If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.
id |
Assamese |
English |
100 | আপোনাৰ SKYDRIVE_BRAND_NAME টো পূৰ্ণ হৈছে |
Your SKYDRIVE_BRAND_NAME is full |
101 | অধিক ষ্ট'ৰেজ ক্ৰয় কৰক |
Buy more storage |
102 | উপেক্ষা কৰক |
Ignore |
103 | আমি এইমাত্ৰ SKYDRIVE_BRAND_NAME-লৈ আপোনাৰ এপ্প্ ডাটা আৰু PC ছেটিংছৰ বেক আপ লোৱাৰ চেষ্টা কৰিছিলো, কিন্তু তাত পৰ্যাপ্ত খালী স্থান নাছিল৷ আপুনি অধিক ষ্ট'ৰেজ ক্ৰয় কৰিব পাৰে বা আপোনাৰ ষ্ট'ৰেজ স্পেচ প্ৰৱন্ধন কৰিবলৈ PC ছেটিংছলৈ যাব পাৰে৷ |
We just tried backing up your app data and PC settings to SKYDRIVE_BRAND_NAME, but there wasn’t enough space. You can buy more storage or go to PC settings to manage your storage space. |
104 | ষ্ট'ৰেজ ব্যৱস্থিত কৰক |
Manage storage |
105 | পুনঃস্থাপন সম্পূৰ্ণ কৰিব পৰা নগ'ল |
Restore could not be completed |
106 | ঠিক |
OK |
107 | আমি SKYDRIVE_BRAND_NAME-ৰ পৰা আপোনাৰ ছেটিংছ প্ৰতিলিপি কৰিবলৈ সক্ষম হোৱা নাছিলো৷ PC ছেটিংছৰ একাউণ্ট শাখালৈ গৈ চেষ্টা কৰক, আপোনাৰ Microsoft একাউন্টক এই PC-ৰ পৰা সংযোগহীন কৰক আৰু ইয়াৰ পিছত ইয়াক পুনৰাই যোগ কৰক৷ যদি সেইটোৱে কাম নকৰে, তেন্তে আপুনি ইয়াৰ ফেক্টৰী ছেটিংছত আপোনাৰ PC পুনঃসজ্জিত কৰি চেষ্টা কৰি চাব পাৰে, আৰু ইয়াৰ পিছত আপোনাৰ একাউণ্টটো পুনৰাই যোগ কৰক৷ |
We weren’t able to copy your settings over from SKYDRIVE_BRAND_NAME. Try going to the Accounts section of PC settings, disconnect your Microsoft account from this PC, and then add it again. If that doesn’t work, you can try resetting your PC to its factory settings, and then adding your account again. |
112 | কম ডিস্ক স্থান |
Low disk space |
113 | আপোনাৰ এই PC-ত স্থান কমি আহিছে৷ ব্যৱহাৰ চাবলৈ আৰু কিছু স্থান মুকলি কৰিবলৈ ষ্ট'ৰেজ ব্যৱস্থিত কৰক৷ |
You’re running out of space on this PC. Manage storage to view usage and free up some space. |
114 | মোক পুনৰাই মনত পেলাই নিদিব |
Don’t remind me again |
115 | বন্ধ কৰক |
Close |