If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.
| id |
Assamese |
English |
| 1 | স্বয়ংচলন |
AutoPlay |
| 2 | চিডি, DVD, আৰু ডিভাইচবোৰৰ কাৰণে ডিফ'ল্ট ছেটিঙসমূহ পৰিবৰ্তন কৰক যাতে আপুনি স্বয়ংক্ৰিয়ভাৱে সংগীত প্লে কৰিব পাৰে, চিত্ৰসমূহ দৰ্শন কৰিব পাৰে, চফট্ৱেৰ স্থাপন কৰিব পাৰে আৰু খেল খেলিব পাৰে৷ |
Change default settings for CDs, DVDs, and devices so that you can automatically play music, view pictures, install software, and play games. |
| 3 | কোনো ডিফ'ল্ট পচন্দ কৰক |
Choose a default |
| 4 | Device Stage খোলক |
Open Device Stage |
| 1100 | সক&লো মিডিয়া আৰু ডিভাইচৰ কাৰণে স্বয়ংচলাওক ব্যৱহাৰ কৰক |
&Use AutoPlay for all media and devices |
| 1101 | আপুনি প্ৰত্যেক প্ৰকাৰৰ মিডিয়া আৰু ডিভাইচ আন্তঃসংযোগ কৰোতে কি হ'ব সেয়া পচন্দ কৰক |
Choose what happens when you insert each type of media or device |
| 1102 | সকলো ডিফ'ল্ট ৰিছেট ক&ৰক |
&Reset all defaults |
| 1103 | সংৰক্ষণ &কৰক |
&Save |
| 1104 | &বাতিল কৰক |
&Cancel |
| 1105 | আপুনি আপোনাৰ কম্পিউটাৰলৈ সংযোগ কৰা ডিভাইচসমূহক ইয়াত ফৰ্দিভুক্ত কৰা হ'ব৷ |
Devices that you connect to your computer will be listed here. |
| 1107 | ডিভাইচসমূহ |
Devices |
| 1109 | সহায় |
Help |
| 1112 | AutoPlay Help Topic |
AutoPlay Help Topic |
| 1113 | Enter Your Title |
Enter Your Title |
| 1117 | আঁতৰোৱা ড্ৰাইভসমূহ |
Removable drives |
| 1118 | DVDs |
DVDs |
| 1119 | Blu-ray ডিস্কসমূহ |
Blu-ray discs |
| 1120 | CDs |
CDs |
| 1121 | চফট্ৱেৰ |
Software |
| 1122 | প্ৰতিটো মিডিয়াৰ সৈতে কি কৰিব &সেইটো পছন্দ কৰক |
Choose &what to do with each type of media |
| 1123 | কেমেৰা সংগ্ৰহণ |
Camera storage |
| 1124 | টেপ কৰক আৰু প্ৰেৰণ কৰক |
Tap and send |
| 1125 | আপুনি দুটা ডিভাইচক একেলগে টেপ কৰক কৰিলে কি ঘটে সেইটো পছন্দ কৰক |
Choose what happens when you tap two devices together |