100 | অন্য এজন ব্যৱহাৰকৰ্তাই ছাইন ইন কৰিছে৷ যদি আপুনি অব্যাহত ৰাখে, তেন্তে তেওঁলোক ছাইন আউট হ'ব আৰু অসংৰক্ষিত কামখিনি হেৰুৱাব পাৰে৷ যিয়েই নহওক আপুনি ছাইন ইন কৰিব বিচাৰেনে? |
Another user is signed in. If you continue, they’ll be signed out and might lose unsaved work. Do you want to sign in anyway? |
101 | অন্য এজন ব্যৱহাৰকৰ্তাই ছাইন ইন কৰিছে৷ যদি আপুনি অব্যাহত ৰাখে, তেন্তে তেওঁলোক সংযোগহীন হ'ব৷ যিয়েই নহওক আপুনি ছাইন ইন কৰিব বিচাৰেনে? |
Another user is signed in. If you continue, they’ll be disconnected. Do you want to sign in anyway? |
102 | আনলক কৰিবলৈ Ctrl+Alt+Delete দবাওক৷ |
Press Ctrl+Alt+Delete to unlock. |
103 | আনলক কৰিবলৈ Ctrl+Alt+Delete দবাওক বা Windows Security বুটাম দবাওক৷ |
Press Ctrl+Alt+Delete or use the Windows Security button to unlock. |
104 | Windows বুটাম হেঁচক আৰু হেঁচি ৰাখক আৰু ইয়াৰ পিছত আনলক কৰিবৰ বাবে পাৱাৰ বুটাম হেঁচক৷ |
Press and hold the Windows button, and then press the power button to unlock. |
105 | Windows বুটামটো হেঁচক আৰু হেঁচি ৰাখক আৰু তাৰপিছত অনৱৰোধ কৰিবলৈ পাৱাৰ বুটামটো হেঁচক৷ (বা আপুনি Ctrl+Alt+Delete হেঁচি ধৰি থাকি অনৱৰোধ কৰিব পাৰে৷) |
Press and hold the Windows button, and then press the power button to unlock. (Or you can unlock by pressing Ctrl+Alt+Delete.) |
106 | পাছৱৰ্ডটো অশুদ্ধ৷ সাৱধান হওক—যদি আপুনি অশুদ্ধ পাছৱৰ্ড দবাই থাকে, তেতিয়া আপোনাৰ ডাটা সুৰক্ষিত কৰাত সহায় কৰিবৰ বাবে আপোনাক লক কৰা হ'ব৷ আনলক কৰিবৰ বাবে, আপোনাক এটা BitLocker পুনৰুদ্ধাৰ কীৰ প্ৰয়োজন হ'ব৷ |
That password isn’t correct. Be careful—if you keep entering the wrong password, you’ll be locked out to help protect your data. To unlock, you’ll need a BitLocker recovery key. |
107 | সেই পাছৱৰ্ডটো শুদ্ধ নহয়৷ সাৱধান হওক—যদিহে আপুনি ভুল পাছৱৰ্ড প্ৰৱেশ কৰাইছে, আপোনাৰ ডাটাক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিবলৈ Windows-এ স্বয়ংক্ৰিয়ভাৱে পুনৰাৰম্ভ কৰিব৷ |
That password isn’t correct. Be careful—if you keep entering the wrong password, Windows will automatically restart to help protect your data. |
108 | পাছৱৰ্ডটো অশুদ্ধ৷ সাৱধান হওক—যদি আপুনি অশুদ্ধ পাছৱৰ্ড দবাই থাকে, তেতিয়া আপোনাৰ ডাটা সুৰক্ষিত কৰাত সহায় কৰিবৰ বাবে আপোনাক লক কৰা হ'ব৷ আনলক কৰিবৰ বাবে, আপোনাৰ এনক্ৰিপশ্বন প্ৰদানকাৰেৰ পৰা এটা পুনৰুদ্ধাৰ কীৰ প্ৰয়োজন হ'ব৷ |
That password isn’t correct. Be careful—if you keep entering the wrong password, you’ll be locked out to help protect your data. To unlock, you’ll need a recovery key from your encryption provider. |
109 | অনুগ্ৰহ কৰি অপেক্ষা কৰক |
Please wait |
110 | পাৱাৰ বুটাম হেঁচক আৰু হেঁচি ৰাখক আৰু ইয়াৰ পিছত আনলক কৰিবৰ বাবে ভলিউম বুটাম তললৈ হেঁচক৷ |
Press and hold the power button, and then press the volume down button to unlock |
111 | পাৱাৰ বুটাম হেঁচক আৰু হেঁচি ৰাখক আৰু ইয়াৰ পিছত আনলক কৰিবৰ বাবে ভলিউম বুটাম তললৈ হেঁচক৷ (বা আপুনি Ctrl+Alt+Delete হেঁচি আনলক কৰিব পাৰে৷) |
Press and hold the power button, and then press the volume down button to unlock. (Or you can unlock by pressing Ctrl+Alt+Delete.) |
112 | মাত্ৰ এক মুহুৰ্ত্ব... |
Just a moment... |