| 10000 | Phone Service |
Phone Service |
| 10001 | ডিভাইচত টেলিফোনি স্থিতি প্ৰৱন্ধন কৰে |
Manages the telephony state on the device |
| 10002 | আপুনি টাইপ কৰা পাছৱৰ্ডটো মিলা নাই৷ |
The passwords you typed don't match. |
| 10003 | পাছৱৰ্ড সলনি কৰিলে |
Password changed |
| 10004 | পাছৱৰ্ডটো মান্য নহয়৷ শুদ্ধ পাছৱৰ্ডটো প্ৰবিষ্ট কৰক আৰু পুনৰাই চেষ্টা কৰক৷ |
The password isn't valid. Enter the correct password and try again. |
| 10005 | নেটৱৰ্কলৈ প্ৰৱেশ কৰিব নোৱাৰে৷ পুনৰাই চেষ্টা কৰক৷ |
Can't access the network. Try again. |
| 10007 | কোডটো সমৰ্থিত নহয়৷ |
This code isn't supported. |
| 10008 | পেৰামিটাৰ মান্য নহয়৷ |
The parameters are invalid. |
| 10010 | এই কোডটোৰ সৈতে এটা সমস্যা আছে৷ |
There was a problem with this code. |
| 10012 | বৈঠক বন্ধ কৰা হৈছে |
Session closed |
| 10014 | SIM কাৰ্ড হেৰাইছে৷ |
The SIM card is missing. |
| 10015 | PUK-ৰ প্ৰয়োজন |
PUK required |
| 10017 | SIM কাৰ্ড মান্য নহয়৷ |
The SIM card is invalid. |
| 10018 | আপোনাৰ SIM-ত ফিক্সড ডায়েলিং নম্বৰ সক্ষম হৈ থকাৰ বাবে কলটো সম্পূৰ্ণ কৰিব নোৱাৰি৷ |
The call can't be completed because Fixed Dialing Number mode is enabled on your SIM card. |
| 10019 | কোড প্ৰেৰণ কৰা হৈছে |
Code sent |
| 10020 | সফল হ'ল |
Succeeded |
| 10021 | ফোন অনৱৰোধ কৰা হৈছে |
Phone unblocked |
| 10022 | সেৱা সক্ষম কৰা হৈছে |
Service enabled |
| 10023 | %1-ৰ বাবে সেৱা সক্ষম হৈছে |
Service enabled for %1 |
| 10024 | সেৱা অক্ষম কৰা হৈছে |
Service disabled |
| 10025 | %1-ৰ বাবে সেৱা অক্ষম কৰা হৈছে |
Service disabled for %1 |
| 10026 | সেৱাৰ স্থিতি অজ্ঞাত |
Service state unknown |
| 10027 | %4-ৰ বাবে %3-লৈ %2 %1 অগ্ৰৱৰ্তী কৰক |
Forward %1 is %2 to %3 for %4 |
| 10028 | %4-ৰ বাবে %2 %1 অগ্ৰৱৰ্তী কৰক |
Forward %1 is %2 for %4 |
| 10029 | %5 ছেকেণ্ডৰ পিছত %4-ৰ বাবে %3-লৈ %2 %1 অগ্ৰৱৰ্তী কৰক |
Forward %1 is %2 to %3 for %4 after %5 seconds |
| 10030 | %5 ছেকেণ্ডৰ পিছত %4-ৰ বাবে %2 %1 অগ্ৰৱৰ্তী কৰক |
Forward %1 is %2 for %4 after %5 seconds |
| 10031 | %3-লৈ %2 %1 অগ্ৰৱৰ্তী কৰক |
Forward %1 is %2 to %3 |
| 10032 | %2 %1 অগ্ৰৱৰ্তী কৰক |
Forward %1 is %2 |
| 10033 | %5 ছেকেণ্ডৰ পিছত %3-লৈ %2 %1 অগ্ৰৱৰ্তী কৰক |
Forward %1 is %2 to %3 after %5 seconds |
| 10034 | %5 ছেকেণ্ডৰ পিছত %2 %1 অগ্ৰৱৰ্তী কৰক |
Forward %1 is %2 after %5 seconds |
| 10035 | সক্ষম কৰা হ'ল |
Enabled |
| 10036 | অক্ষম কৰা হ'ল |
Disabled |
| 10037 | বিনাচৰ্তে |
Unconditionally |
| 10038 | ব্যস্ত কলসমূহ |
Busy calls |
| 10039 | যদি প্ৰত্যুত্তৰ নাই |
If no reply |
| 10040 | যদি ফোন প্ৰাপ্ত নহয় |
If phone isn't reachable |
| 10041 | সকলো কল |
All calls |
| 10042 | সকলো কল চৰ্তসাপেক্ষে |
All calls conditionally |
| 10043 | %1 |
%1 |
| 10044 | %1 আৰু %2 |
%1 and %2 |
| 10045 | %1, %2 আৰু %3 |
%1, %2, and %3 |
| 10046 | %1, %2, %3 আৰু %4 |
%1, %2, %3, and %4 |
| 10047 | %1, %2, %3, %4, আৰু %5 |
%1, %2, %3, %4, and %5 |
| 10048 | %1, %2, %3, %4, %5, আৰু %6 |
%1, %2, %3, %4, %5, and %6 |
| 10049 | %1, %2, %3, %4, %5, %6, আৰু %7 |
%1, %2, %3, %4, %5, %6, and %7 |
| 10050 | %1, %2, %3, %4, %5, %6, %7, আৰু %8 |
%1, %2, %3, %4, %5, %6, %7, and %8 |
| 10051 | কণ্ঠস্বৰ |
Voice |
| 10052 | ডাটা |
Data |
| 10053 | ফেক্স |
Fax |
| 10054 | SMS |
SMS |
| 10055 | ডাটা চাৰ্কিট ছিনক্ৰ'নাইজ |
Data circuit sync |
| 10056 | ডাটা চাৰ্কিট এছিনক্ৰ'নাইজ |
Data circuit async |
| 10057 | পেকেট এক্সেছ |
Packet access |
| 10058 | PAD এক্সেছ |
PAD Access |
| 10059 | জৰুৰীকালীন কল |
Emergency call |
| 10060 | ভইচমেইল |
Voicemail |
| 10062 | আপোনাৰ SIM কাৰ্ডৰ পৰা %2-ত %3-লৈ ডায়েল কৰিবলৈ চমুপথ %1# ব্যৱহাৰ কৰিবলৈ, কল চয়ন কৰক৷ এটা পৃথক নম্বৰলৈ ডায়েল কৰিবলৈ, বাতিল কৰক চয়ন কৰক আৰু ডায়েল কৰা জাৰী ৰাখক৷ |
To use the shortcut %1# to dial %3 at %2 from your SIM card, select Call. To dial a different number, select Cancel and continue dialing. |
| 10063 | আপোনাৰ SIM কাৰ্ডৰ পৰা %2-লৈ ডায়েল কৰিবলৈ চমুপথ %1# ব্যৱহাৰ কৰিবলৈ, কল চয়ন কৰক৷ এটা পৃথক নম্বৰ ডায়েল কৰিবলৈ, বাতিল কৰক চয়ন কৰক আৰু ডায়েল কৰা জাৰী ৰাখক৷ |
To use the shortcut %1# to dial %2 from your SIM card, select Call. To dial a different number, select Cancel and continue dialing. |
| 10064 | ফোন |
Phone |
| 10067 | কল কৰক |
Call |
| 10068 | আপোনাৰ কল বাৰিং ছেটিংছে এই নম্বৰটোলৈ কল কৰিবৰ বাবে অনুমতি নিদিয়ে৷ কল বাৰিং অক্ষম কৰক আৰু পিছত পুনৰাই চেষ্টা কৰক৷ |
Your call barring settings don't allow a call to this number. Disable call barring and try calling again. |
| 10069 | আপোনাৰ ফিক্সড ডায়েলিং নম্বৰ (FDN) মোডে এই নম্বৰটোলৈ কল কৰিবৰ বাবে অনুমতি নিদিয়ে৷ FDN মোড অক্ষম কৰক আৰু পুনৰাই কল কৰি চেষ্টা কৰক৷ |
Your Fixed Dialing Number (FDN) mode doesn't allow a call to this number. Disable FDN mode and try calling again. |
| 10070 | ভইচমেইল ছেট আপ কৰা নাই৷ আপোনাৰ ভইচ মেইল নম্বৰ প্ৰবিষ্ট কৰক আৰু পুনৰাই চেষ্টা কৰক৷ |
Voicemail isn't set up. Enter your voicemail number and try again. |
| 10071 | অপেক্ষাৰত... |
Waiting... |
| 10072 | কল নকৰিব৷ অনুগ্ৰহ কৰি এটা অতিৰিক্ত কল কৰাৰ পূৰ্বে আপোনাৰ বৰ্তমানৰ কলটো সমাপ্ত কৰক৷ |
Can't place the call. Please end your current call before placing an additional call. |
| 10073 | সংযোগ কৰিব নোৱাৰি |
Can't connect |
| 10074 | আপোনাৰ এটা দুৰ্বল বেতাঁৰ সংকেত বা ভুল নম্বৰ থাকিবও পাৰে৷ |
You may have a weak wireless signal, or the wrong number. |
| 10076 | আপুনি কল কৰিবলৈ চেষ্টা কৰি থকা ব্যক্তিজনক ইনকামিং কল প্ৰাপ্ত কৰাৰ পৰা প্ৰতিবন্ধিত কৰি ৰখা হৈছে৷ |
The person you're trying to call is restricted from receiving incoming calls. |
| 10077 | সংযোগ কৰিব নোৱাৰি৷ আপোনাৰ নেটৱৰ্ক কভাৰেজ থকাটো নিশ্চিত কৰক আৰু পুনৰাই চেষ্টা কৰক৷ |
Can't connect. Make sure you have network coverage, and try again. |
| 10078 | কল সম্পূৰ্ণ কৰিব নোৱাৰি৷ |
The call can't be completed. |
| 10080 | SIM কাৰ্ড ব্যস্ত৷ অনুগ্ৰহ কৰি পুনৰাই চেষ্টা কৰক৷ |
The SIM card is busy, please try again. |
| 10081 | নেটৱৰ্ক সেৱা অনুপলব্ধ৷ অনুগ্ৰহ কৰি পিছত পুনৰাই চেষ্টা কৰক৷ |
The network service is unavailable. Please try again later. |
| 10082 | আপুনি কেৱল জৰুৰীকালীন কলসমূহৰ বাবে এই ফোনটো ব্যৱহাৰ কৰিব পাৰে৷ |
You can use this phone for emergency calls only. |
| 10083 | অন্য এটা লাইন উপলব্ধ নোহোৱাৰ বাবে ভইচমেইললৈ কল কৰিব নোৱাৰি৷ |
Can't call voicemail because another line isn't available. |
| 10084 | কল স্থানান্তৰ কৰিব নোৱাৰি৷ |
Can't transfer call. |
| 10085 | ফোনৰ ডায়েল পেডৰ পৰা সেৱা কোডসমূহ পোনপটীয়াকৈ প্ৰবিষ্ট কৰক৷ |
Enter service codes directly from the phone's dial pad. |
| 10089 | এয়াৰপ্লেন মোড এতিয়া অফ |
Airplane mode is now off |
| 10091 | ঠিক |
OK |
| 10092 | বাতিল কৰক |
Cancel |
| 10093 | ভইচমেইল নম্বৰ সংৰক্ষণ কৰিব নোৱাৰি৷ |
Can't save voicemail number. |
| 10094 | জৰুৰীকালীন কলবেক মোড |
In Emergency Callback Mode |
| 10095 | আপুনি সাধাৰণতে ব্যৱহাৰ কৰাৰ দৰে আপোনাৰ ফোনটো ব্যৱহাৰ কৰিবলৈ এই মোডটো বাতিল কৰক৷ |
Cancel this mode to use your phone as you normally would. |
| 10096 | মোড বাতিল কৰক |
Cancel mode |
| 10097 | জৰুৰীকালীন কল ডায়েল কৰক |
Dial emergency call |
| 10108 | ছেলুলাৰ সংযোগ অন কৰিবনে? |
Turn on cellular connection? |
| 10109 | আপোনাৰ ফোনটো এয়াৰপ্লেন মোডত আছে৷ এটা কল কৰিবলৈ, আপোনাৰ চেলুলাৰ সংযোগটো অন কৰক৷ |
Your phone is in airplane mode. To make a call, turn on your cellular connection. |
| 10110 | অন কৰক |
Turn on |
| 10115 | প্ৰেৰণ কৰক |
Send |
| 10116 | বন্ধ কৰক |
Close |
| 10117 | বৈঠকৰ সময় উকলিল৷ |
The session timed out. |
| 10118 | কিবা এটা সংঘটিত হৈছে আৰু আমি এই কাৰ্যটো সম্পূৰ্ণ কৰিব নোৱাৰো৷ |
Something happened and we couldn't complete this action. |
| 10128 | ভিডিঅ' কলৰ সৈতে জাৰী ৰাখিবনে? |
Continue with video call? |
| 10129 | হ'ল্ডত থকা কলটোক ই সমাপ্ত কৰিব৷ জাৰী ৰাখিবনে? |
This will end the call that's on hold. Continue? |
| 10130 | অব্যাহত ৰাখক |
Continue |
| 10132 | ভিডিঅ' কল আৰম্ভ কৰিব নোৱাৰি |
Can't start video call |
| 10133 | %1-এ বৰ্তমান %2 লৈ ছাইন ইন কৰা নাই৷ |
%1 is currently not signed into %2. |
| 10140 | ছেট কৰক |
Set |
| 10142 | ডিফ'ল্ট এপ্প্ ছেট কৰিবনে? |
Set default app? |
| 10143 | আপুনি %1!s!-ক আপোনাৰ কলাৰ ID এপ্প্ ৰূপে ছেট কৰিবলৈ বিচাৰে নেকি? |
Do you want to set %1!s! as your default caller ID app? |
| 10144 | আপুনি %1!s!-ক আপোনাৰ ডিফ'ল্ট স্পাম ফিল্টাৰ এপ্প্ ৰূপে ছেট কৰিবলৈ বিচাৰে নেকি? |
Do you want to set %1!s! as your default spam filter app? |
| 50001 | SIM/UIM কাৰ্ড হেৰাইছে৷ |
The SIM/UIM card is missing. |
| 50002 | SIM/UIM কাৰ্ড অমান্য৷ |
The SIM/UIM card is invalid. |
| 50003 | আপোনাৰ SIM/UIM কাৰ্ডত ফিক্সড ডায়েলিং নম্বৰ মোড সক্ষম হৈ থকাৰ বাবে কলটো সম্পূৰ্ণ কৰিব নোৱাৰি৷ |
The call can't be completed because Fixed Dialing Number mode is enabled on your SIM/UIM card. |
| 50004 | আপোনাৰ SIM/UIM কাৰ্ডৰ পৰা %2-ত %3 ডায়েল কৰিবলৈ চমুপথ %1# ব্যৱহাৰ কৰিবলৈ, কল চয়ন কৰক৷ এটা পৃথক নম্বৰ ডায়েল কৰিবলৈ, বাতিল কৰক চয়ন কৰক আৰু ডায়েল কৰা অব্যাহত ৰাখক৷ |
To use the shortcut %1# to dial %3 at %2 from your SIM/UIM card, select Call. To dial a different number, select Cancel and continue dialing. |
| 50005 | আপোনাৰ SIM/UIM কাৰ্ডৰ পৰা %2-লৈ ডায়েল কৰিবলৈ চমুপথ %1# ব্যৱহাৰ কৰিবলৈ, কল চয়ন কৰক৷ এটা পৃথক নম্বৰ ডায়েল কৰিবলৈ, বাতিল কৰক চয়ন কৰক আৰু ডায়েল কৰা জাৰী ৰাখক৷ |
To use the shortcut %1# to dial %2 from your SIM/UIM card, select Call. To dial a different number, select Cancel and continue dialing. |
| 50006 | SIM/UIM কাৰ্ড ব্যস্ত৷ অনুগ্ৰহ কৰি পুনৰ চেষ্টা কৰক৷ |
The SIM/UIM card is busy, please try again. |
| 50008 | কল কৰিব নোৱাৰে |
Can't call |
| 50009 | আপুনি ৰোমিং ক্ষেত্ৰত থকাৰ বাবে আপুনি কাৰোবালৈ কল কৰিবৰ বাবে ভইচ ৰোমিং অন কৰিব লাগিব৷ আপুনি ইয়াক ছেটিংছ নেটৱৰ্ক আৰু ৱায়াৰলেচ চেলুলাৰ আৰু SIM-ত কৰিব পাৰে৷ |
You need to turn on voice roaming to call someone because you're in a roaming area. You can do this in Settings Network & wireless Cellular & SIM. |
| 50010 | ছেটিংছ |
Settings |
| 50020 | আপোনাৰ UIM কাৰ্ডৰ পৰা %2-ত %3 ডায়েল কৰিবলৈ চমুপথ %1# ব্যৱহাৰ কৰিবৰ বাবে, কল চয়ন কৰক৷ এটা পৃথক নম্বৰ ডায়েল কৰিবলৈ, বাতিল কৰক চয়ন কৰক আৰু ডায়েল কৰা জাৰী ৰাখক৷ |
To use the shortcut %1# to dial %3 at %2 from your UIM card, select Call. To dial a different number, select Cancel and continue dialing. |
| 50021 | আপোনাৰ UIM কাৰ্ডৰ পৰা %2 ডায়েল কৰিবলৈ চমুপথ %1# ব্যৱহাৰ কৰিবৰ বাবে, কল চয়ন কৰক৷ এটা প্ৰ্থক নম্বৰলৈ ডায়েল কৰিবলৈ, বাতিল কৰক চয়ন কৰক আৰু দায়েল কৰা জাৰী ৰাখক৷ |
To use the shortcut %1# to dial %2 from your UIM card, select Call. To dial a different number, select Cancel and continue dialing. |
| 50023 | UIM কাৰ্ড ব্যস্ত৷ অনুগ্ৰহ কৰি পুনৰাই চেষ্টা কৰক৷ |
The UIM card is busy, please try again. |
| 50024 | আপুনি ৰোমিং ক্ষেত্ৰত থকাৰ বাবে আপুনি কাৰোবালৈ কল কৰিবৰ বাবে ভইচ ৰোমিং অন কৰিব লাগিব৷ আপুনি ইয়াক ছেটিংছ নেটৱৰ্ক আৰু ৱায়াৰলেচ চেলুলাৰ আৰু SIM/UIM-ত কৰিব পাৰে৷ |
You need to turn on voice roaming to call someone because you're in a roaming area. You can do this in Settings Network & wireless Cellular & SIM/UIM. |
| 50025 | ভইচ কলৰ বাবে এপ্প্ছ |
Apps for voice calls |
| 50026 | ষ্ট'ৰত থকা এটা এপ্প্ অনুসন্ধান কৰিব নেকি? |
Search for an app in the Store? |
| 50027 | আপোনাক ভইচ কল কৰিবলৈ দিয়া এটা এপ্প্ স্থাপন কৰক আৰু আমি আপোনাক এটা ষ্ট'ৰত বিচৰাত সহায় কৰিব পাৰো৷ |
You need to install an app that lets you make voice calls, and we can help you find one in the Store. |
| 50028 | হয় |
Yes |
| 50029 | নহয় |
No |
| 50030 | LTE ভিডিঅ' কলিং অন কৰিবনে? |
Turn on LTE video calling? |
| 50031 | LTE ভিডিঅ' কলিং অফ কৰা হৈছে৷ এটা ভিডিঅ' কল কৰিবলৈ, LTE ভিডিঅ' কলিং অন কৰক৷ |
LTE video calling is turned off. To make a video call, turn on LTE video calling. |
| 50034 | LTE ভিডিঅ' কলিং |
LTE video calling |
| 50035 | ভিডিঅ' কলৰ সময়ত মান্য ডাটা আৰু ভইচ দৰ প্ৰযোজ্য হয়৷ অন্য ব্যক্তিসকলে আপুনি ভিডিঅ' কল কৰিছে আৰু প্ৰাপ্ত কৰিছে বুলি ভাবিব৷ |
Standard data and voice rates apply during video calls. Other people may discover that you can make and receive video calls. |
| 50036 | এই বাৰ্তাটো পুনৰাই নেদেখুৱাব |
Don't show this message again |
| 50038 | ভিডিঅ' |
Video |
| 50039 | Wi-Fi-ৰ মাধ্যমেৰে কল কৰিবনে? |
Call over Wi-Fi? |
| 50040 | এটা চেলুলাৰ নেটৱৰ্কৰ যোগেদি কল সম্পূৰ্ণ কৰিব নোৱাৰে৷ SIM ছেটিংছত Wi-Fi কলিং অন কৰক, ইয়াৰ পিছত পুনৰ কল কৰিবলৈ চেষ্টা কৰক৷ |
Can't complete the call over a cellular network. Turn on Wi-Fi calling in SIM settings, then try calling again. |
| 50043 | এই বাৰ্তা পুনৰ নেদেখুৱাব |
Don't show this message again |
| 50044 | WLAN-ৰ মাধ্যমেৰে কল কৰিবনে? |
Call over WLAN? |
| 50045 | এটা চেলুলাৰ নেটৱৰ্কৰ যোগেদি কল সম্পূৰ্ণ কৰিব নোৱাৰে৷ SIM ছেটিংছত WLAN কলিং অন কৰক, ইয়াৰ পিছত পুনৰ কল কৰিবলৈ চেষ্টা কৰক৷ |
Can't complete the call over a cellular network. Turn on WLAN calling in SIM settings, then try calling again. |
| 50100 | %1 %2 |
%1 %2 |
| 50101 | %1 - কনফাৰেন্স %2 |
%1 - conference %2 |
| 50102 | অজ্ঞাত |
Unknown |
| 50200 | বৰ্তমান কলটো সমাপ্ত কৰক, ইয়াৰ পিছত পুনৰ অগ্ৰাধিকাৰ কল কৰিবলৈ চেষ্টা কৰক৷ |
End the current call, then try to make the priority call again. |