৰয়োজন৷ আপোনাক প্ৰয়োজন নোহোৱা কিছুমান বস্তু এতিয়াই আঁতৰাওক আৰু আমি পুনৰাই চেষ্টা কৰিম৷ Updates are available, but we temporarily need %1 MB-%2 GB of space to download. Remove some things you don't need right now and we'll try again.
1002আপডেটসমূহ উপলব্ধ, কিন্তু ডাউনলোড কৰিবলৈ আমাক অস্থায়ীভাৱে %1 GB-%2 GB স্থানৰ প্ৰয়োজন৷ আপোনাক প্ৰয়োজন নোহোৱা কিছুমান বস্তু এতিয়াই আঁতৰাওক আৰু আমি পুনৰাই চেষ্টা কৰিম৷ Updates are available, but we temporarily need %1 GB-%2 GB of space to download. Remove some things you don't need right now and we'll try again.
1003আপডেটসমূহ উপলব্ধ, কিন্তু ডাউনলোড কৰিবলৈ আমাক অস্থায়ীভাৱে %1 MB স্থানৰ প্ৰয়োজন৷ আপোনাক প্ৰয়োজন নোহোৱা কিছুমান বস্তু এতিয়াই আঁতৰাওক আৰু আমি পুনৰাই চেষ্টা কৰিম৷ Updates are available, but we temporarily need %1 MB of space to download. Remove some things you don't need right now and we'll try again.
1004আপডেটসমূহ উপলব্ধ, কিন্তু ডাউনলোড কৰিবলৈ আমাক অস্থায়ীভাৱে %1 GB স্থানৰ প্ৰয়োজন৷ আপোনাক প্ৰয়োজন নোহোৱা কিছুমান বস্তু এতিয়াই আঁতৰাওক আৰু আমি পুনৰাই চেষ্টা কৰিম৷ Updates are available, but we temporarily need %1 GB of space to download. Remove some things you don't need right now and we'll try again.
1005আপডেটসমূহ উপলভ্য হৈ আছে, কিন্তু ডাউনলোড কৰিবলৈ আমাক অস্থায়ীভাৱে কিছু খালী স্থানৰ প্ৰয়োজন৷ আপোনাক বৰ্তমান প্ৰয়োজন নোহোৱা কিছুমান বস্তু আঁতৰাওক আৰু আমি পুনৰাই চেষ্টা কৰিম৷ Updates are available, but we temporarily need some space to download. Remove some things you don't need right now and we'll try again.
1100আপডেটসমূহ উপলব্ধ, কিন্তু স্থাপন কৰিবলৈ আমাক %1 MB অস্থায়ীভাৱে প্ৰয়োজন৷ আপোনাক বৰ্তমান প্ৰয়োজন নোহোৱা কিছুমান বস্তু আঁতৰাওক আৰু আমি পুনৰাই চেষ্টা কৰিম৷ Updates are available, but we temporarily need %1 MB of space to install. Remove some things you don't need right now and we'll try again.
1101আপডেটসমূহ উপলব্ধ, কিন্তু স্থাপন কৰিবলৈ আমাক %1 GB অস্থায়ীভাৱে প্ৰয়োজন৷ আপোনাক বৰ্তমান প্ৰয়োজন নোহোৱা কিছুমান বস্তু আঁতৰাওক আৰু আমি পুনৰাই চেষ্টা কৰিম৷ Updates are available, but we temporarily need %1 GB of space to install. Remove some things you don't need right now and we'll try again.
1102আপডেটসমূহ উপলভ্য হৈ আছে, কিন্তু স্থাপন কৰিবলৈ আমাক অস্থায়ীভাৱে কিছু খালী স্থানৰ প্ৰয়োজন৷ আপোনাক বৰ্তমান প্ৰয়োজন নোহোৱা কিছুমান বস্তু আঁতৰাওক আৰু আমি পুনৰাই চেষ্টা কৰিম৷ Updates are available, but we temporarily need some space to install. Remove some things you don't need right now and we'll try again.
1200আপডেটসমূহ উপলভ্য হৈছে৷ আপুনি এটা মিটাৰযুক্ত সংযোগ ব্যৱহাৰ নকৰাৰ সময়ত আমি তাক ডাউনলোড কৰিম, বা আপুনি আপোনাৰ সাম্প্ৰতিক ডাটা সংযোগ ব্যৱহাৰ কৰি %1 MB-%2 MB ডাউনলোড কৰিব পাৰিব (চাৰ্জ লাগিব পাৰে)৷ আপুনি কিছুমান আপডেটৰ বাবে এতিয়াও মিটাৰহীন Wi-Fi লৈ সংযোগ কৰিব লগা হ'ব পাৰে৷ Updates are available. We'll download them when you are not using a metered connection, or you can download %1 MB-%2 MB using your current data connection (charges might apply). You might still need to connect to unmetered Wi-Fi for some updates.
1201আপডেটসমূহ উপলভ্য হৈছে৷ আপুনি এটা মিটাৰযুক্ত সংযোগ ব্যৱহাৰ নকৰাৰ সময়ত আমি তাক ডাউনলোড কৰিম, বা আপুনি আপোনাৰ সাম্প্ৰতিক ডাটা সংযোগ ব্যৱহাৰ কৰি %1 MB-%2 GB ডাউনলোড কৰিব পাৰিব (চাৰ্জ লাগিব পাৰে)৷ আপুনি কিছুমান আপডেটৰ বাবে এতিয়াও মিটাৰহীন Wi-Fi লৈ সংযোগ কৰিব লগা হ'ব পাৰে৷ Updates are available. We'll download them when you are not using a metered connection, or you can download %1 MB-%2 GB using your current data connection (charges might apply). You might still need to connect to unmetered Wi-Fi for some updates.
1202আপডেটসমূহ উপলভ্য হৈছে৷ আপুনি এটা মিটাৰযুক্ত সংযোগ ব্যৱহাৰ নকৰাৰ সময়ত আমি তাক ডাউনলোড কৰিম, বা আপুনি আপোনাৰ সাম্প্ৰতিক ডাটা সংযোগ ব্যৱহাৰ কৰি %1 GB-%2 GB ডাউনলোড কৰিব পাৰিব (চাৰ্জ লাগিব পাৰে)৷ আপুনি কিছুমান আপডেটৰ বাবে এতিয়াও মিটাৰহীন Wi-Fi লৈ সংযোগ কৰিব লগা হ'ব পাৰে৷ Updates are available. We'll download them when you are not using a metered connection, or you can download %1 GB-%2 GB using your current data connection (charges might apply). You might still need to connect to unmetered Wi-Fi for some updates.
1203আপডেটসমূহ উপলভ্য হৈছে৷ আপুনি এটা মিটাৰযুক্ত সংযোগ ব্যৱহাৰ নকৰাৰ সময়ত আমি তাক ডাউনলোড কৰিম, বা আপুনি আপোনাৰ সাম্প্ৰতিক ডাটা সংযোগ ব্যৱহাৰ কৰি %1 MB ডাউনলোড কৰিব পাৰিব (চাৰ্জ লাগিব পাৰে)৷ আপুনি কিছুমান আপডেটৰ বাবে এতিয়াও মিটাৰহীন Wi-Fi লৈ সংযোগ কৰিব লগা হ'ব পাৰে৷ Updates are available. We'll download them when you are not using a metered connection, or you can download %1 MB using your current data connection (charges might apply). You might still need to connect to unmetered Wi-Fi for some updates.
1204আপডেটসমূহ উপলভ্য হৈছে৷ আপুনি এটা মিটাৰযুক্ত সংযোগ ব্যৱহাৰ নকৰাৰ সময়ত আমি সেইবোৰ ডাউনলোড কৰিম, বা আপুনি আপোনাৰ সাম্প্ৰতিক ডাটা সংযোগ ব্যৱহাৰ কৰি %1 GB ডাউনলোড কৰিব পাৰিব (চাৰ্জ লাগিব পাৰে)৷ আপুনি কিছুমান আপডেটৰ বাবে এতিয়াও মিটাৰহীন Wi-Fi লৈ সংযোগ কৰিব লগা হ'ব পাৰে৷ Updates are available. We'll download them when you are not using a metered connection, or you can download %1 GB using your current data connection (charges might apply). You might still need to connect to unmetered Wi-Fi for some updates.
1205আপডেটসমূহ উপলভ্য হৈছে৷ আপুনি এটা মিটাৰযুক্ত সংযোগ ব্যৱহাৰ নকৰাৰ সময়ত আমি সেইবোৰ ডাউনলোড কৰিম, বা আপুনি আপোনাৰ সাম্প্ৰতিক ডাটা সংযোগ ব্যৱহাৰ কৰি এতিয়া সেইবোৰ লাভ কৰিব পাৰিব (চাৰ্জ লাগিব পাৰে)৷ আপুনি কিছুমান আপডেটৰ বাবে এতিয়াও মিটাৰহীন Wi-Fi লৈ সংযোগ কৰিব লগা হ'ব পাৰে৷ Updates are available. We'll download them when you are not using a metered connection, or you can get them now using your current data connection (charges might apply). You might still need to connect to unmetered Wi-Fi for some updates.
1300আপুনি আপোনাৰ PC লৈ লগ অন নকৰাৰ কাৰণে আমি কিছুমান আপডেটক স্থাপন কৰিব নোৱাৰিলো৷ We couldn't install some updates because you weren't logged on to the PC.
1301আপুনি ইয়াৰ সৈতে ছাইন ইন কৰা একাউণ্ট ব্যৱহাৰ কৰি আমি কিছুমান আপডেট স্থাপন কৰিব নোৱাৰিলো৷ অন্য একাউণ্টেৰে ছাইন ইন কৰি চেষ্টা কৰক৷ We couldn't install some updates using the account you're signed in with. Try signing in with another account.
1302কিছুমান আপডেট লাভ কৰিবলৈ এই PC টো অনুমতিপ্ৰাপ্ত নহয়, সম্ভৱ Windows ৰ এটি পৃথক সংস্কৰণলৈ নবীকৰণ কৰি স্থাপন কৰিবলৈ চেষ্টা কৰাৰ কাৰণে এনে হ'ব পাৰে৷ আমি আপডেট কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম৷ This PC isn't authorized to get some updates, possibly because an upgrade to a different edition of Windows is trying to install. We'll keep trying to update.
8000কিছুমান আপডেট স্থাপন কৰাত সমস্যাৰ সৃষ্টি হৈছিল, কিন্তু আমি কিছু সময়ৰ পিছত আকৌ চেষ্টা কৰিম৷ যদি আপুনি এইটো দেখা পাই থাকে আৰু ৱেবত অনুসন্ধান কৰিব বিচাৰে বা তথ্যৰ বাবে সহায়তাৰ সৈতে যোগাযোগ কৰিব বিচাৰে, তেন্তে ই সহায় কৰিব পাৰে: There were problems installing some updates, but we'll try again later. If you keep seeing this and want to search the web or contact support for information, this may help:
8001• %1 - ত্ৰুটি %2 • %1 - Error %2
8002আপডেটসমূহ স্থাপন কৰাত কিছুমান সমস্যাৰ সৃষ্টি হৈছিল, কিন্তু আমি কিছু সময়ৰ পিছত পুনৰ চেষ্টা কৰিম৷ যদি আপুনি এইটো দেখা পাই থাকে আৰু ৱেবত অনুসন্ধান কৰিবলৈ বা তথ্যৰ কাৰণে সহায়তাৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰে, তেন্তে ই সহায় কৰিব পাৰে: (%1) There were some problems installing updates, but we'll try again later. If you keep seeing this and want to search the web or contact support for information, this may help: (%1)
8003আমি কিছুমান সমস্যা পাইছিলো৷ সমাধান কৰিবৰ বাবে এই বাৰ্তাটো চয়ন কৰক আৰু আপডেট সমাপ্ত কৰক৷ We found some issues. Select this message to fix and finish updating.
8004আমি আপডেটসমূহৰ বাবে পৰীক্ষা কৰিব পৰা নাছিলো, কিয়নো আপুনি ইণ্টাৰনেটলৈ সংযোগ হোৱা নাছিল৷ আপোনাৰ চেলুলাৰ ডাটা বা Wi-Fi সংযোগ থকাটো নিশ্চিত কৰক আৰু পুনৰাই চেষ্টা কৰক৷ We couldn't check for updates, because you aren't connected to the Internet. Make sure you have a cellular data or Wi-Fi connection and try again.
8005আপোনাৰ সংযোগ ৰোমিংত আছে৷ আমি পিছত স্বয়ংক্ৰিয়ভাৱে চেষ্টা কৰিম৷ Your connection is roaming. We'll try again later automatically.
8006অন্য আপডেটসমূহ প্ৰগতিৰ পথত থকাৰ বাবে আমি কিছুমান আপডেটক স্থাপন কৰিব নোৱাৰো৷ আপোনাৰ কম্পিউটাৰ পুনৰাৰম্ভ কৰিলে সহায়ক হ'ব পাৰে আৰু আমি আপডেট কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম৷ We can't install some updates because other updates are in progress. Restarting your computer may help, and we'll keep trying to update.
8007ইণ্টাৰনেট সংযোগ নথকাৰ বাবে আমি আপডেটসমূহৰ ডাউনলোড সমাপ্ত কৰিব নোৱাৰিলো৷ আপুনি সংযোগ হৈ থকাটো নিশ্চিত কৰক আৰু আমি পিছত চেষ্টা কৰিম৷ We couldn't finish downloading updates because the Internet connection was lost. Make sure you're connected and we'll try again later.
8008আপডেটসমূহ উপলব্ধ, কিন্তু আপোনাৰ বৰ্তমানৰ সংযোগত ডাউনলোড কৰিবৰ বাবে সেইবোৰ অধিক ডাঙৰ৷ আপুনি Wi-Fi লৈ সংযোগ কৰাৰ লগে-লগেই আমি আপডেটসমূহ ডাউনলোড কৰিম৷ Updates are available, but they are too big to download over your current connection. We'll download the updates as soon as you connect to Wi-Fi.
8009আপুনি আপোনাৰ একাউণ্টৰ পৰা ছাইন আউট কৰাৰ বাবে আমি কিছুমান আপডেটক ডাউনলোড কৰিব নোৱাৰিলো৷ আপোনাৰ একাউণ্টেৰে ছাইন ইন কৰক, আপডেটটোৰ বাবে পুনৰাই চেষ্টা কৰক আৰু ডাউনলোড চলি থকাৰ সময়ত ছাইন ইন কৰি ৰাখক৷ We couldn't download some updates because you were signed out of your account. Sign in with your account, try the update again, and stay signed in during the download.
8010বেটাৰী সংৰক্ষক অন হৈছে, সেয়েহে আমি ডাউনলোডক বিৰাম দিছো৷ আমি বেটাৰী সংৰক্ষক অফ হোৱাৰ সময়ত পুনৰাৰম্ভ কৰিম বা এইটো এতিয়াই কৰিবলৈ ‘ডাউনলোড’ বুটামটো ক্লিক কৰক৷ Battery Saver is on, so we've paused downloads. We'll resume when Battery Saver is off or click the ‘Download’ button to do it now.
8011কিছুমান আপডেট স্থাপন কৰাত সমস্যাৰ সৃষ্টি হৈছিল, কিন্তু আমি কিছু সময়ৰ পিছত পুনৰ চেষ্টা কৰিম৷ যদি আপুনি এইটো দেখা পাই থাকে, তেন্তে ৱেবত অনুসন্ধান কৰি বা সহায়ৰ বাবে সহায়তাৰ সৈতে যোগাযোগ কৰি চেষ্টা কৰক৷ এই ত্ৰুটি ক'ডটোৱে সহায় কৰিব পাৰে: (%1) There were problems downloading some updates, but we'll try again later. If you keep seeing this, try searching the web or contacting support for help. This error code might help: (%1)
8014নেটৱৰ্কৰ সমস্যাৰ বাবে আমি আপডেটসমূহ ডাউনলোড কৰিব নোৱাৰিলো৷ আমি ডাউনলোড কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম৷ We couldn't download updates because of network problems. We'll keep trying to download.
8015PC অফ কৰাৰ বাবে আমি কিছুমান আপডেট স্থাপন কৰিব নোৱাৰিলো৷ We couldn't install some updates because the PC was turned off.
8016আপোনাৰ PC-ত বৰ্তমানে থকা ড্ৰাইভাৰটো আমি স্থাপন কৰিবলৈ চেষ্টা কৰি থকা ড্ৰাইভাৰটোতকৈ উন্নত৷ আমি স্থাপন কৰিবলৈ চেষ্টা কৰি থাকিম৷ A current driver on your PC may be better than the driver we're trying to install. We'll keep trying to install.
8017কিছুমান আপডেটক বাতিল কৰা হৈছিল৷ যদি নতুন আপডেট উপলভ্য হয়, আমি চেষ্টা কৰিম৷ Some updates were cancelled. We'll keep trying in case new updates become available.
8019আপোনাৰ আপডেটৰ কাৰণে আমি কিছু পৰিৱৰ্তন কৰিব লাগিব৷ আমি চেষ্টা কৰি থাকিম৷ We need to make some changes to your update. We'll keep trying.
8020অনুগ্ৰহ কৰি আপোনাৰ আপডেট অবৰোধ কৰি ৰখা কিছু সমস্যা নিৰ্মূল কৰিবলৈ আমাক সহায় কৰক৷ Please help us fix some things that are blocking your update.
8021য'ত আপডেটসমূহ ডাউনলোড কৰা হৈছিল সেই ষ্ট'ৰেজ অৱস্থানটো পৰিৱৰ্তন কৰা হ'ল৷ আপডেটসমূহ ডাউনলোড কৰি থকাৰ সময়ত যিকোনো ড্ৰাইভ বা মেমৰি কাৰ্ড আঁতৰ নকৰাটো নিশ্চিত কৰক৷ The storage location where updates were downloading changed. Make sure any drives or memory cards aren't removed while updates are downloading.
8022এই আপডেটটো স্থাপন কৰিবলৈ, নতুন চফট্‌ৱেৰ লাইচেঞ্চ চৰ্তসমূহ স্বীকাৰ কৰক৷ To install this update, accept the new Software License Terms.
8023আমি আপডেট সেৱালৈ সংযোগ কৰিব নোৱাৰিলো৷ আমি পিছত পুনৰাই চেষ্টা কৰিম, বা আপুনি এতিয়া পৰীক্ষা কৰিব পাৰে৷ যদি ই এতিয়াও কাম নকৰে, তেন্তে আপুনি ইণ্টাৰনেটলৈ সংযোজিত হোৱাটো নিশ্চিত কৰক৷ We couldn't connect to the update service. We'll try again later, or you can check now. If it still doesn't work, make sure you're connected to the Internet.
8024আপোনাৰ আপডেটসমূহ ডাউনলোড কৰিবলৈ আমাক অস্থায়ীভাৱে অধিক খালী স্থানৰ প্ৰয়োজন হ'ব৷ অনুগ্ৰহ কৰি আপোনাক বৰ্তমান প্ৰয়োজন নোহোৱা কিছু বস্তু আঁতৰাওক আৰু আমি পুনৰাই চেষ্টা কৰিম৷ We temporarily need more space to download your updates. Please remove some things you don't need right now and we'll try again.
8025আপোনাৰ আপডেটসমূহ স্থাপন কৰিবলৈ আমাক অস্থায়ীভাৱে অধিক খালী স্থানৰ প্ৰয়োজন হ'ব৷ অনুগ্ৰহ কৰি আপোনাক বৰ্তমান প্ৰয়োজন নোহোৱা কিছু বস্তু আঁতৰাওক আৰু আমি পুনৰাই চেষ্টা কৰিম৷ We temporarily need more space to install your updates. Please remove some things you don't need right now and we'll try again.
8026কিছুমান আপডেট ডাউনলোড কৰাত আমি কিছু সমস্যা পাইছো৷ আপোনাৰ ডিভাইচ পুনৰাৰম্ভ কৰিলে সহায়ক হ'ব পাৰে৷ We're having some trouble downloading updates. Restarting your device may help.
8027আপুনি স্থাপন হোৱাৰ পূৰ্বেই কিছুমান আপডেট ফাইলক বিলোপ কৰিব পাৰে৷ আপোনাক যদি এতিয়াও সেই ফাইলসমূহ লাগে তেন্তে আমি সেইবোৰ ডাউনলোড কৰিম৷ You may have deleted some update files before they could be installed. We'll download those files for you if you still need them.
8028কিছুমান আপডেট ফাইল সঠিকভাৱে স্বাক্ষৰিত হোৱা নাই৷

ত্ৰুটি ক'ড: (%1)
Some update files aren't signed correctly.

Error code: (%1)
8029আপোনাৰ ইণ্টাৰনেট সংযোগ মিটাৰযুক্ত বা ৰোমিং হৈ নথকাটো নিশ্চিত কৰক, আৰু আপডেটসমূহ পুনৰ ডাউনলোড কৰি চেষ্টা কৰক৷

ত্ৰুটি ক'ড: (%1)
Make sure your Internet connection isn't metered or roaming, and try downloading updates again.

Error code: (%1)
8030কিছুমান আপডেটে ডাউনলোড সমাপ্ত কৰিব নোৱাৰিলে৷ আমি চেষ্টা কৰি থাকিম৷

ত্ৰুটি ক'ড: (%1)
Some updates didn't finish downloading. We'll keep trying.

Error code: (%1)
8031আমি আপডেট সমাপ্ত কৰিব নোৱাৰো৷ আপোনাৰ ডিভাইচটো পুনৰাৰম্ভ কৰি চেষ্টা কৰক আৰু আমি পুনৰ চেষ্টা কৰিম৷

ত্ৰুটি ক'ড: (%1)
We can't finish the update. Try restarting your device and we'll try again.

Error code: (%1)
8032কিছুমান আপডেট ফাইল হেৰাইছে বা সমস্যা আছে৷ আমি পিছত আপডেটটো পুনৰ ডাউনলোড কৰিবলৈ চেষ্টা কৰিম৷

ত্ৰুটি ক'ড: (%1)
Some update files are missing or have problems. We'll try to download the update again later.

Error code: (%1)
8033আমি আপডেটসমূহ লাভ কৰিব পৰা নাই৷ আপুনি আপোনাৰ প্ৰতিষ্ঠানৰ নেটৱৰ্কলৈ সংযোগ হৈ থকাটো নিশ্চিত কৰি পুনৰাই চেষ্টা কৰক৷ We couldn't get updates. Make sure you are connected to your organization's network and try again.
8034বেটাৰী চেভাৰ অন হৈছে৷ আপুনি আপডেটসমূহ স্থাপন কৰাৰ পূৰ্বে আপোনাৰ ডিভাইচ প্লাগ ইন কৰক৷ Battery Saver is turned on. Plug in your device before you install updates.
8035আপডেটসমূহ স্থাপন কৰিবলৈ, আমাক আপোনাৰ বেটাৰী 40% চাৰ্জ হৈ থকাটোৰ প্ৰয়োজন হ'ব৷ To install updates, we need your battery charged to 40%.
8036আমি আপডেটসমূহৰ বাবে পৰীক্ষা কৰিব পৰা নাছিলো, কিয়নো আপুনি ইণ্টাৰনেটলৈ সংযোগ হোৱা নাছিল৷ আপোনাৰ চেলুলাৰ ডাটা বা WLAN সংযোগ থকাটো নিশ্চিত কৰক আৰু পুনৰাই চেষ্টা কৰক৷ We couldn't check for updates, because you aren't connected to the Internet. Make sure you have a cellular data or WLAN connection and try again.
8037আপডেটসমূহ উপলব্ধ, কিন্তু আপোনাৰ বৰ্তমানৰ সংযোগত ডাউনলোড কৰিবৰ বাবে সেইবোৰ অধিক ডাঙৰ৷ আপুনি WLAN লৈ সংযোগ কৰাৰ লগে-লগেই আমি আপডেটসমূহ ডাউনলোড কৰিম৷ Updates are available, but they are too big to download over your current connection. We'll download the updates as soon as you connect to WLAN.
8038আপডেটসমূহ উপলভ্য হৈছে৷ আপুনি এটা মিটাৰযুক্ত সংযোগ ব্যৱহাৰ নকৰাৰ সময়ত আমি তাক ডাউনলোড কৰিম, বা আপুনি আপোনাৰ সাম্প্ৰতিক ডাটা সংযোগ ব্যৱহাৰ কৰি %1 MB-%2 MB ডাউনলোড কৰিব পাৰিব (চাৰ্জ লাগিব পাৰে)৷ আপুনি কিছুমান আপডেটৰ বাবে এতিয়াও মিটাৰহীন WLAN লৈ সংযোগ কৰিব লগা হ'ব পাৰে৷ Updates are available. We'll download them when you are not using a metered connection, or you can download %1 MB-%2 MB using your current data connection (charges might apply). You might still need to connect to unmetered WLAN for some updates.
8039আপডেটসমূহ উপলভ্য হৈছে৷ আপুনি এটা মিটাৰযুক্ত সংযোগ ব্যৱহাৰ নকৰাৰ সময়ত আমি তাক ডাউনলোড কৰিম, বা আপুনি আপোনাৰ সাম্প্ৰতিক ডাটা সংযোগ ব্যৱহাৰ কৰি %1 MB-%2 GB ডাউনলোড কৰিব পাৰিব (চাৰ্জ লাগিব পাৰে)৷ আপুনি কিছুমান আপডেটৰ বাবে এতিয়াও মিটাৰহীন WLAN লৈ সংযোগ কৰিব লগা হ'ব পাৰে৷ Updates are available. We'll download them when you are not using a metered connection, or you can download %1 MB-%2 GB using your current data connection (charges might apply). You might still need to connect to unmetered WLAN for some updates.
8040আপডেটসমূহ উপলভ্য হৈছে৷ আপুনি এটা মিটাৰযুক্ত সংযোগ ব্যৱহাৰ নকৰাৰ সময়ত আমি তাক ডাউনলোড কৰিম, বা আপুনি আপোনাৰ সাম্প্ৰতিক ডাটা সংযোগ ব্যৱহাৰ কৰি %1 GB-%2 GB ডাউনলোড কৰিব পাৰিব (চাৰ্জ লাগিব পাৰে)৷ আপুনি কিছুমান আপডেটৰ বাবে এতিয়াও মিটাৰহীন WLAN লৈ সংযোগ কৰিব লগা হ'ব পাৰে৷ Updates are available. We'll download them when you are not using a metered connection, or you can download %1 GB-%2 GB using your current data connection (charges might apply). You might still need to connect to unmetered WLAN for some updates.
8041আপডেটসমূহ উপলভ্য হৈছে৷ আপুনি এটা মিটাৰযুক্ত সংযোগ ব্যৱহাৰ নকৰাৰ সময়ত আমি তাক ডাউনলোড কৰিম, বা আপুনি আপোনাৰ সাম্প্ৰতিক ডাটা সংযোগ ব্যৱহাৰ কৰি %1 MB ডাউনলোড কৰিব পাৰিব (চাৰ্জ লাগিব পাৰে)৷ আপুনি কিছুমান আপডেটৰ বাবে এতিয়াও মিটাৰহীন WLAN লৈ সংযোগ কৰিব লগা হ'ব পাৰে৷ Updates are available. We'll download them when you are not using a metered connection, or you can download %1 MB using your current data connection (charges might apply). You might still need to connect to unmetered WLAN for some updates.
8042আপডেটসমূহ উপলভ্য হৈছে৷ আপুনি এটা মিটাৰযুক্ত সংযোগ ব্যৱহাৰ নকৰাৰ সময়ত আমি তাক ডাউনলোড কৰিম, বা আপুনি আপোনাৰ সাম্প্ৰতিক ডাটা সংযোগ ব্যৱহাৰ কৰি %1 GB ডাউনলোড কৰিব পাৰিব (চাৰ্জ লাগিব পাৰে)৷ আপুনি কিছুমান আপডেটৰ বাবে এতিয়াও মিটাৰহীন WLAN লৈ সংযোগ কৰিব লগা হ'ব পাৰে৷ Updates are available. We'll download them when you are not using a metered connection, or you can download %1 GB using your current data connection (charges might apply). You might still need to connect to unmetered WLAN for some updates.
8043আপডেটসমূহ উপলভ্য হৈছে৷ আপুনি এটা মিটাৰযুক্ত সংযোগ ব্যৱহাৰ নকৰাৰ সময়ত আমি তাক ডাউনলোড কৰিম, বা আপুনি আপোনাৰ সাম্প্ৰতিক ডাটা সংযোগ ব্যৱহাৰ কৰি এতিয়া সেইবোৰ লাভ কৰিব পাৰিব (চাৰ্জ লাগিব পাৰে)৷ আপুনি কিছুমান আপডেটৰ বাবে এতিয়াও মিটাৰহীন WLAN লৈ সংযোগ কৰিব লগা হ'ব পাৰে৷ Updates are available. We'll download them when you are not using a metered connection, or you can get them now using your current data connection (charges might apply). You might still need to connect to unmetered WLAN for some updates.
8044আপোনাৰ ডিভাইচত তাৰিখ আৰু সময়ৰ সৈতে এটা সমস্যা থকাৰ কাৰণে আমি আপডেটসমূহ স্থাপন কৰিব নোৱাৰো৷ আপোনাৰ তাৰিখ, সময়, আৰু সময় জ'নৰ ছেটিংছ শুদ্ধ হোৱাটো নিশ্চিত কৰক আৰু আমি পিছত পুনৰ চেষ্টা কৰিম৷ We couldn't install updates because there's a problem with the date and time information on your device. Make sure your date, time, and time zone settings are correct and we'll try again later.
8045আপুনি প্লাগ ইন হৈ থাকোতে পৰৱৰ্তী সময়ত আপডেটসমূহ ডাউনলোড কৰিম বা এইটো এতিয়া কৰিবলৈ 'ডাউনলোড' বুটামটো ক্লিক কৰক We'll download updates next time you're plugged in or just click the 'download' button to do it now
8046আপুনি প্লাগ ইন হৈ থাকোতে পৰৱৰ্তী সময়ত আপডেটসমূহ স্থাপন কৰিম বা এইটো এতিয়া কৰিবলৈ 'স্থাপন কৰক' বুটামটো ক্লিক কৰক We'll install updates next time you're plugged in or just click the 'install' button to do it now
8047আপোনাৰ ডিভাইচৰ বাবে এটা আপডেট সাজু কৰা হৈছে, কিন্তু এইটো এতিয়ালৈকে সাজু হোৱা নাই৷ আমি চেষ্টা কৰি থাকিম বা আপুনি এতিয়া পুনৰ চেষ্টা কৰিব পাৰে৷ An update is being prepared for your device, but it’s not quite ready yet. We'll keep trying or you can try again now.

EXIF

File Name:MusUpdateHandlers.dll.mui
Directory:%WINDIR%\WinSxS\amd64_microsoft-windows-u..ehandlers.resources_31bf3856ad364e35_10.0.15063.0_as-in_ebd9995723ae1f30\
File Size:42 kB
File Permissions:rw-rw-rw-
File Type:Win32 DLL
File Type Extension:dll
MIME Type:application/octet-stream
Machine Type:Intel 386 or later, and compatibles
Time Stamp:0000:00:00 00:00:00
PE Type:PE32
Linker Version:14.10
Code Size:0
Initialized Data Size:41984
Uninitialized Data Size:0
Entry Point:0x0000
OS Version:10.0
Image Version:10.0
Subsystem Version:6.0
Subsystem:Windows GUI
File Version Number:10.0.15063.0
Product Version Number:10.0.15063.0
File Flags Mask:0x003f
File Flags:(none)
File OS:Windows NT 32-bit
Object File Type:Dynamic link library
File Subtype:0
Language Code:Unknown (044D)
Character Set:Unicode
Company Name:Microsoft Corporation
File Description:মডাৰ্ণ আপডেট ছেটিংছ হেণ্ডলাৰ ৰূপায়ণ
File Version:10.0.15063.0 (WinBuild.160101.0800)
Internal Name:MusUpdateHandlers.dll
Legal Copyright:© Microsoft Corporation৷ সৰ্বস্বত্ব সংৰক্ষিত৷
Original File Name:MusUpdateHandlers.dll.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0

What is MusUpdateHandlers.dll.mui?

MusUpdateHandlers.dll.mui is Multilingual User Interface resource file that contain Assamese language for file MusUpdateHandlers.dll (মডাৰ্ণ আপডেট ছেটিংছ হেণ্ডলাৰ ৰূপায়ণ).

File version info

File Description:মডাৰ্ণ আপডেট ছেটিংছ হেণ্ডলাৰ ৰূপায়ণ
File Version:10.0.15063.0 (WinBuild.160101.0800)
Company Name:Microsoft Corporation
Internal Name:MusUpdateHandlers.dll
Legal Copyright:© Microsoft Corporation৷ সৰ্বস্বত্ব সংৰক্ষিত৷
Original Filename:MusUpdateHandlers.dll.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0
Translation:0x44D, 1200