fingerprintcredential.dll.mui WinBio আঙুলিৰ চিহ্ন ক্ৰিডেন্সিয়েল 108772c522c5879f1b8e9950c685459a

File info

File name: fingerprintcredential.dll.mui
Size: 10240 byte
MD5: 108772c522c5879f1b8e9950c685459a
SHA1: 64c3ae91c30f435c365f8f6dbd4e899ce1b90f6d
SHA256: 92dbff37af04eb1e463302ed756f06eafdc0738701d76b2c6cc8281083975892
Operating systems: Windows 10
Extension: MUI

Translations messages and strings

If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.

id Assamese English
1আঙুলিৰ চিহ্ন Fingerprint
2ছাইন ইন কৰিবলৈ, আঙুলিৰ চিহ্ন পঢ়োতাত এটা পঞ্জীভুক্ত আঙুলি স্কেন কৰক৷ To sign in, scan a registered finger on the fingerprint reader.
3PC আনলক কৰিবলৈ, আঙুলিৰ চিহ্ন পঢ়োতাত এটা পঞ্জীভুক্ত আঙুলি স্কেন কৰক৷ To unlock the PC, scan a registered finger on the fingerprint reader.
101Windows-এ আপোনাক ছাইন ইন কৰিব নোৱাৰিলে৷ Windows couldn’t sign you in.
110আপোনাৰ ডিভাইচটোৱে আপোনাক চিনাক্ত কৰাত অসুবিধাৰ সন্মুখীন হৈছে৷ অনুগ্ৰহ কৰি পুনৰ চেষ্টা কৰক৷ Your device is having trouble recognizing you. Please try again.
111এই আঙুলিৰ চিহ্নটো চিনাক্ত কৰিব নোৱাৰিলে৷ Windows Hello ত আপুনি আপোনাৰ আঙুলিৰ চিহ্ন ছেটআপ কৰাটো নিশ্চিত কৰক৷ Couldn’t recognize that fingerprint. Make sure you’ve set up your fingerprint in Windows Hello.
112পাছৱৰ্ডটো অশুদ্ধ৷ The password is incorrect.
113আঙুলিৰ চিহ্ন ডাটাবেচত সংৰক্ষিত পাছৱৰ্ডটো অশুদ্ধ৷ The password saved in the fingerprint database is not correct.
116আঙুলিৰ চিহ্ন ছাইন-ইনক আপোনাৰ ব্যৱস্থাপকৰ দ্বাৰা বৰ্তমান অক্ষম কৰা হৈছে৷ Fingerprint sign-in is currently disabled by your administrator.
118দুঃখিত, Windows-এ আপোনাৰ আঙুলিৰ চাপৰ দ্বাৰা ছাইন-ইন কৰিব নোৱাৰে৷ আপোনাৰ PIN-ৰ দ্বাৰা ছাইন ইন কৰিবলৈ চেষ্টা কৰক৷ Sorry, Windows couldn’t sign you in with your fingerprint. Try signing in with your PIN.
119কেইবাটাও ছাইন-ইন প্ৰয়াস কৰাৰ কাৰণে Windows Hello-ক অৱৰোধ কৰা হৈছে৷ Hello অনৱৰোধ কৰিবৰ বাবে, আপোনাৰ PIN-ৰ দ্বাৰা ছাইন-ইন কৰক৷ Windows Hello has been blocked due to too many sign-in attempts. To unblock Hello, sign in with your PIN.
120আঙুলিৰ চিহ্ন ছাইন-ইন সম্পূৰ্ণ কৰিবৰ বাবে Windows-ৰ পৰ্যাপ্ত সম্পদ নাই৷ অন্য এটা ছাইন-ইন পদ্ধতি চেষ্টা কৰক৷ Windows didn’t have sufficient resources to complete a fingerprint sign-in. Try another sign-in method.
140আঙুলিৰ চিহ্ন ছাইন-ইন অন কৰিবৰ বাবে আপোনাৰ পাছৱৰ্ড প্ৰবিষ্ট কৰক৷ Enter your password to turn on fingerprint sign-in.
141আঙুলিৰ চিহ্ন আনলক সক্ষম কৰিবৰ বাবে আপোনাৰ বৰ্তমান পাছৱৰ্ড প্ৰবিষ্ট কৰক৷ Enter your current password to enable fingerprint unlock.
143আপোনাৰ আঙুলি অলপ ওপৰলৈ লৈ যাওক৷ Move your finger slightly higher.
144আপোনাৰ আঙুলি অলপ তললৈ লৈ যাওক৷ Move your finger slightly lower.
145আপোনাৰ আঙুলি অলপ বাঁওফালে লৈ যাওক৷ Move your finger slightly to the left.
146আপোনাৰ আঙুলি অলপ সোঁফালে লৈ যাওক৷ Move your finger slightly to the right.
147ৰীডাৰৰ ওপৰেদি অধিক লাহেকৈ আপোনাৰ আঙুলিৰ লৈ যাওক৷ Move your finger more slowly across the reader.
148ৰীডাৰৰ ওপৰেদি অধিক ক্ষিপ্ৰতাৰে আপোনাৰ আঙুলিৰ লৈ যাওক৷ Move your finger more quickly across the reader.
149আপুনি আঙুলিৰ চিহ্ন পঢ়োঁতা ব্যৱহাৰ কৰোতে আপোনাৰ আঙুলি সমতল আৰু পোনকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰক৷ Try holding your finger flat and straight when using the fingerprint reader.
150আঙুলিৰ চিহ্ন পঢ়োতাৰ ওপৰেদি এটা দীঘলীয়া ষ্ট্ৰ'ক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক৷ Try using a longer stroke across the fingerprint reader.
151আপোনাৰ ডিভাইচটোৱে আপোনাক চিনাক্ত কৰাত অসুবিধাৰ সন্মুখীন হৈছে৷ অনুগ্ৰহ কৰি আপোনাৰ চেনছৰ যে পৰিষ্কাৰ হৈ আছে, তাক নিশ্চিত কৰক৷ Your device is having trouble recognizing you. Make sure your sensor is clean.
152এই ডিভাইচত ইতিমধ্যে কোনো লোকে ছাইন ইন কৰিছে৷ আপুনি ছাইন ইন কৰাৰ পূৰ্বে তেঁওলোকে ছাইন আউট কৰিব লাগিব৷ Someone is already signed in on this device. They need to sign out before you can sign in.
153আপোনাৰ ডিভাইচটোৱে আপোনাক চিনাক্ত কৰাত অসুবিধাৰ সন্মুখীন হৈছে৷ অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক৷ Your device is having trouble recognizing you. Please try again.
154দুঃখিত, কিবা ভুল হৈছে৷ অনুগ্ৰহ কৰি পুনৰাই চেষ্টা কৰক৷ Sorry, something went wrong. Please try again.
155আপোনাৰ ড'মেইনত সংযোগ কৰিব নোৱাৰাৰ বাবে Windows-এ আপোনাৰ আঙুলিৰ চিহ্ন ক্ৰিডেন্সিয়েলসমূহ ব্যৱহাৰ কৰিব নোৱাৰিলে৷ অন্য এটা নেটৱৰ্কলৈ সংযোগ কৰিবলৈ চেষ্টা কৰক৷ Windows could not use your fingerprint credentials because it could not contact your domain. Try connecting to another network.
156অন্য এজন ব্যৱহাৰকৰ্তাই এই ডিভাইচটো লক কৰিলে৷ ছাইন ইন কৰিবলৈ, Esc দবাওক আৰু ইয়াৰ পিছত ব্যৱহাৰকৰ্তা চুইচ কৰক ক্লিক কৰক৷ Another user has locked this device. To sign in, press Esc, and then click Switch user.
159এই একাউণ্টটোৰ বাবে সেই আঙুলিৰ চিহ্নটো পঞ্জীভুক্ত হোৱা নাই৷ That fingerprint isn’t registered for this account.
164আপুনি প্ৰৱিষ্ট কৰা পাছৱৰ্ডসমূহ মিলা নাই৷ The passwords you entered did not match.
165আপোনাৰ একাউণ্টত সময় প্ৰতিবন্ধকতাসমূহ থকাৰ বাবে আপোনাক এতিয়া ছাইন ইন কৰাত প্ৰতিৰোধ কৰিছে৷ পিছত পুনৰ চেষ্টা কৰক৷ Your account has time restrictions that keep you from signing in right now. Try again later.
166এই কম্পিউটাৰটো ব্যৱহাৰ কৰাত বাধা দিবৰ বাবে আপোনাৰ একাউণ্টটো কনফিগাৰ কৰা হৈছে৷ অনুগ্ৰহ কৰি অন্য কম্পিউটাৰত চেষ্টা কৰক৷ Your account is configured to prevent you from using this computer. Please try another computer.
167আপোনাৰ একাউণ্ট অক্ষম কৰা হৈছে৷ আপোনাৰ ছিষ্টেম ব্যৱস্থাপকৰ সৈতে যোগাযোগ কৰক৷ Your account has been disabled. Contact your system administrator.
168আপোনাৰ একাউণ্টটোৰ ম্যাদ উকলিল৷ আপোনাৰ ছিষ্টেম ব্যৱস্থাপকৰ সৈতে যোগাযোগ কৰক৷ Your account has expired. Contact your system administrator.
169এটা একাউণ্ট প্ৰতিবন্ধকতাৰ বাবে আপুনি ছাইন ইন কৰিব নোৱাৰে৷ You can’t sign in because of an account restriction.
170এই সময়ত এই একাউণ্টত থকা পাছৱৰ্ড পৰিৱৰ্তন কৰিব নোৱাৰিব৷ The password on this account cannot be changed at this time.
171আপোনাৰ পাছৱৰ্ডৰ ম্যাদ উকলিল৷ এটা নতুন পাছৱৰ্ড ছেট কৰিবলৈ, ঠিক চয়ন কৰক, ব্যৱহাৰকৰ্তা চুইচ কৰক চয়ন কৰক আৰু বৰ্তমানৰ পাছৱৰ্ড পুনঃপ্ৰবিষ্ট কৰক আৰু ইয়াৰ পিছত স্ক্ৰীণত দিয়া সংকেতসমূহ পালন কৰক৷ Your password has expired. To set a new password, select OK, select Switch user, reenter your current password, and then follow the prompts on the screen.
172আপোনাৰ পাছৱৰ্ডৰ ম্যাদ উকলি গৈছে আৰু পৰিবৰ্তন কৰিবই লাগিব৷ Your password has expired and must be changed.
174আপুনি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি থকা ছাইন-ইন পদ্ধতিটো এই PC-টোত অনুমোদিত নহয়৷ অধিক তথ্যৰ বাবে, আপোনাৰ নেটৱৰ্ক ব্যৱস্থাপকৰ সৈতে যোগাযোগ কৰক৷ The sign-in method you’re trying to use isn’t allowed on this PC. For more info, contact your network administrator.
1011আঙুলিৰ চিহ্ন ছাইন-ইন Fingerprint sign-in
1012প্ৰদৰ্শিত নাম Display name
1013ব্যৱহাৰকৰ্তাৰ স্থিতি User status
1014আঙুলিৰ চিহ্ন ছাইন-ইন সংকেত Fingerprint sign-in prompt
1015বৰ্তমানৰ পাছৱৰ্ড Current password
1016নতুন পাছৱৰ্ড New password
1017পাছৱৰ্ড নিশ্চিত কৰক Confirm password
1018ঠিক OK
1101আঙুলিৰ চিহ্ন আনলক Fingerprint unlock

EXIF

File Name:fingerprintcredential.dll.mui
Directory:%WINDIR%\WinSxS\amd64_microsoft-windows-s..redential.resources_31bf3856ad364e35_10.0.15063.0_as-in_59b208c29cf4bae1\
File Size:10 kB
File Permissions:rw-rw-rw-
File Type:Win32 DLL
File Type Extension:dll
MIME Type:application/octet-stream
Machine Type:Intel 386 or later, and compatibles
Time Stamp:0000:00:00 00:00:00
PE Type:PE32
Linker Version:14.10
Code Size:0
Initialized Data Size:9728
Uninitialized Data Size:0
Entry Point:0x0000
OS Version:10.0
Image Version:10.0
Subsystem Version:6.0
Subsystem:Windows GUI
File Version Number:10.0.15063.0
Product Version Number:10.0.15063.0
File Flags Mask:0x003f
File Flags:(none)
File OS:Windows NT 32-bit
Object File Type:Dynamic link library
File Subtype:0
Language Code:Unknown (044D)
Character Set:Unicode
Company Name:Microsoft Corporation
File Description:WinBio আঙুলিৰ চিহ্ন ক্ৰিডেন্সিয়েল
File Version:10.0.15063.0 (WinBuild.160101.0800)
Internal Name:fingerprintcredential
Legal Copyright:© Microsoft Corporation. সৰ্বস্বত্ব সংৰক্ষিত৷
Original File Name:fingerprintcredential.dll.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0
Directory:%WINDIR%\WinSxS\wow64_microsoft-windows-s..redential.resources_31bf3856ad364e35_10.0.15063.0_as-in_6406b314d1557cdc\

What is fingerprintcredential.dll.mui?

fingerprintcredential.dll.mui is Multilingual User Interface resource file that contain Assamese language for file fingerprintcredential.dll (WinBio আঙুলিৰ চিহ্ন ক্ৰিডেন্সিয়েল).

File version info

File Description:WinBio আঙুলিৰ চিহ্ন ক্ৰিডেন্সিয়েল
File Version:10.0.15063.0 (WinBuild.160101.0800)
Company Name:Microsoft Corporation
Internal Name:fingerprintcredential
Legal Copyright:© Microsoft Corporation. সৰ্বস্বত্ব সংৰক্ষিত৷
Original Filename:fingerprintcredential.dll.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0
Translation:0x44D, 1200