ngccredprov.dll.mui Microsoft পাছপ'ৰ্ট ক্ৰিডেনচিয়েল প্ৰদানকাৰী 379a46ce10e8fd20c44f118212bf2e44

File info

File name: ngccredprov.dll.mui
Size: 20480 byte
MD5: 379a46ce10e8fd20c44f118212bf2e44
SHA1: a3f888075036657f6adbb99ef5e71942ae98ba2e
SHA256: ee38cc913a9b1c04a5f182dbe1c8a114569c951592818961c8a32b61a10ab47f
Operating systems: Windows 10
Extension: MUI

Translations messages and strings

If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.

id Assamese English
100PIN ছাইন-ইন PIN sign-in
101PIN PIN
102ফোন ছাইন-ইন Phone sign-in
103শীৰ্ষক বাৰ্তা Title message
104প্ৰসংগ বাৰ্তা Context message
106কামৰ PIN Work PIN
107নতুন PIN New PIN
108PIN নিশ্চিত কৰক Confirm PIN
109PIN প্ৰয়োজনীয়তা PIN requirements
110PIN পলিচিৰ বিশদ বিৱৰণ PIN policy details
111মই মোৰ PIN পাহৰিলো I forgot my PIN
112মই মোৰ কাৰ্য্য PIN পাহৰিলো I forgot my work PIN
113PIN ৰিছেট কৰাৰ বিশদ বিৱৰণ PIN reset details
114ইয়াত সূচীবদ্ধ নথকা এটা পদ্ধতি ব্যৱহাৰ কৰক Use a method not listed here
115ঠিক OK
116বৰ্ণ আৰু চিহ্নসমূহ অন্তৰ্ভুক্ত কৰক Include letters and symbols
117চেলেঞ্জ বাক্যাংশ Challenge phrase
118পুনৰাই চেষ্টা কৰক Try again
119আপোনাৰ ফোন ৰিছেট কৰক Reset your phone
120ইয়াৰ অৰ্থ কি? What does this mean?
121ব্যৱহাৰকৰ্তা নাম User name
122নতুন পাছৱৰ্ড New password
123পাছৱৰ্ড নিশ্চিত কৰক Confirm password
200আপোনাৰ ক্ৰিডেন্সিয়েল সত্যাপন কৰিব নোৱাৰি৷ Your credentials could not be verified.
201প্ৰদান কৰা PIN সমূহ মিলা নাই৷ The provided PINs do not match.
202এটা PIN প্ৰদান কৰক৷ Provide a PIN.
203স্বৰাঘাত নথকা বৰ্ণসমূহ (A-Z, a-z), নম্বৰ (0-9), স্পেচ, আৰু তলত দিয়া বিশেষ বৰ্ণসমূহ: ! " # $ % & ’ ( ) * + , - . / : ; ? @ [ \ ] ^ _ ` { | } ~ থকা এটা সীমিত PIN প্ৰদান কৰক Provide a PIN that contains characters limited to unaccented letters (A-Z, a-z), numbers (0-9), space, and the following special characters: ! " # $ % & ’ ( ) * + , - . / : ; ? @ [ \ ] ^ _ ` { | } ~
204জটিলতা সম্পৰ্কীয় প্ৰয়োজনীয়তাসমূহক পুৰা কৰা এটা PIN প্ৰদান কৰক৷ Provide a PIN that meets the complexity requirements.
205জটিলতা সম্পৰ্কীয় প্ৰয়োজনীয়তাসমূহক পুৰা কৰা এটা PIN প্ৰদান কৰক৷ %1!s!. Provide a PIN that meets the complexity requirements. %1!s!.
206আপোনাৰ PIN-ৰ অতিকমেও %1!u! টা বৰ্ণ দীঘল হোৱা উচিত Your PIN must be at least %1!u! characters long
207আপোনাৰ PIN %1!u! টা বৰ্ণতকৈ বেছি দীঘল হ'ব নোৱাৰিব Your PIN can’t be more than %1!u! characters long
208আপোনাৰ PIN-ত এটা অমান্য বৰ্ণ আছে Your PIN contains an invalid character
209আপোনাৰ PIN-ত কমেও এটা বৰফলা আখৰ থাকিব লাগিব Your PIN must include at least one uppercase letter
210আপোনাৰ PIN-ত কমেও এটা সৰুফলা আখৰ থাকিব লাগিব Your PIN must include least one lowercase letter
211আপোনাৰ PIN-ত কমেও এটা সংখ্যা থাকিব লাগিব Your PIN must include at least one number
212আপোনাৰ PIN-ত কমেও এটা বিশেষ বৰ্ণ থাকিব লাগিব Your PIN must include at least one special character
213আপোনাৰ PIN-ত বৰফলা বৰ্ণ থাকিব নোৱাৰে Your PIN can’t include uppercase letters
214আপোনাৰ PIN-ত সৰুফলা বৰ্ণ থাকিব নোৱাৰে Your PIN can’t include lowercase letters
215আপোনাৰ PIN-ত সংখ্যা থাকিব নোৱাৰে Your PIN can’t include numbers
216আপোনাৰ PIN-ত বিশেষ বৰ্ণ থাকিব নোৱাৰে Your PIN can’t include special characters
218PIN টো অশুদ্ধ৷ পুনৰাই চেষ্টা কৰক৷ The PIN is incorrect. Try again.
219ডিভাইচটোৰ সৈতে এটি সঞ্চাৰণ ত্ৰুটি সংঘটিত হৈছে৷ A communication error occurred with the device.
220প্ৰত্যাহ্বানমূলক বাক্যাংশটো প্ৰদান কৰক৷ Provide the challenge phrase.
221প্ৰদান কৰা প্ৰত্যাহ্বানমূলক বাক্যাংশটো অশুদ্ধ৷ The provided challenge phrase is incorrect.
222আপুনি পূৰ্বে ব্যৱহাৰ নকৰা এটা PIN প্ৰদান কৰক৷ Provide a PIN that you haven’t used before.
223আপোনাৰ PIN সাধাৰণ সংখ্যা আৰ্হিৰ হ'ব নোৱাৰিব Your PIN can’t be a common number pattern
224এটা ব্যৱহাৰকৰ্তা নাম প্ৰদান কৰক৷ Provide a user name.
225ব্যৱহাৰকৰ্তা নাম বা PIN অশুদ্ধ৷ পুনৰাই চেষ্টা কৰক৷ The user name or PIN is incorrect. Try again.
226প্ৰদান কৰা পাছৱৰ্ডসমূহ মিলা নাই৷ The provided passwords do not match.
227এটা পাছৱৰ্ড প্ৰদান কৰক৷ Provide a password.
228ব্যৱস্থাপকে ছাইন ইন প্ৰতিবন্ধিত কৰিছে৷ ছাইন ইন কৰিবলৈ, আপোনাৰ ডিভাইচ ইণ্টাৰনেটলৈ সংযোজিত হৈ থকাটো আৰু প্ৰথমে আপোনাৰ ব্যৱস্থাপকৰ ছাইন ইন থকাটো নিশ্চিত কৰক৷ An administrator has restricted sign in. To sign in, make sure your device is connected to the Internet, and have your administrator sign in first.
250আপোনাৰ ডিভাইচটো অফলাইন হৈছে৷ এই ডিভাইচত অন্তিমবাৰ ব্যৱহাৰ কৰা পাছৱৰ্ডটোৰে ছাইন ইন কৰক৷ Your device is offline. Sign in with the last password used on this device.
251এই একাউণ্টটো এটা প্ৰতিষ্ঠানৰ হোৱাৰ বাবে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি৷ এটা পৃথক একাউণ্টৰে চেষ্টা কৰক৷ This account can’t be used because it belongs to an organization. Try a different account.
252আপুনি এতিয়া আপোনাৰ ডিভাইচটোলৈ ছাইন ইন কৰিব নোৱাৰে৷ আপুনি এই ডিভাইচত অন্তিমবাৰ ব্যৱহাৰ কৰা পাছৱৰ্ডটোৰে ছাইন ইন কৰক৷ You can’t sign in to your device right now. Try the last password you used on this device.
302আপুনি এই একাউণ্টটোৰে ছাইন-ইন কৰিব নোৱাৰে৷ এটা পৃথক একাউণ্টেৰে চেষ্টা কৰক৷ You can’t sign in with this account. Try a different account.
350আপোনাৰ একাউণ্টটোৰ সময় প্ৰতিবন্ধকতাসমূহ আছে, যি আপোনাক এতিয়া ছাইন ইন কৰাত প্ৰতিৰোধ কৰিছে৷ পিছত পুনৰ চেষ্টা কৰক৷ Your account has time restrictions that prevent you from signing in right now. Try again later.
351আপোনাৰ একাউণ্টটো অক্ষম কৰা হৈছে৷ আপোনাৰ ছিষ্টেম ব্যৱস্থাপকৰ সৈতে যোগাযোগ কৰক৷ Your account has been disabled. Contact your system administrator.
352আপুনি Windows Hello ব্যৱহাৰ কৰিবলৈ আপোনাৰ প্ৰতিষ্ঠানৰ নেটৱৰ্কলৈ অস্থায়ীভাৱে সংযোগ কৰিব লাগিব৷ আপুনি এতিয়াও এই ডিভাইচত ব্যৱহাৰ কৰা অন্তিম ছাইন-ইন বিকল্পৰে ছাইন ইন কৰিব পাৰিব৷ You need to temporarily connect to your organization’s network to use Windows Hello. You can still sign in with the last sign-in option used on this device.
353আপুনি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি থকা ছাইন-ইন পদ্ধতিটো এই ডিভাইচটোত অনুমোদিত নহয়৷ অধিক তথ্যৰ বাবে, আপোনাৰ ছিষ্টেম ব্যৱস্থাপকৰ সৈতে সম্পৰ্ক কৰক৷ The sign-in method you’re trying to use isn’t allowed on this device. For more information, contact your system administrator.
354আপোনাৰ একাউণ্টটোৰ ম্যাদ উকলিল৷ আপোনাৰ ছিষ্টেম ব্যৱস্থাপকৰ সৈতে যোগাযোগ কৰক৷ Your account has expired. Contact your system administrator.
355আপোনাৰ একাউণ্টটো লক কৰা হৈছে৷ আপোনাৰ ছিষ্টেম ব্যৱস্থাপকৰ সৈতে যোগাযোগ কৰক৷ Your account has been locked out. Contact your system administrator.
356আপোনাৰ অনুৰোধিত কী কণ্টেইনাৰ ডিভাইচটোত নাই৷ The requested key container does not exist on the device.
357আপোনাৰ অনুৰোধিত প্ৰমাণপত্ৰ ডিভাইচটোত নাই৷ The requested certificate does not exist on the device.
358আপোনাৰ অনুৰোধিত কীছেট ডিভাইচটোত নাই৷ The requested keyset does not exist on the device.
359এই ডিভাইচটো ব্যৱহাৰ কৰিব নোৱাৰি৷ ছিষ্টেম ইভেণ্ট লগত অতিৰিক্ত বিৱৰণ উপলব্ধ হ'ব পাৰে৷ আপোনাৰ ছিষ্টেম কৰ্তৃপক্ষৰলৈ এই ত্ৰুটিটোৰ প্ৰতিবেদন দাখিল কৰক৷ This device could not be used. Additional details may be available in the system event log. Report this error to your system administrator.
360প্ৰামাণিকৰণৰ বাবে ব্যৱহাৰ কৰা প্ৰমাণপত্ৰৰ ম্যাদ উকলিল৷ The certificate used for authentication has expired.
361প্ৰামাণিকৰণৰ বাবে ব্যৱহাৰ কৰা প্ৰমাণপত্ৰৰ পুনৰাই অনা হৈছে৷ The certificate used for authentication has been revoked.
362প্ৰামাণীকৰণৰ বাবে ব্যৱহাৰ কৰা প্ৰমাণপত্ৰ প্ৰক্ৰিয়াকৰণ কৰি থকাৰ অৱস্থাত বিশ্বাসহীন প্ৰামাণীকৰণ কৰ্তৃপক্ষ চিনাক্ত কৰা হৈছিল৷ An untrusted certification authority was detected while processing the certificate used for authentication.
363প্ৰামাণীকৰণৰ বাবে ব্যৱহাৰ কৰা প্ৰমাণপত্ৰৰ নাকচকৰণ স্থিতি নিৰ্ধাৰণ কৰিব নোৱাৰি৷ The revocation status of the certificate used for authentication could not be determined.
364প্ৰামাণীকৰণৰ বাবে ব্যৱহাৰ কৰা প্ৰমাণপত্ৰ বিশ্বাসযোগ্য নহয়৷ The certificate used for authentication is not trusted.
365আপোনাৰ পাছৱৰ্ডৰ ম্যাদ উকলিল আৰু সলনি কৰিব লাগিব৷ ইয়াক সলনি কৰিবৰ বাবে আপুনি আপোনাৰ পাছৱৰ্ডৰ সৈতে ছাইন-ইন কৰিব লাগিব৷ Your password has expired and must be changed. You must sign in with your password in order to change it.
366এই ডিভাইচ ব্যৱহাৰ কৰাৰ পৰা আপোনাক প্ৰতিৰোধ কৰিবৰ বাবে আপোনাৰ একাউণ্টটো কনফিগাৰ কৰা হৈছে৷ অন্য এটা ডিভাইচ চেষ্টা কৰি চাওক৷ Your account is configured to prevent you from using this device. Try another device.
367ছাইন-ইন বিফল৷ আপোনাৰ ছিষ্টেম ব্যৱস্থাপকৰ সৈতে যোগাযোগ কৰক আৰু তেঁওলোকক কওক যে KDC প্ৰমাণপত্ৰক মান্যতা প্ৰদান কৰিব নোৱাৰি৷ ছিষ্টেম ইভেণ্ট লগত অতিৰিক্ত তথ্যৰ প্ৰয়োজন হ'ব পাৰে৷ Sign-in failed. Contact your system administrator and tell them that the KDC certificate could not be validated. Additional information may be available in the system event log.
368আপোনাৰ একাউণ্টৰ বাবে এই ডিভাইচটোৰ দ্বাৰা ছাইন ইন কৰাক সমৰ্থন নকৰে৷ অধিক তথ্যৰ বাবে আপোনাৰ ছিষ্টেম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক৷ Signing in with this device isn’t supported for your account. Contact your system administrator for more information.
369সেই বিকল্পটো অস্থায়ীভাৱে অনুপলব্ধ হৈছে৷ এতিয়াৰ বাবে, অনুগ্ৰহ কৰি ছাইন ইন কৰিবলৈ এটা পৃথক পদ্ধতি ব্যৱহাৰ কৰক৷ That option is temporarily unavailable. For now, please use a different method to sign in.
400আপোনাৰ পাছৱৰ্ডৰ ম্যাদ উকলিল৷ আপুনি আপোনাৰ পাছৱৰ্ডৰ সৈতে ছাইন-ইন কৰি এইটো পৰিৱৰ্তন কৰিব লাগিব৷ আপুনি আপোনাৰ পাছৱৰ্ড পৰিৱৰ্তন কৰাৰ পিছত, আপুনি আপোনাৰ PIN-ৰে ছাইন ইন কৰিব পাৰিব৷ Your password has expired. You must sign in with your password and change it. After you change your password, you can sign in with your PIN.
401আপোনাৰ পাছৱৰ্ড এটা পৃথক ডিভাইচত পৰিৱৰ্তন কৰা হৈছিল৷ আপুনি আপোনাৰ নতুন পাছৱৰ্ডৰ সৈতে এই ডিভাইচলৈ এবাৰ ছাইন-ইন কৰিব লাগিব, আৰু তাৰপিছত আপুনি আপোনাৰ PIN-ৰে ছাইন ইন কৰিব পাৰিব৷ Your password was changed on a different device. You must sign in to this device once with your new password, and then you can sign in with your PIN.
500আপোনাৰ প্ৰতিষ্ঠানে নিম্নোক্ত PIN আৱশ্যকতাসমূহ ছেট কৰিছে:
অতিকমেও %1!u! টা বৰ্ণ দীঘল হ'ব লাগিব
%2!u! টা বৰ্ণতকৈ দীঘল হ'ব নোৱাৰিব
%3!s!
%4!s!
%5!s!
%6!s!
%7!s!
Your organization has set the following PIN requirements:
Must be at least %1!u! characters long
Can’t be longer than %2!u! characters
%3!s!
%4!s!
%5!s!
%6!s!
%7!s!
501বৰফলা বৰ্ণ থাকিব পাৰে May include uppercase letters
502সৰুফলা বৰ্ণ থাকিব পাৰে May include lowercase letters
503অংক থাকিব পাৰে May include digits
504বিশেষ বৰ্ণ থাকিব পাৰে May include special characters
505অতিকমেও এটা বৰফলা বৰ্ণ থাকিব লাগিব Must include at least one uppercase letter
506অতিকমেও এটা সৰুফলা বৰ্ণ থাকিব লাগিব Must include at least one lowercase letter
507অতিকমেও এটা সংখ্যা থাকিব লাগিব Must include at least one number
508অতিকমেও এটা বিশেষ বৰ্ণ থাকিব লাগিব Must include at least one special character
509বৰফলা বৰ্ণ থাকিব নোৱাৰে Can’t include uppercase letters
510সৰুফলা বৰ্ণ থাকিব নোৱাৰে Can’t include lowercase letters
511অংক থাকিব নোৱাৰে Can’t include digits
512বিশেষ বৰ্ণ থাকিব নোৱাৰে Can’t include special characters
513আপুনি এটা অশুদ্ধ PIN কেইবাবাৰো প্ৰৱেশ কৰাইছে৷

পুনৰ চেষ্টা কৰক, আপোনাৰ ডিভাইচটো পুনৰাৰম্ভ কৰক৷
You’ve entered an incorrect PIN too many times.

To try again, restart your device.
514
আপুনি অশুদ্ধ PIN-টো পুনৰ প্ৰৱেশ কৰালে, আমি সকলো ব্যক্তিগত সামগ্ৰী এই ডিভাইচটোৰ পৰা মচি পেলাম৷ পুনৰ চেষ্টা কৰাৰ পূৰ্বে আপুনি আপোনাৰ সহায়কাৰী ব্যক্তিৰ সৈতে যোগাযোগ কৰিব লাগিব পাৰে৷

If you enter the wrong PIN again, we’ll erase all personal content from this device. You might want to contact your support person before trying again.
515আপুনি এটা অশুদ্ধ PIN কেইবাবাৰো প্ৰৱেশ কৰাইছে৷
%1!s!
পুনৰ চেষ্টা কৰিবলৈ, তলত %2!s! প্ৰৱেশ কৰাওক৷
You’ve entered an incorrect PIN several times.
%1!s!
To try again, enter %2!s! below.
516A1B2C3 A1B2C3
517আপোনাৰ প্ৰতিষ্ঠানে আপুনি আপোনাৰ PIN পৰিৱৰ্তন কৰাটো বিচাৰিছে৷ Your organization requires that you change your PIN.
518নিৰাপত্তাৰ কাৰণে, আপোনাৰ প্ৰতিষ্ঠানে আপোনাৰ ডিভাইচটো এটা PIN-ৰে সুৰক্ষিত কৰাটো বিচাৰিছে৷ For security, your organization requires that your device be protected by a PIN.
519ছাইন ইন কৰিবলৈ আপোনাৰ ফোনত Microsoft প্ৰমাণকাৰী এপ্প্ ব্যৱহাৰ কৰক৷ To sign in, use the Microsoft Authenticator app on your phone.
520আপোনাৰ প্ৰতিষ্ঠানে আপুনি আপোনাৰ পাছৱৰ্ড পৰিৱৰ্তন কৰাটো বিচাৰিছে৷ Your organization requires that you change your password.
521আপোনাৰ পাছৱৰ্ড পৰিৱৰ্তন কৰক Change your password
522ইয়াত এটা PIN প্ৰৱেশ কৰালেও Windows Hello অন হ'ব৷ Entering a PIN here will also turn on Windows Hello.
523আপুনি ছেটিংছ একাউণ্টসমূহ ছাইন-ইন বিকল্পসমূহলৈ গৈ আপোনাৰ PIN ৰিছেট কৰিব পাৰে৷ You can reset your PIN by going to Settings Accounts Sign-in options.
524আপোনাৰ PIN পৰিৱৰ্তন কৰক Change your PIN
525আপোনাৰ কাৰ্য্য PIN পৰিৱৰ্তন কৰক Change your work PIN
526এটা PIN ছেট আপ কৰক Set up a PIN
527এটা কাৰ্য্য PIN ছেট আপ কৰক Set up a work PIN
528ব্যৰ্থ ছাইন-ইন প্ৰয়াস বা বাৰে-বাৰে ছাটডাউন কৰাৰ কাৰণে এই ডিভাইচটো লক কৰা হৈছে৷ আপোনাৰ ডিভাইচ কমেও %1!u! %2!s!-ৰ কাৰণে পাৱাৰ অন কৰি ৰাখক আৰু তাৰপিছত পুনৰ চেষ্টা কৰক৷ This device is locked because of failed sign-in attempts or repeated shutdowns. Keep your device powered on for at least %1!u! %2!s! and then try again.
529কিবা ভুল হৈছিল (ক'ড: 0x%1!x!)৷ সমস্যাটো সমাধান হৈছেনে চাবলৈ আপোনাৰ ডিভাইচটো পুনৰাৰম্ভ কৰক৷ Something went wrong (code: 0x%1!x!). Restart your device to see if that fixes the problem.
530কিবা ভুল হৈছিল (কোড: 0x%1!x!)৷ এই ত্ৰুটি বাৰ্তাটো বৰ্খাস্ত কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰক আৰু পুনৰাই চেষ্টা কৰক৷ Something went wrong (code: 0x%1!x!). Click the link below to dismiss this error message and try again.
531আপোনাৰ সংস্থাই নিম্নোক্ত PIN-ৰ প্ৰয়োজনীয়তাসমূহ ছেট কৰিছে:
অতিকমেও %1!u! টা অংক দীঘল হ'ব লাগিব
%2!s!
%3!s!
Your organization has set the following PIN requirements:
Must be at least %1!u! digits long
%2!s!
%3!s!
532%1!u! টা অংকতকৈ দীঘল হ'ব নোৱাৰিব Can’t be longer than %1!u! digits
533এটা সংখ্যা আৰ্হি হ'ব নোৱাৰিব (যেনে ধৰক 123456 বা 11111) Can’t be a number pattern (such as 123456 or 11111)
534কিবা ভুল হৈছিল৷ অধিক তথ্যৰ কাৰণে ফোন ছাইন-ইনলৈ যাওক৷ Something went wrong. Go to Phone sign-in for more information.
535এই ডিভাইচত Bluetooth অফ কৰা হৈছে বা উপলভ্য নহয়৷ ফোন ছাইন-ইনৰ কাৰণে Bluetooth-ৰ আৱশ্যক৷ Bluetooth is turned off or not available on this device. Phone sign-in requires Bluetooth.
536যদি আপুনি ফোন ছাইন ইনৰ কাৰণে ছেট আপ কৰিছে, তেন্তে আপুনি আপোনাৰ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰৱন্ধন কৰা এটা ফোনৰ সৈতে এই PC আনলক কৰিবলৈ এই বিকল্প ব্যৱহাৰ কৰিব পাৰিব। যদি এইটো আপোনালৈ প্ৰযোজ্য নহয়, তেন্তে আপোনাৰ একাউণ্টৰ কাৰণে অন্য এটা ছাইন ইন বিকল্প পছন্দ কৰক। If you’re set up for phone sign-in, you can use this option to unlock this PC with a phone managed by your organization. If this doesn’t apply to you, choose another sign-in option for your account.
537আমি %1!s!-লৈ এটা জাননী প্ৰেৰণ কৰিছিলো৷ আপোনাৰ ফোনত থকা নিৰ্দেশাৱলী পালন কৰক৷আপুনি যদি টোকাটো লাভ কৰা নাই, তেন্তে Microsoft প্ৰমাণিকৰণ এপ্প্‌টো খুলি চেষ্টা কৰক৷ We sent a notification to %1!s!. Follow the instructions on your phone. If you didn’t get the note, try opening the Microsoft Authenticator app.
538এই ডিভাইচটোত Bluetooth অফ কৰা হৈছে বা উপলভ্য নহয়৷ আপোনাৰ যদি Bluetooth আছে, তেন্তে ছেটিংছ ডিভাইচসমূহ Bluetooth-লৈ গৈ এইটো অন কৰক। Bluetooth is turned off or not available on this device. If you have Bluetooth, turn it on by going to Settings Devices Bluetooth.
539আমি %1!s!-লৈ সংযোগ কৰিব নোৱাৰো। আপোনাৰ ফোন পৰিসৰত আৰু Bluetooth অন হৈ থকাটো নিশ্চিত কৰক (ছেটিংছ ডিভাইচসমূহ Bluetooth)। We can’t connect to %1!s!. Ensure your phone is in range and Bluetooth is turned on (Settings Devices Bluetooth).
540কিবা ভুল হৈছিল (কোড: 0x%1!x!)৷ Something went wrong (code: 0x%1!x!).
541কিবা ভুল হৈছিল Something went wrong
542আপোনাৰ ফোনৰ এটা নিৰাপত্তা সমস্যা আছে, সেয়েহে আপোনাৰ ডাটালৈ অননুমোদিত প্ৰৱেশাধিকাৰক বাধা দিবলৈ আমি এইটো লক কৰিছোঁ৷ আপুনি আপোনাৰ ফোন ৰিছেট কৰি সমস্যাটো সমাধান কৰিবলৈ তলত উল্লেখিত লিংকটোত টোকৰ মাৰক৷ আপুনি আপোনাৰ ফোন ৰিছেট কৰাৰ সময়ত ক্লাউডলৈ বেকআপ নোলোৱা যিকোনো ডাটা হেৰাব৷ Your phone has a security problem, so we locked it to prevent unauthorized access to your data. You can tap the link below to reset your phone and fix the problem. Any data that is not backed up to the cloud will be lost when you reset your phone.
543পুনৰ চেষ্টা কৰি আছে... Trying again...
544ব্যৰ্থ ছাইন ইন প্ৰয়াস বা বাৰে-বাৰে ছাটডাউন কৰাৰ কাৰণে এই ছাইন ইন বিকল্পটো অক্ষম কৰা হৈছে৷ এটা পৃথক ছাইন ইন বিকল্প ব্যৱহাৰ কৰক বা আপোনাৰ ডিভাইচে আপোনাক পুনৰ চেষ্টা কৰিবলৈ অনুমতি দিয়ালৈকে ডিভাইচৰ পাৱাৰ অন কৰি ৰাখক৷ This sign-in option is disabled because of failed sign-in attempts or repeated shutdowns. Use a different sign-in option, or keep your device powered on until your device allows you to try again.
545আপুনি এটা অশুদ্ধ PIN বহুত বাৰ প্ৰৱেশ কৰাইছে৷

আপোনাৰ PIN %1!u! %2!s!-ৰ কাৰণে অক্ষম কৰা হৈছে৷
You’ve entered an incorrect PIN too many times.

Your PIN is disabled for %1!u! %2!s!.
546ছেকেণ্ড seconds
547মিনিট minute
549ঘ্ণ্টা hour
550ঘণ্টা hours
551ব্যৰ্থ ছাইন ইন প্ৰয়াস বা বাৰে-বাৰে ছাটডাউন কৰাৰ কাৰণে এই ছাইন-ইন বিকল্পটো অক্ষম কৰা হৈছে৷ এটা পৃথক ছাইন ইন বিকল্প ব্যৱহাৰ কৰক বা কমেও %1!u! %2!s!-ৰ কাৰণে আপোনাৰ ডিভাইচৰ পাৱাৰ অন ৰাখক আৰু তাৰপিছত পুনৰ চেষ্টা কৰক৷ This sign-in option is disabled because of failed sign-in attempts or repeated shutdowns. Use a different sign-in option, or keep your device powered on for at least %1!u! %2!s! and then try again.
552%1!s!

আপুনি http://aka.ms/unlockdevice -ত দিয়া নিৰ্দেশনাৱলী পালন কৰিও ৰিম'টযোগে আপোনাৰ ডিভাইচ আনলক কৰিব পাৰিব৷

%1!s!

You can also unlock your device remotely by following the instructions at http://aka.ms/unlockdevice.

553%1!s!

আপোনাৰ IT সহায়তা প্ৰদানকাৰী ব্যক্তিজনে আপোনাক আপোনাৰ ডিভাইচ আনলক কৰিবলৈ সহায় কৰাত সক্ষম হ'বও পাৰে৷

%1!s!

Your IT support person may also be able to help you unlock your device.

EXIF

File Name:ngccredprov.dll.mui
Directory:%WINDIR%\WinSxS\amd64_microsoft-windows-s..-credprov.resources_31bf3856ad364e35_10.0.15063.0_as-in_d6947157f631bd3a\
File Size:20 kB
File Permissions:rw-rw-rw-
File Type:Win32 DLL
File Type Extension:dll
MIME Type:application/octet-stream
Machine Type:Intel 386 or later, and compatibles
Time Stamp:0000:00:00 00:00:00
PE Type:PE32
Linker Version:14.10
Code Size:0
Initialized Data Size:19968
Uninitialized Data Size:0
Entry Point:0x0000
OS Version:10.0
Image Version:10.0
Subsystem Version:6.0
Subsystem:Windows GUI
File Version Number:10.0.15063.0
Product Version Number:10.0.15063.0
File Flags Mask:0x003f
File Flags:(none)
File OS:Windows NT 32-bit
Object File Type:Dynamic link library
File Subtype:0
Language Code:Unknown (044D)
Character Set:Unicode
Company Name:Microsoft Corporation
File Description:Microsoft পাছপ'ৰ্ট ক্ৰিডেনচিয়েল প্ৰদানকাৰী
File Version:10.0.15063.0 (WinBuild.160101.0800)
Internal Name:ngccredprov
Legal Copyright:© Microsoft Corporation৷ সৰ্বস্বত্ব সংৰক্ষিত৷
Original File Name:ngccredprov.dll.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0
Directory:%WINDIR%\WinSxS\wow64_microsoft-windows-s..-credprov.resources_31bf3856ad364e35_10.0.15063.0_as-in_e0e91baa2a927f35\

What is ngccredprov.dll.mui?

ngccredprov.dll.mui is Multilingual User Interface resource file that contain Assamese language for file ngccredprov.dll (Microsoft পাছপ'ৰ্ট ক্ৰিডেনচিয়েল প্ৰদানকাৰী).

File version info

File Description:Microsoft পাছপ'ৰ্ট ক্ৰিডেনচিয়েল প্ৰদানকাৰী
File Version:10.0.15063.0 (WinBuild.160101.0800)
Company Name:Microsoft Corporation
Internal Name:ngccredprov
Legal Copyright:© Microsoft Corporation৷ সৰ্বস্বত্ব সংৰক্ষিত৷
Original Filename:ngccredprov.dll.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0
Translation:0x44D, 1200