FaceCredentialProvider.dll.mui মুখৰ প্ৰত্যয়পত্ৰ প্ৰদানকাৰী 02746d39a22eb64b8400b04898b36382

File info

File name: FaceCredentialProvider.dll.mui
Size: 10240 byte
MD5: 02746d39a22eb64b8400b04898b36382
SHA1: 93ad331d87cc0147edff78f67b09736a820d98ba
SHA256: 0fdf722990bdd4151ef24a7e874c2846d71525342665f2aebfbfee8e1974da43
Operating systems: Windows 10
Extension: MUI

Translations messages and strings

If an error occurred or the following message in Assamese language and you cannot find a solution, than check answer in English. Table below helps to know how correctly this phrase sounds in English.

id Assamese English
1মুখ Face
2আইৰিচ Iris
3ছাইন-ইন বুটাম Sign in button
4প্ৰসংগ বাৰ্তা Context message
5Windows Hello Windows Hello
50অনুগ্ৰহ কৰি আপোনাক চিনাক্ত কৰিবলৈ এটা পৃথক পদ্ধতি ব্যৱহাৰ কৰক৷ Please use a different method to identify yourself.
51নমস্কাৰ %1!s!! অব্যাহত ৰাখিবলৈ ঠিক চয়ন কৰক৷ Hello %1!s!! Select OK to continue.
52আপোনাক চিনাক্ত কৰিব পৰা নাই৷ অনুগ্ৰহ কৰি আপোনাৰ PIN প্ৰৱেশ কৰাওক৷ Couldn't recognize you. Please enter your PIN.
100Windows-এ আপোনাক ছাইন ইন কৰাব নোৱাৰিলে৷ Windows couldn't sign you in.
101নমস্কাৰ %1!s! Hello %1!s!
104আপোনাৰ বাবে অনুসন্ধান কৰি আছে... Looking for you...
105সাজু কৰি আছে... Getting ready...
106কেমেৰা অন কৰিব পৰা নগ'ল৷ অনুগ্ৰহ কৰি আপোনাৰ PIN-ৰে ছাইন ইন কৰক৷ Couldn't turn on the camera. Please sign in with your PIN.
107ছাইন ইন কৰিবলৈ আপোনাৰ PIN-ৰ প্ৰয়োজন৷ Your PIN is required to sign in.
108আপোনাৰ একাউণ্টক অক্ষম কৰা হৈছে৷ অনুগ্ৰহ কৰি আপোনাৰ সহায়তা কেন্দ্ৰৰ ব্যক্তিৰ সৈতে সম্পৰ্ক কৰক৷ Your account has been disabled. Please contact your support person.
109আপুনি Windows Hello-ৰ ব্যৱহাৰ আৰম্ভ কৰাৰ পূৰ্বে, আপুনি এটা PIN ছেট আপ কৰিব লাগিব৷ Before you can start using Windows Hello, you have to set up a PIN.
111আপুনি Windows Hello-ৰ ব্যৱহাৰ আৰম্ভ কৰাৰ পূৰ্বে, আপুনি আপোনাৰ PIN প্ৰবিষ্ট কৰিব লাগিব৷ Before you can start using Windows Hello, you have to enter your PIN.
113Hello, %1!s!! ছাইন ইন কৰিবলৈ লক স্ক্ৰীণখন খাৰিজ কৰক৷ Hello, %1!s!! Dismiss the lock screen to sign in.
114ক্ষমা কৰিব, কিবা ভুল হৈছিল৷ অনুগ্ৰহ কৰি আপোনাৰ PIN-এৰে ছাইন ইন কৰক৷ Sorry something went wrong. Please sign in with your PIN.
120দুঃখিত, কিবা ভুল হৈছে৷ অনুগ্ৰহ কৰি আপোনাৰ PIN প্ৰৱেশ কৰাওক৷ Sorry something went wrong. Please enter your PIN.
121Windows Hello-ক বৰ্তমান আপোনাৰ ব্যৱস্থাপকৰ দ্বাৰা অক্ষম কৰা হৈছে৷ Windows Hello is currently disabled by your administrator.
123এইয়া যে আপুনিয়েই সেইটো নিশ্চিত কৰক... Making sure it's you...
124কেমেৰা উপলভ্য হোৱা নাই৷ অনুগ্ৰহ কৰি আপোনাৰ PIN-এৰে ছাইন ইন কৰক৷ Camera not available. Please sign in with your PIN.
125আপোনাক চিনাক্ত কৰিব পৰা নাই৷ অনুগ্ৰহ কৰি আপোনাৰ PIN-ৰে ছাইন ইন কৰক৷ Couldn't recognize you. Please sign in with your PIN.
126আপোনাক চিনাক্ত কৰিব পৰা নাই৷ PIN প্ৰৱেশ কৰাবলৈ ওপৰলৈ ছোৱাইপ কৰক৷ Couldn't recognize you. Swipe up to enter PIN.
127লক স্ক্ৰীণখন খাৰিজ কৰিবলৈ ওপৰলৈ ছোৱাইপ কৰক৷ Swipe up to dismiss the lock screen.
128ৰিম'ট চেশ্বন সক্ৰিয় হৈছে৷ ছাইন ইন কৰিবলৈ লক স্ক্ৰীণখন খাৰিজ কৰক৷ Remote session is active. Dismiss the lock screen to sign in.
129ছাইন ইন কৰিবলৈ লক স্ক্ৰীণখন খাৰিজ কৰক৷ Dismiss the lock screen to sign in.
150আপোনাক চিনাক্ত কৰিব নোৱাৰিলে৷ Couldn't recognize you.
152কেমেৰা অন কৰিব নোৱাৰিলে৷ Couldn't turn on the camera.
153কেমেৰা উপলব্ধ নহয়৷ Camera not available.
155দুঃখিত, কিবা ভুল হৈছিল৷ Sorry something went wrong.
156ছাইন ইন কৰিবলৈ আপোনাৰ পাছৱৰ্ডৰ প্ৰয়োজন৷ Your password is required to sign in.
157কেমেৰা ব্যৱহাৰ হৈ আছে৷ অনুগ্ৰহ কৰি আপোনাৰ PIN-এৰে ছাইন ইন কৰক৷ Camera is in use. Please sign in with your PIN.
158কেমেৰা ড্ৰাইভাৰ বেয়া পৰ্যায়ত আছে৷ অনুগ্ৰহ কৰি আপোনাৰ PIN ৰ সৈতে ছাইন ইন কৰক৷ Camera driver is in a bad state. Please sign in with your PIN.
180নমস্কাৰ! বস্তুবোৰ সাজু কৰি আছে... Hello! Getting things ready...
200আপোনাৰ ডিভাইচে আপোনাক চিনাক্ত কৰিব নোৱাৰিলে৷ আপোনাৰ কেমেৰাৰ লেন্স পৰিষ্কাৰ হৈ থকাটো নিশ্চিত কৰক৷ Your device couldn't detect you. Make sure your camera lens is clean.
201অধিক উজ্জ্বল! কিছু লাইট অফ কৰক বা ভিতৰলৈ যাওক৷ Too bright! Turn off some lights or go inside.
202বহুত আন্ধাৰ! অলপ পোহৰাই তোলক বা কোনো উজ্জ্বল স্থানলৈ যাওক৷ Too dark! Turn on some lights or move somewhere brighter.
203আপুনি কেন্দ্ৰভাগত থাকি কেমেৰালৈ প্ৰত্যক্ষভাৱে চাই থকাটো নিশ্চিত কৰক৷ Make sure you're centered and looking directly at the camera.
204অধিক ওচৰত! অকনমান আঁতৰলৈ গৈ চেষ্টা কৰক৷ Too close! Try moving a little farther away.
205অধিক দূৰৈত! অকনমান কাষ চাপি আহি চেষ্টা কৰক৷ Too far away! Try moving a bit closer.
206আপোনাৰ মুৰটো অকনমান বাঁওফালে আৰু সোঁফালে নিয়ক৷ Turn your head slightly to the left and right.
207আপোনৰ চকুহাল অলপ ডাঙৰলৈ মেলক৷ Open your eyes a little wider.
208আপোনাৰ চকু হালৰ প্ৰতিফলন অফ কৰিবলৈ লাহে লাহে লৈ যাওক৷ Move slightly to avoid reflection off your eyes.
209দূৰলৈ যাওক Move farther away
210ওচৰলৈ আহক Move closer
211আপোনাৰ চকুহালৰ সন্মুখত আপোনাৰ ডিভাইচটো পোনকৈ ৰাখক৷ Hold your device straight in front of your eyes.
212আপোনাৰ ডিভাইচটোৱে আপোনাক চিনাক্ত কৰাত অসুবিধাৰ সন্মুখীন হৈছে৷ আপোনাৰ কেমেৰাৰ লেন্স পৰিষ্কাৰ হৈ থকাটো নিশ্চিত কৰক৷ Your device is having trouble detecting you. Make sure your camera lens is clean.
213আপোনাৰ ডিভাইচে আপোনাৰ চকুহাল চিনাক্ত কৰিব নোৱাৰে৷ আপোনাৰ কেমেৰাৰ লেন্স পৰিষ্কাৰ হৈ থকাটো নিশ্চিত কৰক৷ Your device couldn't detect your eyes. Make sure your camera lens is clean.
301Windows Hello-ৰে আপোনাক ছাইন ইন কৰিব পৰা নাই নেকি? Can't sign in with Windows Hello?
302বিভিন্ন পোহৰ পৰা পৰিৱেশত, বা আপোনাৰ আকৃতি পৰিৱৰ্তন হোৱাৰ সময়ত (উদাহৰণ স্বৰূপে, নতুন গ্লাছ) চিনাক্তকৰণ উন্নত কৰিবলৈ পুনৰাই ছেটআপৰ যোগেদি আগবাঢ়ক৷ Go through setup again to improve recognition in different lighting conditions, or when your appearance changes (for example, new glasses).
303Windows Hello-ত চিনাক্তকৰণ উন্নত কৰক Improve recognition in Windows Hello
304Windows Hello-ৰ কাৰণে শেহতীয়া আপডেটসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ, পুনৰাই ছেটআপৰ যোগেদি আগবাঢ়ক৷ To take advantage of the latest updates to Windows Hello, go through setup again.
305আপুনি ছাইন ইন কৰিবলৈ মুখ চিনাক্তকৰণ ব্যৱহাৰ কৰিব পৰাৰ বিষয়ে জানেনে? Do you know that you can use face authentication to sign in?
306আৰম্ভ কৰিবলৈ Windows Hello ফেচ ছেটআপৰ মাধ্যমেৰে যাওক৷ Go through the Windows Hello face setup to get started.
307Windows Hello-ৰ সৈতে এটা সমস্যা আছে৷ There is a problem with Windows Hello.
308অনুগ্ৰহ কৰি এই সমস্যাটো ঠিক কৰিবলৈ ছেটআপৰ জৰিয়তে যাওক৷ Please go through the setup again to fix this issue.

EXIF

File Name:FaceCredentialProvider.dll.mui
Directory:%WINDIR%\WinSxS\amd64_microsoft-windows-a..lprovider.resources_31bf3856ad364e35_10.0.15063.0_as-in_7cb630ff35824226\
File Size:10 kB
File Permissions:rw-rw-rw-
File Type:Win32 DLL
File Type Extension:dll
MIME Type:application/octet-stream
Machine Type:Intel 386 or later, and compatibles
Time Stamp:0000:00:00 00:00:00
PE Type:PE32
Linker Version:14.10
Code Size:0
Initialized Data Size:9728
Uninitialized Data Size:0
Entry Point:0x0000
OS Version:10.0
Image Version:10.0
Subsystem Version:6.0
Subsystem:Windows GUI
File Version Number:10.0.15063.0
Product Version Number:10.0.15063.0
File Flags Mask:0x003f
File Flags:(none)
File OS:Windows NT 32-bit
Object File Type:Dynamic link library
File Subtype:0
Language Code:Unknown (044D)
Character Set:Unicode
Company Name:Microsoft Corporation
File Description:মুখৰ প্ৰত্যয়পত্ৰ প্ৰদানকাৰী
File Version:10.0.15063.0 (WinBuild.160101.0800)
Internal Name:FaceCredentialProvider
Legal Copyright:© Microsoft Corporation. সৰ্বস্বত্ব সংৰক্ষিত৷
Original File Name:FaceCredentialProvider.dll.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0

What is FaceCredentialProvider.dll.mui?

FaceCredentialProvider.dll.mui is Multilingual User Interface resource file that contain Assamese language for file FaceCredentialProvider.dll (মুখৰ প্ৰত্যয়পত্ৰ প্ৰদানকাৰী).

File version info

File Description:মুখৰ প্ৰত্যয়পত্ৰ প্ৰদানকাৰী
File Version:10.0.15063.0 (WinBuild.160101.0800)
Company Name:Microsoft Corporation
Internal Name:FaceCredentialProvider
Legal Copyright:© Microsoft Corporation. সৰ্বস্বত্ব সংৰক্ষিত৷
Original Filename:FaceCredentialProvider.dll.mui
Product Name:Microsoft® Windows® Operating System
Product Version:10.0.15063.0
Translation:0x44D, 1200