| File name: | DevicePairing.dll.mui |
| Size: | 10752 byte |
| MD5: | 3f6b05e58157534717f9a74376d6436b |
| SHA1: | f1e143e5fb031237ee02ffbd1117d0b522b5f431 |
| SHA256: | b3a49ff1cd45713ffa1cebd4249ac36fed4c92c94c84d13895df730627b7bedb |
| Operating systems: | Windows 10 |
| Extension: | MUI |
If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.
| id | Assamese | English |
|---|---|---|
| 101 | পাছকোড | passcode |
| 102 | WPS পিন | WPS PIN |
| 103 | ডিভাইচ | device |
| 104 | %1!s!, %2!s! | %1!s!, %2!s! |
| 105 | পাছকোডসমূহ | passcodes |
| 106 | WPS PIN-সমূহ | WPS PINs |
| 107 | %1!s! %2!s! |
%1!s! %2!s! |
| 1601 | এটা ডিভাইচ যোগ কৰক | Add a device |
| 1602 | সংযোগ কৰি আছে | Connecting |
| 1604 | আপুনি যিটো বিচৰিছে সেইটো পোৱা নাই নেকি? | Not finding what you’re looking for? |
| 1607 | বিশদ বিৱৰণ দৰ্শন কৰক | View Details |
| 3999 | কোনো ডিভাইচ পোৱা নগ'ল | No devices found |
| 4000 | ডিভাইচৰ বাবে অনুসন্ধান কৰি আছে | Searching for devices |
| 4001 | কোনো ডিভাইচ চয়ন কৰক | Select a device |
| 4004 | এই PC-ত যোগ কৰিবৰ বাবে এটা ডিভাইচ বা প্ৰিণ্টাৰ পচন্দ কৰক | Choose a device or printer to add to this PC |
| 4005 | আমি সেই প্ৰিণ্টাৰটো বিচাৰি পোৱা নাই | We can’t find that printer |
| 4006 | সেইটোৱে কাম কৰা নছিল | That didn’t work |
| 4007 | ইয়াত অধিক কৰণীয় আছে | There’s more to do |
| 4008 | সময় সমাপ্ত | Time’s up |
| 4009 | %1!s! তুলনা কৰক | Compare the %1!s! |
| 4010 | আপোনাৰ %2!s! -ত এটা %1!s! প্ৰৱেশ কৰাওক | Enter a %1!s! into your %2!s! |
| 4011 | আপোনাৰ %2!s!-ৰ বাবে %1!s! প্ৰৱেশ কৰাওক | Enter the %1!s! for your %2!s! |
| 4012 | %2!s!-লৈ সংযোগ কৰি আছে | Connecting to %2!s! |
| 4201 | আপুনি %1!s!-ক আপোনাৰ %2!s!-ত বা ইয়াৰ সৈতে অহা তথ্যত বিচাৰিব পাৰে৷ | You can find the %1!s! on your %2!s! or in the info that came with it. |
| 4202 | সম্ভৱত আপুনি একেধৰণৰ %1!s!-ক %2!s!-ত প্ৰৱেশ কৰাব লাগিব৷ | You might need to enter the same %1!s! into the %2!s!. |
| 4204 | সেই %1!s! শুদ্ধ নহয়৷ পুনৰাই চেষ্টা কৰক৷ | That %1!s! isn’t right. Try again. |
| 4207 | কেৱল এই PC-টোলৈ আপোনাৰ %1!s!-ক সংযোগ কৰক৷ | Connect your %1!s! only to this PC. |
| 4208 | কেৱল এই PC-টোলৈ আপুনি আপোনাৰ %1!s!-ক সংযোগ কৰিছে৷ | You’re connecting your %1!s! only to this PC. |
| 4211 | এই %1!s!-ক আপোনাৰ %2!s!-ত টাইপ কৰক আৰু ইয়াৰ পিছত %3!s! প্ৰৱেশ কৰক বা ঠিক হেঁচক৷ | Type this %1!s! into your %2!s!, and then press Enter or OK on the %3!s!. |
| 4212 | আপোনাৰ %2!s! ত এই %1!s! টাইপ কৰক আৰু তাৰপিছত %3!s! ত প্ৰবিষ্ট কৰক হেঁচক৷ | Type this %1!s! into your %2!s!, and then press Enter on the %3!s!. |
| 4213 | সেইটোৱে কাম কৰা নাছিল৷ %1!s! প্ৰৱেশ কৰাওক৷ | That didn’t work. Enter this %1!s!. |
| 4221 | %2!s! -ত থকা এই %1!s! এইটোৰ সৈতে খাপ খাইছে নে? | Does the %1!s! on %2!s! match this one? |
| 4223 | হয় | Yes |
| 4224 | &হয় | &Yes |
| 4225 | নহয় | No |
| 4226 | &নহয় | &No |
| 4227 | যোগ কৰক | Add |
| 4228 | সমাপ্ত কৰক | Finish |
| 4231 | আপোনাৰ %1!s!-ত থকা যিকোনো নিৰ্দ্দেশনা অনুসৰণ কৰক৷ | Follow any instructions on your %1!s!. |
| 4241 | পুনৰাই আপোনাৰ %3!s! যোগ কৰি চেষ্টা কৰক বা অতিৰিক্ত ছেটআপ নিৰ্দেশনাৱলীৰ বাবে নিৰ্মাতাৰ সৈতে পৰীক্ষা কৰক৷ | Try adding your %3!s! again, or check with the manufacturer for additional setup instructions. |
| 4242 | আপোনাৰ %1!s!-এ অপেক্ষা কৰা বাদ দিছে৷ গতিকে ইয়াক পুনৰাই যোগ কৰি চেষ্টা কৰক৷ | Your %1!s! quit waiting. Try adding it again. |
| 4243 | সেইটো %2!s! শুদ্ধ নহয়৷ আপোনাৰ %1!s!-ক পুনৰাই যোগ কৰি চেষ্টা কৰক৷ | That %2!s! isn’t right. Try adding your %1!s! again. |
| 4244 | পুনৰাই চেষ্টা কৰক, আৰু %2!s!-ক পৰীক্ষা কৰক৷ বা, %2!s!-ৰ অবিহনে ইয়াৰে পুনৰাই চেষ্টা কৰক৷ | Try again, and check the %2!s!. Or, try it again without a %2!s!. |
| 4246 | এই ডিভাইচটোৰ বাবে Windows-ৰ কোনো নেটৱৰ্ক প্ৰ'ফাইল নাই৷ | Windows doesn’t have a network profile for this device. |
| 4247 | এই ডিভাইচটোক যোগ কৰাৰ পূৰ্বে আপুনি এটা বেতাঁৰ নেটৱৰ্কৰ সৈতে সংযোগিত হ'বই লাগিব৷ | You must be connected to a wireless network before adding this device. |
| 4248 | এই ডিভাইচটোৰ বাবে Windows-ৰ কোনো সমৰ্থিত নেটৱৰ্ক প্ৰ'ফাইল নাই৷ | Windows doesn’t have a supported network profile for this device. |
| 4249 | আপোনাৰ যোগ কৰা %1!s!-এ কোনো কাম কৰা নাছিল৷ প্ৰথমে, ইয়াক আপোনাৰ PC-ৰ পৰা আঁতৰাওক আৰু ইয়াৰ পিছত পুনৰাই চেষ্টা কৰক৷ | Adding your %1!s! didn’t work. First remove it from your PC, and then try again. |
| 4250 | পুনৰাই চেষ্টা কৰক আৰু আপোনাৰ %1!s! বৰ্তমানো যে আবিষ্কাৰযোগ্য তাক নিশ্চিত কৰক৷ | Try again, and make sure your %1!s! is still discoverable. |
| 4251 | আপুনি এই প্ৰিণ্টাৰটোক যোগ কৰিব পৰাৰ পূৰ্বে ইয়াৰ বাবে ড্ৰাইভাৰটো স্থাপন কৰিব লাগিব৷ ড্ৰাইভাৰটোক ৱেবত বিচাৰক নাইবা প্ৰিণ্টাৰৰ সৈতে অহা ডিস্কখন ব্যৱহাৰ কৰক আৰু তাৰ পাছত পুনৰাই চেষ্টা কৰক৷ | Before you can add this printer, you need to install a driver for it. Find the driver on the web or use the disc that came with the printer, and then try again. |
| 4252 | আমি প্ৰিণ্ট ছাৰ্ভাৰটোলৈ সংযোগ কৰিব পৰা নাই৷ প্ৰিণ্ট চাৰ্ভাৰটো যদি পুনঃনামাংকিত, বিলোপ বা পৃথক নেটৱৰ্কলৈ লৈ যোৱা হৈছিল তেতিয়া এনে ঘটিব পাৰে৷ প্ৰিণ্টাৰটো পুনঃস্থাপন কৰিবলৈ চেষ্টা কৰক অথবা সহায়ৰ বাবে নেটৱৰ্ক ব্যৱস্থাপকৰ লগত সম্পৰ্ক কৰক৷ | We can’t connect to the print server. This can happen if the print server was renamed, deleted, or moved to a different network. Try reinstalling the printer or contact your network administrator for help. |
| 4253 | আপুনি পুনঃস্থাপন কৰিবলৈ চেষ্টা কৰি থকা প্ৰিণ্টাৰটো আমি বিচাৰি পোৱা নাই৷ পৰীক্ষণ কৰি চাওক হয়তো প্ৰিণ্টাৰটো পুনঃনামাংকিত কৰা হৈছিল আৰু এইটোক পুনঃস্থাপন কৰিবলৈ চেষ্টা কৰক নাইবা সহায়ৰ বাবে আপোনাৰ নেটৱৰ্ক ব্যৱস্থাপকৰ লগত সম্পৰ্ক কৰক৷ | We can’t find the printer you’re trying to install. Check to see if the printer was renamed and try to install it again or contact your network administrator for help. |
| 4254 | আপোনাৰ নেটৱৰ্ক ব্যৱস্থাপকে ইয়ালৈ প্ৰৱেশাধিকাৰ কৰাটোক প্ৰতিবন্ধিত কৰিছে কাৰণে প্ৰিণ্টাৰটো উপলভ্য হোৱা নাই৷ | The printer isn’t available because your network administrator restricted access to it. |
| 4255 | আমি এই মুহুৰ্ত্বত এই প্ৰিণ্টাৰটোক স্থাপন কৰিব নোৱাৰো৷ পিছত পুনৰাই চেষ্টা কৰক নাইবা সহায়ৰ বাবে আপোনাৰ নেটৱৰ্ক ব্যৱস্থাপকৰ সৈতে যোগাযোগ কৰক৷ | We can’t install this printer right now. Try again later or contact your network administrator for help. |
| 4256 | বন্ধ কৰক | Close |
| 4257 | &বন্ধ কৰক | &Close |
| 4258 | বাতিল কৰক | Cancel |
| 4259 | জাৰী ৰাখক | Continue |
| 4260 | প্ৰিণ্টাৰ: %1!s! | Printer: %1!s! |
| 4261 | পাথ: %1!s! | Path: %1!s! |
| 4262 | ত্ৰুটি: #%1!d! | Error: #%1!d! |
| 4263 | %2!s!-ৰ সজ্জাটো শুদ্ধ নহয়৷ আপোনাৰ %1!s!-ক পুনৰাই যোগ কৰি চেষ্টা কৰক৷ | The format of the %2!s! isn’t right. Try adding your %1!s! again. |
| 4300 | বা, %1!s!-ৰ সৈতে ইয়াক যোগ কৰি চেষ্টা কৰক৷ | Or, try adding it with a %1!s!. |
| 4301 | বা, ইয়াত এটা %1!s! প্ৰবিষ্ট কৰি চেষ্টা কৰক৷ | Or, try entering a %1!s! on it. |
| 4302 | বা, এটা বুটামৰ সৈতে ইয়াক যোগ কৰি চেষ্টা কৰক৷ | Or, try adding it with a button. |
| 4303 | বা, %1!s!-ৰ অবিহনে ইয়াক যোগ কৰি চেষ্টা কৰক৷ | Or, try adding it without a %1!s!. |
| 4304 | বা, আপোনাৰ PC-ক আপোনাৰ বাবে এটা %1!s! সৃষ্টি কৰিবলৈ দিয়ক৷ | Or, let your PC create a %1!s! for you. |
| 6200 | মই বিচৰা প্ৰিণ্টাৰটো সূচীভুক্ত নহয় | The printer that I want isn't listed |
| 7100 | 9;Normal;None;Nirmala UI | 8;Normal;None;Segoe UI |
| 7102 | 9;Normal;Underline;Nirmala UI | 9;Normal;Underline;Segoe UI |
| 7103 | 11;Normal;None;Nirmala UI | 11;Normal;None;Segoe UI |
| 7104 | 11;Semilight;None;Nirmala UI | 11;Semilight;None;Segoe UI |
| 7105 | 13;Normal;None;Nirmala UI | 13;Normal;None;Segoe UI |
| 7106 | 17;Normal;None;Nirmala UI | 17;Normal;None;Segoe UI |
| 7107 | 20;Light;None;Nirmala UI | 20;Light;None;Segoe UI |
| 7108 | 42;Semibold;None;Nirmala UI | 42;Semibold;None;Segoe UI |
| File Description: | ডিভাইচ পেয়াৰিংৰ বাবে শ্বেল সম্প্ৰসাৰণ |
| File Version: | 10.0.15063.0 (WinBuild.160101.0800) |
| Company Name: | Microsoft Corporation |
| Internal Name: | DevicePairing |
| Legal Copyright: | © Microsoft Corporation. সৰ্বস্বত্ব সংৰক্ষিত৷ |
| Original Filename: | DevicePairing.dll.mui |
| Product Name: | Microsoft® Windows® Operating System |
| Product Version: | 10.0.15063.0 |
| Translation: | 0x44D, 1200 |