If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.
id |
Assamese |
English |
101 | ছেটআপ সম্পূৰ্ণ হোৱা নাই৷ আপোনাৰ PC-ক পুনৰাৰম্ভ কৰক৷ |
Setup incomplete. Restart your PC. |
103 | ড্ৰাইভাৰ অনুপলভ্য |
Driver is unavailable |
104 | @DeviceDisplayStatusManager.dll,-102 |
@DeviceDisplayStatusManager.dll,-102 |
105 | গোট নীতিৰ দ্বাৰা ছেটআপক অৱৰোধিত কৰা হৈছে |
Setup blocked by group policy |
106 | Windows-ৰ এই সংস্কৰণটোৰ সৈতে সঙ্গত নহয় |
Not compatible with this version of Windows |
110 | ডিভাইচ আঁতৰাই আছে |
Removing device |
111 | আঁতৰোৱাত বিফল |
Remove failed |
112 | এই ডিভাইচটো ব্যৱহাৰ কৰি থাকোতে আঁতৰাব নোৱাৰি৷ |
Can’t remove this device while it’s in use. |
114 | ছেটআপ সম্পূৰ্ণ হোৱা নাই৷ ইণ্টাৰনেটৰ সৈতে সংযোগ কৰক৷ |
Setup incomplete. Connect to the Internet. |
115 | ডিভাইচ এপ্প্ স্থাপন কৰিবলৈ Windows ষ্ট'ৰলৈ ছাইন ইন কৰক৷ |
Sign-in to Windows Store to install the device app. |
118 | ডিভাইচ এপ্প্ৰ স্থাপন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই৷ বিশদ বিৱৰণৰ কাৰণে Windows ষ্ট'ৰলৈ যাওক৷ |
Device app install incomplete. Go to Windows Store for details. |
119 | সংযোগিত নহ'ল |
Not connected |
121 | মিটাৰযুক্ত সংযোগৰ বাবে ছেটআপ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই৷ |
Setup incomplete because of a metered connection. |
128 | পেয়াৰ্ড |
Paired |