SettingsHandlers_Maps.dll.mui ছিষ্টেম ছেটিংছ মেপ হেণ্ডেলাৰ কাৰ্যকৰণ 3a6c8d7787ca0a5491e78a59e3719677

File info

File name: SettingsHandlers_Maps.dll.mui
Size: 12288 byte
MD5: 3a6c8d7787ca0a5491e78a59e3719677
SHA1: ae8f64e8e84522652881fdf538faf735aa61c94b
SHA256: 0986889322bbdff098a5ea595e25e90128a12402303c83bdb9afb6fa83eca24a
Operating systems: Windows 10
Extension: MUI

Translations messages and strings

If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.

id Assamese English
2000আপোনাৰ অফলাইন মেপসমূহৰ সৈতে এটা সমস্যা আছে৷ আপোনাৰ ডিভাইচটো পুনৰাৰম্ভ কৰি চেষ্টা কৰক – যদি ই কাম নকৰে, তেন্তে আমি দুঃখিত যে আপুনি আপোনাৰ সকলো মেপ বিলোপ কৰিব লাগিব৷ There’s a problem with your offline maps. Try restarting your device – if that doesn’t work, we’re sorry but you’ll need to delete all your maps.
2001আপডেটসমূহৰ স্থাপন Installing updates
2002আপডেটসমূহৰ স্থাপন (%s) Installing updates (%s)
2003ইয়াত নতুন একো নাই - আপোনাৰ মেপসমূহ আপ-টু-ডেট হৈ আছে৷ There's nothing new – your maps are up to date.
2004আমি কিছুমান আপডেট বিচাৰি পালো৷ We found some updates.
2006ডাউনলোড কৰিবৰ বাবে অপেক্ষাৰত৷ অব্যাহত ৰাখিবলৈ সকলো মেপ বন্ধ কৰক৷ Waiting to download. Close all map apps to continue.
2007এতিয়া পৰীক্ষা কৰক Check now
2008পিছত পুনৰাই চেষ্টা কৰক৷ আমি এতিয়া ডাউনলোড আপডেট কৰিব নোৱাৰো৷ Try again later. We can't download updates right now.
2009পিছত পুনৰাই চেষ্টা কৰক৷ আমি এতিয়া ডাউনলোড পৰীক্ষা কৰিব নোৱাৰো৷ Try again later. We can't check for updates right now.
2010এতিয়া স্থাপন কৰক Install now
2011কেই ছেকেণ্ডমানৰ পূৰ্বে আপডেটৰ বাবে অন্তিমবাৰ পৰীক্ষা কৰিছিল Last checked for updates a few seconds ago
2012%s মিনিটৰ পূৰ্বে আপডেটৰ বাবে অন্তিমবাৰ পৰীক্ষা কৰিছিল Last checked for updates %s min ago
2013%s ঘণ্টাৰ পূৰ্বে আপডেটৰ বাবে অন্তিমবাৰ পৰীক্ষা কৰিছিল Last checked for updates %s hr ago
2014আপডেটৰ বাবে %s-ত অন্তিমবাৰ পৰীক্ষা কৰিছিল Last checked for updates on %s
2015কেই ছেকেণ্ডমানৰ পূৰ্বে অন্তিমবাৰ স্থাপন কৰা আপডেটসমূহ Last installed updates a few seconds ago
2016%s মিনিটৰ পূৰ্বে অন্তিমবাৰ স্থাপন কৰা আপডেটসমূহ Last installed updates %s min ago
2017%s ঘণ্টাৰ পূৰ্বে অন্তিমবাৰ স্থাপন কৰা আপডেটসমূহ Last installed updates %s hr ago
2018%s-ত অন্তিমবাৰ স্থাপন কৰা আপডেটসমূহ Last installed updates on %s
2019ডাউনলোডৰ বাবে অপেক্ষাৰত Waiting to download
2020এই মেপ (%s) ডাউনলোড কৰিবৰ বাবে ইয়াত পৰ্যাপ্ত খালীস্থান নাই৷ এই ডিভাইচৰ পৰা কিছুমান আইটেম বিলোপ কৰক আৰু পিছত পুনৰাই চেষ্টা কৰক৷ There's not enough space to download this map (%s). Delete some items from this device and try again.
2021কিবা এটা ঘটিছে আৰু আমি এতিয়া এই মেপ ডাউনলোড কৰিব নোৱাৰো৷ পিছত পুনৰাই চেষ্টা কৰক৷ Something happened, and we couldn't download this map right now. Try again later.
2022আমি এতিয়া এইটো বিলোপ কৰিব নোৱাৰো৷ মেপসমূহ বন্ধ কৰক আৰু পুনৰাই চেষ্টা কৰক ৷ যদি ই সহায় নকৰে, আপোনাৰ ডিভাইচটো পুনৰাৰম্ভ কৰিলে হ'ব পাৰে৷ We can't delete this right now. Close Maps and try again. If that doesn't help, restarting your device might.
2023বিনামূলীয়া Wi-Fi লৈ অপেক্ষাৰত Waiting for free Wi-Fi
2024সকলো মেপ এপ্প্‌চ বন্ধ হ'লে, আমি ইয়াক পুনৰাৰম্ভ কৰিম We'll resume once all map apps are closed
2025এটা অঞ্চল পচন্দ কৰিবলৈ চয়ন কৰক Select to choose a region
2026সকলো অঞ্চল All regions
2027সকলো মেপ বিলোপ কৰক Delete all maps
2028যদি আপুনি সকলো ডাউনলোড কৰা মেপ বিলোপ কৰে, আপুনি অফলাইনত থাকিলে, আপুনি সেইবিলাক ব্যৱহাৰ কৰিবলৈ সক্ষম নহ'ব (কিন্তু আপুনি অনলাইনত হ'লে কৰিব পাৰে)৷ If you delete all downloaded maps, you won't be able to use them when you're offline (but you can when you're online).
2029সকলো বিলোপ কৰক Delete all
2031+ +
2032মেপসমূহ ডাউনলোড কৰক Download maps
2034মেপসমূহ ডাউনলোড কৰক: %s Download maps: %s
2035বিলোপ কৰক Delete
2036বাতিল কৰক Cancel
2037ডাউনলোড নকৰিব Don't download
2038পুনঃচেষ্টা কৰক Retry
2039এইটো কৰিবলৈ আমাক এটা ইণ্টাৰনেট সংযোগৰ আৱশ্যক You need an Internet connection to do this
2040স্বয়ংক্ৰিয়ভাৱে মেপসমূহ আপডেট কৰক Automatically update maps
2041সকলো মেপ এপ্প্‌ বন্ধ কৰি পুনৰ চেষ্টা কৰক৷ Close all map apps and try again.
2042এইটো অফ কৰিলে মেপসমূহ কেৱল বিনামূলীয়া Wi-Fi বা অসীমিত চেলুলাৰ ডাটাতহে ডাউনলোড হ'ব৷ (আপুনি এইটো অন কৰিলে অতিৰিক্ত মাছুল ভৰিব লাগিব পাৰে৷) If this is turned off, maps only download on free Wi-Fi or unlimited cellular data. (You might incur additional charges if you turn it on).
2043বিলোপ কৰিবৰ বাবে অপেক্ষাৰত Waiting to delete
2044সকলো মেপ বন্ধ হ'লে আমি ইয়াক বিলোপ কৰিম We'll delete this once all map apps are closed
2046সকলো মেপ বন্ধ হ'লে আমি ইয়াক বাতিল কৰিম We'll cancel this once all map apps are closed
2047কিবা এটা ঘটিছে আৰু আমি এতিয়া এই মেপ বিলোপ কৰিব নোৱাৰো৷ পিছত পুনৰাই চেষ্টা কৰক৷ Something happened, and we couldn't delete this map right now. Try again later.
2048আংশিকভাৱে ডাউনলোড কৰা ডাটা বিলোপ কৰিব নোৱাৰি Could not delete partially downloaded data
2049বিলোপ নকৰিব Don't delete
2050আপোনাৰ ডিভাইচ প্লাগ হৈ থাকিলে আৰু আপুনি মিটাৰযুক্ত সংযোগত নাথাকিলে মেপসমূহ স্বয়ংক্ৰিয়ভাৱে আপডেট হ'ব৷ Maps will be automatically updated only when your device is plugged in and you're not on a metered connection.
2051ই স্বয়ংক্ৰিয় আপডেটসমূহক প্ৰভাৱিত নকৰে৷ This does not affect automatic updates.
2052এটা ইণ্টাৰনেট সংযোগৰ বাবে অপেক্ষাৰত Waiting for an Internet connection
2054কিবা এটা ঘটিছে আৰু আমি আপোনাৰ অফলাইন মেপসমূহ পাব নোৱাৰো৷ পিছত পুনৰাই চেষ্টা কৰক৷ Something happened and we can't get to your offline maps. Try again later.
2055ই আশা কৰাতকৈ বেছি সময় লৈছে… This is taking longer than expected…
2056চয়ন কৰক Select
2058ডাউনলোড Download
2059পুনৰাই চেষ্টা কৰক Try again
2060এইটো কৰিবলৈ আপোনাক এটা ইণ্টাৰনেট সংযোগৰ আৱশ্যক You need an Internet connection to do this
2061বিনামূলীয়া WLAN লৈ অপেক্ষাৰত Waiting for free WLAN
2062এইটো অফ কৰিলে মেপসমূহ কেৱল বিনামূলীয়া WLAN বা অসীমিত চেলুলাৰ ডাটাতহে ডাউনলোড হ'ব৷ (আপুনি এইটো অন কৰিলে অতিৰিক্ত মাছুল ভৰিব লাগিব পাৰে৷) If this is turned off, maps only download on free WLAN or unlimited cellular data. (You might incur additional charges if you turn it on).
2063এইটো কৰিবলৈ আপোনাক এখন SD কাৰ্ডৰ আৱশ্যক You need an SD card to do this
2064আপুনি অফলাইন মেপসমূহ ক'ত ষ্ট'ৰ কৰিব পৰিৱৰ্তন কৰক Change where you store offline maps
2065অফলাইন মেপসমূহ %s-লৈ লৈ যোৱা হৈছে Moving offline maps to %s
2067সকলো মেপ এপ্প্‌ছ বন্ধ হ'লে আমি ষ্ট'ৰেজ অৱস্থানসমূহৰ পৰিৱৰ্তন সম্পূৰ্ণ কৰিম We'll complete the change of storage locations once all map apps are closed
2068এইটো পৰিৱৰ্তন কৰিবলৈ, আপুনি আপোনাৰ মজুত থকা মেপসমূহো %s-লৈ লৈ যাব লাগিব৷ To change this, you'll also need to move your existing maps over to %s.
2069মেপসমূহ %s-ত কিছু মন্থৰভাৱে চলিব পাৰে৷ Maps might run a little slower on %s.
2070আমি আপোনাৰ মজুত থকা অফলাইন মেপসমূহ লৈ যাম, কিন্তু সেইবোৰ %s-ত কিছু মন্থৰভাৱে চলিব পাৰে৷ We'll move your existing offline maps, but they might run a little slower on %s.
2071লৈ যাওক Move
2072যিকোনো প্ৰকাৰে পৰিৱৰ্তন কৰক Change anyway
2074%s-ত পৰ্যাপ্ত ডিস্ক স্থান নাই৷ %s মুক্ত কৰিবলৈ কিছুমান বস্তু বিলোপ কৰক, আৰু তাৰপিছত পুনৰ চেষ্টা কৰক৷ There isn't enough disk space on %s. Delete a few things to free up %s, and then try again.
2075%s-ত পৰ্যাপ্ত ডিস্ক স্থান নাই৷ %s স্থান মুক্ত কৰিবৰ বাবে কিছুমান বস্তু বিলোপ কৰক বা লৈ যাওক, আৰু তাৰপিছত পুনৰ চেষ্টা কৰক৷ There isn't enough disk space on %s. Delete or move some things so it has at least %s of free space, and then try again.
2076আমি এটা সমস্যাৰ সন্মুখীন হৈছো আৰু %s-লৈ আপোনাৰ অফলাইন মেপসমূহ লৈ যাব পৰা নাই৷ We ran into a problem and couldn't move your offline maps to %s.
2078ষ্ট'ৰেজ প্ৰৱন্ধন কৰক Manage storage
2079আপোনাৰ মেপসমূহ আপডেট কৰিব লাগিব৷ অনুগ্ৰহ কৰি এই পৃষ্ঠাৰ তলত আপডেটসমূহৰ কাৰণে পৰীক্ষা কৰক বা আপোনাৰ সকলো মেপ বিলোপ কৰক৷ Your maps need to be updated. Please either check for updates at the bottom of this page or delete all your maps.
2080এবাৰ মেপ এপ্প্‌সমূহ বন্ধ হ'লে আমি পৰিৱৰ্তন চূড়ান্ত কৰিম We'll finalize the change once map apps are closed
2081%s বাকী আছে %s remaining
2082আৰম্ভ Start
2085আপুনি অফলাইনত ব্যৱহাৰ কৰিবলৈ এই মেপ ডাউনলোড কৰিবলৈ বিচাৰে নেকি? Do you want to download this map to use offline?
2086মেপ ডাউনলোড কৰিব নোৱাৰি Can't download the map
2087দুঃখিত, আমি সেই ক্ষেত্ৰৰ কাৰণে মেপ বিচাৰি পোৱা নাই৷ Sorry, we couldn't find a map for that area.
2088%s, %s (%s) %s, %s (%s)
2089বন্ধ কৰক Close
2090চূড়ান্ত কৰি আছে Finalizing
2091আপুনি আগবাঢ়িবলৈ সাজু৷ You're good to go!
2092আপুনি %s-ৰ মেপখন ইতিমধ্যেই ডাউনলোড কৰাৰ দৰে পৰিলক্ষিত হৈছে৷ It looks like you already downloaded this map of %s.
2093আপুনি অফলাইনত ব্যৱহাৰ কৰিবলৈ বিচৰা মেপসমূহ চয়ন কৰক৷ Select the maps you want to download to use offline.
2094আপোনাৰ ডিভাইচত ইতিমধ্যেই এই মেপসমূহ আছে: You already have these maps on your device:
2095%s ডাউনলোড কৰি আছে Downloading %s
2096%s ডাউনলোড কৰাৰ সকলো সম্পন্ন হৈছে All done downloading %s
2097মাইগ্ৰেট কৰি আছে Migrating
2098আপডেট কৰি থকা হৈছে Updating
2099এই পৃষ্ঠাটো আপোনাৰ প্ৰতিষ্ঠানৰ দ্বাৰা অক্ষম কৰা হৈছে৷ This page has been disabled by your organization.
2100প্ৰগতি চাওক View progress
2101অধিক তথ্য More info
2102বিশদ বিৱৰণ দৰ্শন কৰক View details
2103মেপৰ অপাৰেচন চলি আছে৷ অৱস্থান পৰিৱৰ্তন কৰিব নোৱাৰে৷ Map operation in progress. Cannot change locations.
2104আমি আপোনাৰ মেপবোৰ লৈ যাব পৰা নাই৷ We couldn't move your maps.
2105আমি আপুনি কিছু সবিশেষ নিশ্চিত কৰাৰ প্ৰয়োজন অনুভৱ কৰিছো৷ We need you to confirm some details.
2106আপোনাৰ মেপ স্থানান্তৰ কৰি আছে... Moving your maps...
2107আপোনাৰ মেপ স্থানান্তৰ কৰাটো সম্পন্ন হৈছে৷ Done moving your maps.
2108আপোনাৰ মেপ স্থানান্তৰ কৰাটো সম্পন্ন হৈছে All done moving your maps

EXIF

File Name:SettingsHandlers_Maps.dll.mui
Directory:%WINDIR%\WinSxS\amd64_microsoft-windows-s..lers-maps.resources_31bf3856ad364e35_10.0.15063.0_as-in_d3fce3bfddaccb5a\
File Size:12 kB
File Permissions:rw-rw-rw-
File Type:Win32 DLL
File Type Extension:dll
MIME Type:application/octet-stream
Machine Type:Intel 386 or later, and compatibles
Time Stamp:0000:00:00 00:00:00
PE Type:PE32
Linker Version:14.10
Code Size:0
Initialized Data Size:11776
Uninitialized Data Size:0
Entry Point:0x0000
OS Version:10.0
Image Version:10.0
Subsystem Version:6.0
Subsystem:Windows GUI
File Version Number:10.0.15063.0
Product Version Number:10.0.15063.0
File Flags Mask:0x003f
File Flags:(none)
File OS:Windows NT 32-bit
Object File Type:Dynamic link library
File Subtype:0
Language Code:Unknown (044D)
Character Set:Unicode
Company Name:Microsoft Corporation
File Description:ছিষ্টেম ছেটিংছ মেপ হেণ্ডেলাৰ কাৰ্যকৰণ
File Version:10.0.15063.0 (WinBuild.160101.0800)
Internal Name:SettingsHandlers_Maps.dll
Legal Copyright:© Microsoft Corporation. সৰ্বস্বত্ব সংৰক্ষিত৷
Original File Name:SettingsHandlers_Maps.dll.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0

What is SettingsHandlers_Maps.dll.mui?

SettingsHandlers_Maps.dll.mui is Multilingual User Interface resource file that contain Assamese language for file SettingsHandlers_Maps.dll (ছিষ্টেম ছেটিংছ মেপ হেণ্ডেলাৰ কাৰ্যকৰণ).

File version info

File Description:ছিষ্টেম ছেটিংছ মেপ হেণ্ডেলাৰ কাৰ্যকৰণ
File Version:10.0.15063.0 (WinBuild.160101.0800)
Company Name:Microsoft Corporation
Internal Name:SettingsHandlers_Maps.dll
Legal Copyright:© Microsoft Corporation. সৰ্বস্বত্ব সংৰক্ষিত৷
Original Filename:SettingsHandlers_Maps.dll.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0
Translation:0x44D, 1200